আসন সম্পর্কীয় প্রশ্ন (Seating Arrangement)
1. APRXS আৰু Z য়ে এটা শাৰীত বহিছে। S আৰু Z সোমাজত আছে। A আৰু Pয়ে দুই মূৰে আছে। R য়ে Aৰ বাওঁফালে বহিছে। Pৰ সোঁফালে কোন আছে?
- (a) Z
- (b) S
- (c) A
- (d) X
5. A, B, C, D, E, F আৰু G য়ে এটা শাৰীত উত্তৰমুৱা হৈ বহি আছে
→ F, E ৰ একেবাৰে কাষত সোঁফালে আছে।
→ E, য়ে G ৰ সোঁফালৰ পৰা চতুৰ্থ স্থানত আছে।
→ C হৈছে B আৰু D ৰ প্ৰতিবেশী অৰ্থাৎ দুয়োৰে মাজত।
→ Dৰ বাওঁফালে তৃতীয় স্থানত থকা জন শাৰীটোৰ একেবাৰে শেষত আছে।
(A) C ৰ বাওঁফালে কোন কোন আছে?
- (a) কেৱল B
- (b) G আৰু B
- (c) G, B আৰু D
- (d) D, E, F আৰু A
(B) তলৰ কোনটো কথা সত্য নহয়?
- (a) A য়ে কোনোবা এটা মূৰত আছে।
- (b) G য়ে B ৰ একেবাৰে কাষত সোঁফালে আছে।
- (c) E য়ে Dৰ একেবাৰে কাষত বাওঁফালে আছে।
- (d) F য়ে Dৰ সোঁফালৰ পৰা দ্বিতীয় স্থানত আছে।
(C) B ৰ দুয়োকাষে কোন কোন আছে?
- (a) C আৰু G
- (b) C আৰু D
- (c) G আৰু F
- (d) C আৰু E
(D) A ৰ স্থান ক'ত?
- (a) সো মাজত
- (b) E আৰু Dৰ মাজত
- (c) একেবাৰে শেষত বাওঁফালে
- (d) একেবাৰে শেষত সোঁফালে
(E) Gৰ স্থান ক'ত?
- (a) সোঁ মাজত
- (b) একেবাৰে শেষত বাওঁফালে
- (c) A আৰু Fৰ মাজত
- (d) B আৰু Dৰ মাজত
3. পাঁচজনী ছোৱালীয়ে এখন বেঞ্চত বহি আছে। সীমাই ৰাণীৰ বাওঁফালে আৰু বিন্দুৰ সোঁফালে বহিছে। মেৰীয়ে ৰাণীৰ সোঁফালে বহিছে। ৰীতাই বাণী আৰু মেৰীৰ মাজত বহিছে।
(A) ৰীতাৰ একেবাৰে কাষত সোঁফালে কোন আছে?
- (a) সীমা
- (b) বিন্দু
- (c) মেৰী
- (d) ৰাণী
(B) গোটেইকেইজনীৰ ভিতৰত সো মাজত কোন আছে?
- (a) সীমা
- (b) মেৰী
- (c) ৰীতা
- (d) ৰাণী
(C) সোঁফালৰ পৰা দ্বিতীয় স্থানত কোন আছে?
- (a) সীমা
- (b) মেৰী
- (c) ৰীতা
- (d) ৰাণী
(D) বাওঁফালৰ পৰা দ্বিতীয় স্থানত কোন আছে?
- (a) সীমা
- (b) মেৰী
- (c) ৰীতা
- (d) ৰাণী
2. P Q R S T U V আৰু W য়ে এখন ঘূৰণীয়া টেবুলত মুখা-মুখিকৈ বহিছে।
→ Pয়ে Tৰ সোঁফালৰ পৰা দ্বিতীয় স্থানত আছে আৰু T য়ে R আৰু Vৰ মাজত আছে।
→ S, P ৰ ওচৰত নাই।
→ V আৰু U ওচৰা-উচৰিকৈ আছে।
→ Qই S আৰু W ৰ মাজত নাই। W ইU আৰু S ৰ মাজত নাই।
(A) তলৰ কোনবোৰ ওচৰা-উচৰিকৈ নাই-
- (a) QW
- (b) RP
- (c) UV
- (d) RV
(B) V ৰ একেবাৰে সোঁফালে কোন আছে?
- (a) P
- (b) U
- (c) R
- (d) R
(C) S ৰ স্থান ক'ত?
- (a) U আৰু Vৰ মাজত
- (b) W ৰ সোঁফালে
- (c) Q আৰু Rৰ মাজত
- (d) Pৰ সোঁফালে দ্বিতীয় স্থান
(D) তলৰ কোনটো শুদ্ধ:
- (a) Q য়ে Wৰ বাওঁফালে
- (b) Pয়ে Qৰ সোফালে
- (c) Uয়ে W আৰু S ৰ মাজত
- (d) R য়ে U আৰু V ৰ মাজত
4. ছয়গৰাকী বন্ধু-বান্ধৱীয়ে এখন টেবুলত মুখামুখিকৈ বহি আছে। দীপাই প্রকাশ আৰু পংকজৰ মাজত আছে। প্রীতিয়ে মুকেশ আৰু ললিতৰ মাজত আছে। প্রকাশ আৰু সুৰেশ ইজনে আনজনৰ বিপৰীত দিশত আছে।
(A) প্ৰকাশৰ সোঁফালে কোন আছে?
- (a) মুকেশ
- (b) দীপা
- (c) পংকজ
- (d) ললিত
(B) পংকজৰ সোঁফালে কোন আছে?
- (a) মুকেশ
- (b) দীপা
- (c) পংকজ
- (d) ললিত
(C) মুকেশৰ দুই কাষত কোন কোন আছে?
- (a) দীপা-প্রীতি
- (b) প্রীতি-পংকজ
- (c) ললিত-প্রীতি
- (d) প্রকাশ-দীপা
(D) প্ৰীতিৰ বিপৰীত দিশত কোন বহিছে?
- (a) মুকেশ
- (b) দীপা
- (c) পংকজ
- (d) ললিত