অসমৰ কিছুমান গুৰুত্বপূৰ্ণ স্থান (Some important places in Assam)
উত্তৰ-পূব ভাৰতৰ এখন সুন্দৰ ৰাজ্য অসম অন্বেষণ কৰিবলৈ আকৰ্ষণীয় স্থানেৰে ভৰি আছে। বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰি ঐতিহাসিক কামাখ্যা মন্দিৰলৈকে অসমত সকলোৰে বাবে কিবা নহয় কিবা এটা আছে। আহকচোন অসমৰ কেইটামান গুৰুত্বপূৰ্ণ স্থানৰ ওপৰত অধিক দৃষ্টি নিক্ষেপ কৰোঁ আৰু সেইবোৰক কিহৰ বাবে বিশেষ কৰি তোলা হৈছে সেই বিষয়ে অধিক জানি লওঁ।
অসমৰ কিছুমান গুৰুত্বপূৰ্ণ স্থান (Some important places in Assam)
১) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঃ
• গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত ভাৰতীয় একশিঙীয়া গঁড়ৰ জনসংখ্যাৰ বাবে বিখ্যাত।
• ই ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু ইয়াৰ উপৰিও বাঘ, হাতী, আৰু বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাসস্থান।
২) মাজুলী দ্বীপঃ
• ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত এইখন বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ নদীদ্বীপ।
• নৱবৈষ্ণৱী সত্ৰ (মঠ), আৰু পৰম্পৰাগত অসমীয়া কলাকে ধৰি অনন্য সংস্কৃতিৰ বাবে পৰিচিত।
৩) শিৱসাগৰঃ
• পূৰ্বতে ৰংপুৰ নামেৰে জনাজাত এইখন আহোম ৰাজ্যৰ ৰাজধানী আছিল।
• ৰং ঘৰ (এম্ফিথিয়েটাৰ), তলাতাল ঘৰ (প্ৰাসাদ), আৰু কাৰেং ঘৰ (প্ৰাসাদ)ৰ দৰে ঐতিহাসিক স্থানৰ বাবে উল্লেখযোগ্য।
৪) গুৱাহাটীঃ
• অসমৰ সৰ্ববৃহৎ চহৰ আৰু ইয়াৰ বাণিজ্যিক আৰু সাংস্কৃতিক কেন্দ্ৰ।
• হিন্দুসকলৰ গুৰুত্বপূৰ্ণ তীৰ্থস্থান কামাখ্যা মন্দিৰ আৰু ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা অসম ৰাজ্যিক সংগ্ৰহালয় আছে।
৫) তেজপুৰঃ
• "চিৰন্তন ৰোমাঞ্চৰ নগৰ" নামেৰে পৰিচিত আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত।
• অগ্নিগড় পাহাৰ, দা পাৰ্বতিয়া (প্ৰাচীন ধ্বংসাৱশেষ), আৰু মহাভৈৰৱ মন্দিৰৰ দৰে ঐতিহাসিক স্থানসমূহৰ বৈশিষ্ট্য।
৬) মানস ৰাষ্ট্ৰীয় উদ্যান:
• ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু প্ৰজেক্ট টাইগাৰ সংৰক্ষিত বনাঞ্চল।
• বংগ বাঘ, ভাৰতীয় হাতী, ভাৰতীয় গঁড়কে ধৰি বিভিন্ন ধৰণৰ বন্যপ্ৰাণীৰ বাসস্থান।
৭) হাজো:
• ধৰ্মীয় তাৎপৰ্য্যৰ বাবে পৰিচিত কাৰণ ইয়াত হায়াগ্ৰীৱ মাধৱ মন্দিৰ, পোৱা মক্কা (মুছলমান তীৰ্থস্থান), আৰু শিৱ দোল (হিন্দু মন্দিৰ) আছে।
৮) ডিব্ৰুগড়ঃ
• বিস্তৃত চাহ বাগিচাৰ বাবে "ভাৰতৰ চাহ চহৰ" নামেৰে পৰিচিত এখন প্ৰধান চহৰ।
• অসমৰ এক গুৰুত্বপূৰ্ণ শৈক্ষিক আৰু বাণিজ্যিক কেন্দ্ৰও।
অসমৰ এই গুৰুত্বপূৰ্ণ স্থানসমূহ বুজি পালে আপোনাৰ জ্ঞান সমৃদ্ধ হোৱাই নহয় ৰাজ্যখনৰ ভূগোল, ইতিহাস, সংস্কৃতিৰ সৈতে জড়িত প্ৰশ্নৰ উত্তৰতো সহায় কৰিব।
এই সকলো MCQ আমি অসম ইয়েৰ বুক,২০২৪ (Assam Year book, 2024) কিতাপ খনৰ অসম gk শিতানৰ পৰা যুগুত কৰা হৈছে।
www.examsupportGK.com
Some important places in Assam
1. অসমৰ ক'ত জল গৱেষণা আৰু ব্যৱস্থাপনা সংস্থা অৱস্থিত?
- (a) গুৱাহাটী
- (b) নগাঁও
- (c) তেজপুৰ
- (d) বঙাইগাঁও
2. অসমৰ ক'ত দৃষ্টিহীন শিক্ষার্থীসকলৰ বাবে থকা পুথিভঁৰালটো অৱস্থিত?
- (a) তেজপুৰত
- (b) নলবাৰীত
- (c) গুৱাহাটীত
- (d) শিলচৰত
3. অসমৰ কোন জিলাত মালিনী থান অৱস্থিত?
- (a) নগাঁও
- (b) ধেমাজি
- (c) লখিমপুৰ
- (d) বৰপেটা
4. গড়মূৰ সত্ৰ অসমৰ কোন জিলাত অৱস্থিত?
- (a) নগাঁও
- (b) মাজুলী
- (c) যোৰহাট
- (d) গোৱালপাৰা
5. তলৰ ক'ত অসমৰ প্রতিৰক্ষা গবেষণাগাৰ অৱস্থিত?
- (a) যোৰহাট
- (b) ডিব্ৰুগড়
- (c) গুৱাহাটী
- (d) নলবাৰী
6. তলৰ ক'ত অসমৰ মীণ মহাবিদ্যালয় অবস্থিত?
- (a) নগাঁও
- (b) দেৰগাঁও
- (c) বোকাজান
- (d) আমিনগাঁও
7. অসমৰ একমাত্র ক্ষুদ্র নদী দ্বীপটোৰ নাম কি?
- (a) মাজুলী
- (b) উমানন্দ
- (c) সুন্দৰবন
- (d) ও নহয়
8. তলৰ কাক অসমৰ খাজুৰাহো বুলি কোৱা হয়?
- (a) শ্রীসূর্য পাহাৰ
- (b) নীলাচল পাহাৰ
- (c) কামাখ্যা মন্দিৰ
- (d) মদন কামদেৱ
9. অসমৰ শিক্ষাত নদী দ্বীপ বুলি কোনখন জিলাক কোৱা হয়?
- (a) তেজপুৰ
- (b) গোলাঘাট
- (c) নলবাৰী
- (d) ডিব্ৰুগড়
10. অসমৰ কোনখন জিলাক স্কটলেণ্ড বুলি জনাজাত?
- (a) তেজপুৰ
- (b) যোৰহাট
- (c) হাফলং
- (d) নগাঁও
Some important places in Assam
11. আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত?
- (a) তিতাবৰ
- (b) ডিব্ৰুগড়
- (c) গুৱাহাটী
- (d) নলবাৰী
12. আৰবী ভাষা প্ৰশিক্ষণ মহাবিদ্যালয়খন ক'ত অৱস্থিত?
- (a) ৰঙিয়া
- (b) হোজাই
- (c) ধুবুৰী
- (d) নলবাৰী
13. অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত?
- (a) গুৱাহাটী
- (b) যোৰহাট
- (c) তেজপুৰ
- (d) ডিব্ৰুগড়
14. অসমৰ কোন জিলাত কেন্দ্রীয় মুগা-এৰী গৱেষণা কেন্দ্ৰ অৱস্থিত?
- (a) নগাঁও
- (b) যোৰহাট
- (c) শুৱালকুছি
- (d) আমিনগাঁও
15. অসমৰ ক'ত চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত?
- (a) ডিব্ৰুগড়
- (b) যোৰহাট
- (c) গুৱাহাটী
- (d) আমিনগাঁও
16. অশ্বক্লান্ত মন্দিৰ অসমৰ ক'ত অৱস্থিত?
- (a) নগাঁও
- (b) যোৰহাট
- (c) শিৱসাগৰ
- (d) উত্তৰ গুৱাহাটী
17. নেঘেৰিটিং শিৱদৌল অসমৰ ক'ত অৱস্থিত?
- (a) নগাঁও
- (b) তেজপুৰ
- (c) দেৰগাঁও
- (d) শিৱসাগৰ
18. অসমৰ জাপি শিল্পৰ মুখ্য প্রতিষ্ঠান ক'ত অৱস্থিত?
- (a) নগাঁও
- (b) বৰপেটা
- (c) বঙাইগাঁও
- (d) নলবাৰী
19. অসমৰ কোন জিলাত মহামায়াৰ থান অৱস্থিত?
- (a) নগাঁও
- (b) বৰপেটা
- (c) নলবাৰী
- (d) কোকৰাঝাৰ
20. তামেশ্বৰী মন্দিৰ অসমৰ কোন জিলাত অৱস্থিত?
- (a) শদিয়া
- (b) ধেমাজি
- (c) বৰপেটা
- (d) গোৱালপাৰা
Some important Topic
100+ Assam Politics MCQ in Assamese
100+ অসম ভূগোল MCQ
ALL অযোধ্যা ৰাম মন্দিৰ GK
1000+ অসম ইতিহাস GK
100+ চন্দ্ৰযান-৩ MCQ
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
200+ অসম GK অসমীয়াত
400+ অসম অৰ্থনীতি GK
Assam Sports GK in Assamese
Some important places in Assam
21. দক্ষিণপাট সত্র কোন অসমৰ জিলাত অৱস্থিত?
- (a) নগাঁও
- (b) মাজুলী
- (c) যোৰহাট
- (d) গোৱালপাৰা
22. তলৰ অসমৰ ক'ত ফৰেনছিক লেবৰেটৰী অৱস্থিত?
- (a) তেজপুৰ
- (b) শিৱসাগৰ
- (c) ডিব্ৰুগড়
- (d) গুৱাহাটী
23. অসমৰ কোন ঠাইত বিশ্ব স্বাস্থ্য কেন্দ্রটো অৱস্থিত?
- (a) বোকাজান
- (b) চাবুৱা
- (c) যোৰহাট
- (d) তেজপুৰ
24. তলৰ ক'ত অসমৰ ৰাজ্যিক চিৰিয়াখানা অৱস্থিত?
- (a) ডিব্ৰুগড়
- (b) যোৰহাট
- (c) গুৱাহাটী
- (d) তিনিচুকীয়া
25. অসমৰ কোনখন জিলাক সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়?
- (a) তেজপুৰ
- (b) শিৱসাগৰ
- (c) যোৰহাট
- (d) তিনিচুকীয়া
26. তলৰ কোনখন ঠাইক পূবৰ আমাজান বুলি জনা যায়?
- (a) দীপৰ বিল
- (b) দিহিং-পাটকাই অভয়াৰণ্য
- (c) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
- (d) মানাহ ৰাষ্ট্ৰীয় উদ্যানল
27. অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
- (a) তেজপুৰ
- (b) যোৰহাট
- (c) নলবাৰী
- (d) গুৱাহাটী
28. অসমত আতচবাজি উদ্যোগ কেন্দ্ৰ ক'ত অৱস্থিত?
- (a) বৰপেটা
- (b) নলবাৰী
- (c) নগাঁও
- (d) গুৱাহাটী
29. অসমত ক’ত গৰমপানীৰ উঁহ অৱস্থিত?
- (a) হাজো
- (b) নগাঁও
- (c) নামবৰ হাবি
- (d) কাৰ্বি আংলং
30. কামাখ্যা মন্দিৰ অসমৰ ক'ত অৱস্থিত?
- (a) নগাঁও
- (b) যোৰহাট
- (c) শিৱসাগৰ
- (d) গুৱাহাটী
Some important places in Assam
31. মদন কামদেৱ দেৱালয় অসমৰ ক'ত অৱস্থিত?
- (a) নগাঁও
- (b) কামৰূপ
- (c) নলবাৰী
- (d) শিৱসাগৰ
32. স্ৰৰ সংবেদন প্রায়োগিক কেন্দ্র ক'ত অৱস্থিত?
- (a) নগাঁও
- (b) তেজপুৰ
- (c) গুৱাহাটী
- (d) নলবাৰী
33. অসমৰ ক'ত হয়গ্রীব মাধৱ মন্দিৰ অৱস্থিত?
- (a) হাজো
- (b) ধেমাজি
- (c) বৰপেটা
- (d) গোৱালপাৰা
34. তলৰ ক'ত অসমৰ বন গবেষণা কেন্দ্ৰ অৱস্থিত?
- (a) যোৰহাট
- (b) ডিব্ৰুগড়
- (c) গুৱাহাটী
- (d) নলবাৰী
35. অসমৰ ক'ত বিলাতী মাটিৰ কাৰখানা অৱস্থিত?
- (a) বোকাজান
- (b) গুৱাহাটী
- (c) তেজপুৰ
- (d) যোৰহাট
36. অসমৰ ক'ত ৰেচম শিল্প কাৰখানা অৱস্থিত?
- (a) নগাঁও
- (b) জাগীৰ পথ
- (c) বোকাজান
- (d) আমিনগাঁও
37. তলৰ কাক ৰঙানদী আৰু নীলা পাহাৰৰ দেশ বুলি জনা যায়?
- (a) অসম
- (b) ভূটান
- (c) বাংলাদেশ
- (d) নাগালেণ্ড
38. আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰটো ক’ত অৱস্থিত?
- (a) ডিব্ৰুগড়
- (b) যোৰহাট
- (c) গুৱাহাটী
- (d) তেজপুৰ
39. অসমৰ কৃত্ৰিম সূতা প্ৰস্তুত কৰা উদ্যোগ ক'ত আছে?
- (a) নগাঁও
- (b) গুৱাহাটী
- (c) আমিনগাঁও
- (d) নলবাৰী
40. ছফটৱেৰ টেকন 'লজী পার্ক অসমৰ ক'ত অবস্থিত?
- (a) ডিব্ৰুগড়
- (b) গুৱাহাটী
- (c) যোৰহাট
- (d) নগাঁও
Some important Topic
100+ Assam Politics MCQ in Assamese
100+ অসম ভূগোল MCQ
ALL অযোধ্যা ৰাম মন্দিৰ GK
1000+ অসম ইতিহাস GK
100+ চন্দ্ৰযান-৩ MCQ
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
200+ অসম GK অসমীয়াত
400+ অসম অৰ্থনীতি GK
Assam Sports GK in Assamese
Some important places in Assam
41. শিৱ দল ক'ত অৱস্থিত?
- (a) তেজপুৰ
- (b) গুৱাহাটী
- (c) শিৱসাগৰ
- (d) যোৰহাট
42. মহাভৈৰৱ মন্দিৰ অসমৰ ক'ত অৱস্থিত?
- (a) গুৱাহাটী
- (b) নলবাৰী
- (c) তেজপুৰ
- (d) গোৱালপাৰা
43. পথ গৱেষণা আৰু প্রশিক্ষণ প্রতিষ্ঠান অসমৰ ক'ত অবস্থিত?
- (a) গুৱাহাটী
- (b) ডিব্ৰুগড়
- (c) নলবাৰী
- (d) তেজপুৰ
44. অসমৰ কোনখন জিলাত কমলাবাৰী সত্র অৱস্থিত?
- (a) যোৰহাট
- (b) মাজুলী
- (c) ধেমাজি
- (d) বৰপেটা
45. তলৰ ক'ত অগ্নিগড় অৱস্থিত?
- (a) ডিব্ৰুগড়
- (b) যোৰহাট
- (c) গুৱাহাটীত
- (d) তেজপুৰ
46. তলৰ ক'ত অসমৰ ৰাজ্যিক সংগ্রহালয় অৱস্থিত?
- (a) ডিব্ৰুগড়
- (b) যোৰহাট
- (c) গুৱাহাটী
- (d) তিনিচুকীয়া
47. “Indian Institutes of Technology” (ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান) ক’ত অৱস্থিত?
- (a) গুৱাহাটী
- (b) ডিব্ৰুগড়
- (c) যোৰহাট
- (d) তেজপুৰ
48. আঞ্চলিক বিজ্ঞান কেন্দ্ৰটো ক’ত অৱস্থিত?
- (a) ডিব্ৰুগড়
- (b) যোৰহাট
- (c) গুৱাহাটী
- (d) তেজপুৰ
49. উত্তৰ পূব সীমান্ত ৰে'লৱেৰ মুখ্য কার্যালয় ক'ত অৱস্থিত?
- (a) বঙাইগাঁও
- (b) মালিগাওঁ
- (c) আমিনগাঁও
- (d) গুৱাহাটী
50. অসমৰ ক'ত গাৰ্হস্হ্য বিজ্ঞান মহাবিদ্যালয় অৱস্থিত?
- (a) গুৱাহাটী
- (b) যোৰহাট
- (c) তেজপুৰ
- (d) ডিব্ৰুগড়
Some important places in Assam
51. Central Institute of Petrochemicals Engineering & Technology (CIPET) অসমৰ ক'ত অৱস্থিত?
- (a) উত্তৰ গুৱাহাটী
- (b) আমিনগাঁও
- (c) নলবাৰী
- (d) যোৰহাট
52. অসমৰ বিলেবশ্বৰ দেৱালয় ক'ত অৱস্থিত?
- (a) নলবাৰী
- (b) যোৰহাট
- (c) নগাঁও
- (b) বৰপেটা
53. শ্রীশ্রীসূৰ্যপাহাৰ মন্দিৰ ক'ত অৱস্থিত?
- (a) বৰপেটা
- (b) গুৱাহাটী
- (c) গোলাঘাট
- (d) গোৱালপাৰা
54. অসমৰ ক'ত জল আৰু ভূমি ব্যৱস্থাপনা প্রতিষ্ঠান অৱস্থিত?
- (a) গুৱাহাটী
- (b) বঙাইগাঁও
- (c) তেজপুৰ
- (d) ডিব্ৰুগড়
55. ‘ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান’ (এন আই টি) অসমৰ ক’ত অৱস্থিত?
- (a) বৰপেটা
- (b) শিলচৰ
- (c) ডিব্ৰুগড়
- (d) গুৱাহাটী
56. প্রতিৰক্ষা গৱেষণাগাৰ অসমৰ ক'ত অৱস্থিত?
- (a) যোৰহাট
- (b) তেজপুৰ
- (c) গুৱাহাটী
- (d) শিলচৰ
57. অসমৰ কোনখন জিলাত আঠখেলীয়া নামঘৰ অৱস্থিত?
- (a) গোলাঘাট
- (b) ধেমাজি
- (c) যোৰহাট
- (d) বৰপেটা
58. পোৱামক্কা ক'ত অৱস্থিত?
- (a) হাজোত
- (b) ধুবুৰীত
- (c) গুৱাহাটীত
- (d) নলবাৰীত
59. তলৰ অসমৰ ক'ত ফৰেনছিক লেবৰেটৰী অৱস্থিত?
- (a) তেজপুৰ
- (b) শিৱসাগৰ
- (c) ডিব্ৰুগড়
- (d) গুৱাহাটী
60. সৰ্ববৃহৎ নদী দ্বীপ হিচাপে কোনে জনা যায়?
- (a) মাজুলী
- (b) উমানন্দ
- (c) সুন্দৰবন
- (d) ও নহয়
Some important Topic
100+ Assam Politics MCQ in Assamese
100+ অসম ভূগোল MCQ
ALL অযোধ্যা ৰাম মন্দিৰ GK
1000+ অসম ইতিহাস GK
100+ চন্দ্ৰযান-৩ MCQ
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
200+ অসম GK অসমীয়াত
400+ অসম অৰ্থনীতি GK
Assam Sports GK in Assamese
Some important places in Assam
61. সৈনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত?
- (a) দেৰগাঁও
- (b) গোৱালপাৰা
- (c) গুৱাহাটী
- (d) গোলাঘাট
62. পূবৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়?
- (a) নগাঁও
- (b) মাজুলী
- (c) বোকাজান
- (d) শুৱালকুছি
Some important Topic
100+ Assam Politics MCQ in Assamese
100+ অসম ভূগোল MCQ
ALL অযোধ্যা ৰাম মন্দিৰ GK
1000+ অসম ইতিহাস GK
100+ চন্দ্ৰযান-৩ MCQ
অসম ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য
200+ অসম GK অসমীয়াত
400+ অসম অৰ্থনীতি GK
Assam Sports GK in Assamese
Some important places in Assam
অজানিতে টাইপিং(Typing) ভুল হয় যদি, তাৰ বাবে ক্ষমা কৰিব। আৰু comment box ত শুধৰাই দিব বুলি আশা থাকিল ।