Odd One Out Reasoning Question Answer

Find the odd one out (অমিলটো বিচাৰি উলিওৱা)

WhatsApp Group Join Now
Telegram Group Join Now
Popup Iframe Example

সাধাৰণতে 4 বা টো গোটৰ শ্ৰেণী এটাৰ পৰা অমিল সংখ্যা বা বর্ণ বা শব্দটো বিচাৰি উলিয়াবলৈ দিয়া হয়। এই অমিলটো বিভিন্ন কাৰণত হ'ব পাবে। এই ক্ষেত্রত প্রতিটো বস্তু বা শব্দৰ উমৈহতীয়া বৈশিষ্ট্য (common features) টো গ'ম পালে উত্তৰ নিৰ্ণয় কৰা সহজ হয়। এনে ধৰণৰ প্ৰশ্নবোৰ বৰ্ণমালা (Alphabet), সংখ্যা শ্রেণী (Number series) বা সাধাৰণ জ্ঞানৰ বিষয়ৰ ওপৰত ভিত্তি কৰি দিয়া হয়।

তলত দিয়াবোৰৰ অমিলটো বাছি উলিওৱা।

1. (a) শ্রীলংকা

(b) ভাৰত

(c) জাপান

(d) মাদাগাস্কাৰ

উত্তৰ: (b) ভাৰত

2. (a) বন্দুক

(b) কাঁড়

(c) যাঠি

(d) তৰোৱাল

উত্তৰ: (a) বন্দুক

3. (a) কাছ

(b) কেঁকোৰা

(c) ঘৰিয়াল

(d) শামুক

উত্তৰ: (c) ঘৰিয়াল

4. (a) অভিনেতা

(b) পৰিচালক

(c) কেমেৰামেন

(d) প্রযোজক

উত্তৰ : (a) অভিনেতা

5. (a) ৰথ

(b) শ্লেজগাড়ী

(c) ঘোঁৰাগাড়ী

(d) মটৰগাড়ী

উত্তৰ: (d) মটৰগাড়ী

6. (a) এইড্

(b) যক্ষ্মা

(c) হৃদৰোগ

(d) কলেৰা

উত্তৰ : (c) হৃদৰোগ

7. (a) জিকা

(b) গাজৰ

(c) বিন

(d) তিয়হ

উত্তৰ : (b) গাজৰ

8. (a) শিয়াল

(b) কুকুৰ

(c)  মেকুৰী

(d) কুকুৰনেচীয়া

উত্তৰ: (c) মেকুৰী

সংখ্যাভিত্তিক :

1. 9, 21, 28, 33

  • (a) 9
  • (b) 21
  • (c) 28
  • (d) 33

উত্তৰ: (c) 28; কাৰণ বাকীবোৰ 3 ৰে বিভাজ্য।

2. 3, 5, 7, 11, 14, 17

  • (a) 3
  • (b) 5
  • (c) 7
  • (d) 14

উত্তৰ: (d) 14; কাৰণ কেৱল 14 ই যুগ্ম, বাকীবোৰ অযুগ্ম।

3. 1000, 2000, 3000, 4000

  • (a) 4000
  • (b) 3000
  • (c) 2000
  • (d) 1000

উত্তৰ: (d); কাৰণ কেৱল dয়ে এটা ঘন সংখ্যা।

(10 x 10 x 10 = 1000)

4. 24, 64, 100, 125

  • (a) 27
  • (b) 64
  • (c) 125
  • (d) 100

উত্তৰ: (d) 100; কাৰণ বাকীবোৰ ঘন (cube) সংখ্যা।

5. 121, 132, 143, 153

(a) 121

(b) 132

(c) 143

(d) 153

উত্তৰ: (d) 153; কাৰণ বাকীবোৰ 11 ৰে বিভাজ্য।

6. 41, 43, 47, 53, 61, 71, 73, 81

  • (a) 81
  • (b) 41
  • (c) 71
  • (d) 61

উত্তৰ: (a) 81; কাৰণ বাকীবোৰ মৌলিক সংখ্যা।

7. 7, 21, 63, 105

  • (a) 7
  • (b) 21
  • (c) 63
  • (d) 105

উত্তৰ : (a) 7; কাৰণ বাকীবোৰ 21 ৰে বিভাজ্য।

8. 121, 275, 891, 932,__ ?

  • (a) 121
  • (b) 275
  • (c) 891
  • (d) 932.

উত্তৰ: (d) 932; কাৰণ বাকীবোৰৰ মাজৰ অংকটো কাষৰ দুটা অংকৰ যোগফল।

121=1+1=2

275=2+5=7

9. 25, 50, 75, 105, 125, 150

  • (a) 75
  • (b) 105
  • (c) 125
  • (d) 150

উত্তৰ: (b) 105; কাৰণ বাকীবোৰ 25 ৰ গুণিতক।

 

10. 171, 432, 504, 611

  • (a) 171
  • (b) 432
  • (c) 504
  • (d) 611

উত্তৰ : (d) 611; কাৰণ বাকীবোৰ 3 ৰে বিভাজ্য। লগতে বাকীবোৰৰ অংককেইটাৰ যোগফল 9।

বর্ণমালা ভিত্তিক অমিল:

1. (a) ES

(b) DW

(c) BY

(d) JQ

উত্তৰ: (a) ES; কাৰণ বাকীবোৰত আৰম্ভণি আৰু শেষৰ পৰা একে ক্রমত থকা আখৰ আছে।

B2,Y2, D = 4, W = 4, J=10, Q10

2. (a) BCD

(b) KLM

(c) FGH

(d) NPR

উত্তৰ: (d) NPR; কাৰণ বাকীবোৰত আখৰবোৰ ক্ৰমিক।

3. (a) QST

(b) EFH

(c) KMN

(d) ACD

উত্তৰ: (b) EFH; কাৰণ বাকীবোৰত প্ৰথম আৰু দ্বিতীয় আখৰৰ মাজত এটাকৈ আখৰ এৰি থোৱা হৈছে।

4. (a) OTP

(b) ZAB

(c) CBC

(d) FBI

উত্তৰ: (c) CBC; কাৰণ বাকীবোৰত একে আখৰ দুবাৰ নাই।

5. (a) CAT

(b) CPA

(c) TIW

(d) TUB

উত্তৰ: (b) CPA; কাৰণ বাকীবোৰৰ মাজৰ আখৰটো vowel

6. (a) FIL

(b) KNO

(c) CFI

(d) PRU

উত্তৰ: (d) PRU; কাৰণ বাকীবোৰত দুটাকৈ আখৰ এৰি এৰি লিখা হৈছে।

7. (a) CAT24

(b) FOX = 45

(c) PIG 32

(d) DOG = 25

উত্তৰ: (d) DOG = 25; কাৰণ বাকীবোৰত আখৰবোৰৰ ক্ৰমিক নম্বৰবোৰ যোগ কৰি পোৱা যোগফল সঠিক আছে।

8. (a) PIGS

(b) TEPJ

(c) XLPA

(d) OUSF

উত্তৰ: (d) OUSF; কাৰণ ইয়াত দুটা Vowel আছে।

9. (a) AJKL

(b) IXYZ

(c) VCBA

(d) EPQR

উত্তৰ: (c) VCBA; কাৰণ বাকীবোৰৰ প্ৰথম আখৰ Vowel আৰু পিছৰ আখৰ তিনিটা ক্রমিক।

শব্দ/তথ্য ভিত্তিক অমিল বাছি উলিওৱা:

1. (a) জাপান

(b) ভাৰত

(c) পাকিস্তান

(d) আমেৰিকা যুক্তৰাষ্ট্ৰ

উত্তৰ: (a) জাপান; কাৰণ বাকীকেইখন দেশ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা।

2. (a) অসম

(b) মেঘালয়

(c) পশ্চিম বংগ

(d) অৰুণাল প্রদেশ

উত্তৰ: (c) পশ্চিম বংগ; কাৰণ বাকীকেইখন উত্তৰ পূব ভাৰতৰ ৰাজ্য।

3. (a) মটৰ

(b) আলু

(c) তিয়হ

(d) গাজৰ

উত্তৰ: (b) আলু; কাৰণ বাকীবোৰ কেঁচাই খাব পাৰি।

4. (a) কল

(b) কমলা

(c) নেমু

(d) মাটিকঠাল

উত্তৰ: (c) কল; কাৰণ বাকীবোৰ ৰসাল ফল।

5. (a) মহাত্মা গান্ধী

(b) মংগল পাণ্ডে

(c) ভগৎ সিং

(d) মণিৰাম দেৱান

উত্তৰ: (a)মহাত্মা গান্ধী; কাৰণ বাকীকেইজন স্বাধীনতা যুজৰ শ্বহীদ।

6. (a) সোণ

(b) ৰূপ

(c) হীৰা

(d) ইউৰেণিয়াম

উত্তৰ: (c) হীৰা; কাৰণ বাকীবোৰ ধাতু।

7. (a) শুক্র

(b) চন্দ্র

(c) বৃহস্পতি

(d) নেপচুন

উত্তৰ: (b) চন্দ্ৰ; কাৰণ বাকীবোৰ গ্রহ।

8. (a) ৰেডিঅ'

(b) লাউডস্পীকাৰ

(c) টেলিভিচন

(d) টেপৰেকৰ্ডাৰ

উত্তৰ: (c) টেলিভিচন; কাৰণ বাকীবোৰ কেৱল শ্রাব্য আহিলা।

9. (a) ছ'ডিয়াম

(b) ক্ল'বিন

(c) পটাছিয়াম

(d) আইৰন

উত্তৰ: (d) আইৰন; কাৰণ বাকীবোৰ মৌল অতি সক্রিয়।

10. (a) দার্জিলিং

(b) মুচৌৰী

(c) জয়পুৰ

(d) মানালি

উত্তৰ: (c) জয়পুৰ; কাৰণ বাকীবোৰ হিল ষ্টেচন।

11. (a) নদী

(b) সাগৰ

(c) মৰুভূমি

(d) লাইট হাউচ

উত্তৰ: (d) লাইট হাউচ; কাৰণ বাকীবোৰ প্ৰাকৃতিক ঠাই।

12. (a) তৃণভূমি

(b) প্রেইৰী

(c) চাভানা

(d) পেম্পাছ

উত্তৰ: (a) তৃণভূমি; বাকীবোৰ তৃণভূমিৰ প্ৰকাৰ।

13. (a) গম

(b) সৰিয়হ

(c) বেলিফুল

(d) জলকীয়া

উত্তৰ: (d) জলকীয়া; বাকীবোৰ তৃণ, জলকীয়া গুল্ম।

14. (a) ধান

(b) বার্লি

(c) গম

(d) সৰিয়হ

উত্তৰ: (c) ধান; কাৰণ ধানৰ বাহিৰে বাকীবোৰ ৰবি শস্য।

15. (a) পানার্জী

(b) পুণে

(c) দিছপুৰ

(d) আইজল

উত্তৰ: (b) পুণে; কাবীবোৰ বিভিন্ন ৰাজ্যৰ ৰাজধানী।

16. (a) কাগজ

(b) উল

(c) প্লাষ্টিক

(d) চামৰা

উত্তৰ: (c) প্লাষ্টিক; বাকীবোৰ পচন হয়

17. (a) তিমি

(b) হাতী

(c) বাদুলী

(d) শেন

উত্তৰ: (d) শেন; কাৰণ বাকীবোৰ স্তন্যপায়ী প্রাণী।

18. (a) সূর্য

(b) শনি

(c) বুধ

(d) নেপচুন

উত্তৰ: (c) সূর্য; কাৰণ বাকীবোৰ গ্রহ।

19. (a) আম

(b) অমিতা

(c) আপেল

(d) নাচপতি

উত্তৰ: (a) আম; কাৰণ বাকীবোৰ বহুগুটীয়া।

20. (a) পখিলা

(b) মকৰা

(c) ফৰিং

(d) পইতাচোৰা

উত্তৰ: (b) মকৰা; কাৰণ বাকীবোৰ উৰিব পাৰে।

21. (a) সাপ

(b) হাঁহ

(c) কুকুৰা

(d) ভেকুলী

উত্তৰ: (c) কুকুৰা; কাৰণ বাকীবোৰে পানীত সাতুৰিব পাৰে।

22. (a) ঈগল

(b) ইমু

(c) কিৱি

(d) পেংগুইন

উত্তৰ: (a) ঈগল; কাৰণ বাকীবোৰ উৰিব নোৱাৰে।

23. (a) চুৰী

(b) তৰোৱাল

(c) হাতুৰী

(d) ব্লেড

উত্তৰ: (c) হাতুৰী; কাৰণ বাকীবোৰ কাটিবলৈ ব্যৱহাৰ কৰা হয়।

24. (a) ৰিজার্ভ বেংক অৱ ইণ্ডিয়া

(b) চেন্ট্রেল বেংক অব ইণ্ডিয়া

(c) ষ্টেটবেংক অৱ ইণ্ডিয়া

(d) পাঞ্জাৱ নেচনেল বেংক

উত্তৰ: (a) ৰিজার্ভ বেংক অৱ ইণ্ডিয়া; কাৰণ বাকীবোৰ বাণিজ্যিক বেংক।

25. (a) ঋকবেদ

(b) সামবেদ

(c) আয়ুর্বেদ

(d) অথর্ববেদ

উত্তৰ: (c) আয়ুর্বেদ; কাৰণ বাকীবোৰ ধৰ্মশাস্ত্র, আয়ুবের্দ চিকিৎসাশাস্ত্র।

26. (a) দৈ

(b) পনীৰ

(c) মাখন

(d) তেল

উত্তৰ: (d) তেল; কাৰণ বাকীবোৰ গাখীৰ পৰা পোৱা যায়।

27. (a) চাহ

(b) চক

(c) ৰবৰ

(d) কফি

উত্তৰ: (b) চক; কাৰণ বাকীবোৰ গছৰ পৰা পায়।

28. (a) দর্জী

(b) নাপিত

(c) কমাৰ

(d) কাঠমিস্ত্রি

উত্তৰ: (b) নাপিত; কাৰণ বাকীবোৰক কেচাঁমালৰ প্ৰয়োজন।

29. (a) আলু

(b) আদা

(c) বীট

(d) জলকীয়া

উত্তৰ: (d) জলকীয়া; কাৰণ বাকীবোৰ ৰূপান্তৰিত কাণ্ড।

30. (a) কুলি

(b) ৰাজহাঁহ

(c) ভাটো

(d) ঘৰচিৰিকা

31. (a) চাইকেল

(b) হেলিকপ্তাৰ

(c) স্কুটাৰ

(d) ৰেলগাড়ী

উত্তৰ: (a) চাইকেল; কাৰণ বাকীবোৰৰ বাবে ইন্ধনৰ দৰকাৰ।

32. (a) বাঘ

(b) বৃশ্চিক

(c) ভেড়া

(d) সিংহ

উত্তৰ: (a) বাঘ; কাৰণ বাকীবোৰ প্ৰাণী ৰাশিচক্ৰৰ চিন।

33. (a) কাছ

(b) সাপ

(c) তিমি

(d) হাঁহ

উত্তৰ: (c) তিমি; কাৰণ বাকীবোৰে কণী পাৰে।

34. (a) বগা

(b) নীলা

(c) ৰঙা

(d) হালধীয়া

উত্তৰ: (a) বগা; কাৰণ বাকীবোৰ হৈছে প্রাথমিক ৰং।

35. (a) গৰু

(b) ছাগলী

(c) গাধ

(d) হৰিণা

উত্তৰ: (c) গাধ; কাৰণ বাকীবোৰৰ শিং থাকে।

36. (a) বুদ্ধদেৱ

(b) গুৰুণানক

(c) যীশুখ্রীষ্ট

(d) মহাত্মা গান্ধী

উত্তৰ: (d) মহাত্মা গান্ধী; কাৰণ বাকীবোৰ ধৰ্ম প্ৰৰ্তেক।

37. (a) পাউণ্ড

(b) য়েন

(c) আউন্স

(d) ফ্রাংক

উত্তৰ: (c) আউন্স; কাৰণ বাকীবোৰ মুদ্ৰাৰ নাম, আউন্স ওজনৰ একক।

38. (a) জিংক

(b) লো

(c) পাৰা

(d) এলুমিনিয়াম

উত্তৰ: (c) পাৰা; বাকীবোৰ কঠিন, পাৰা জুলীয়া

40. (a) চকু

(b) কান

(c) নাক

(d) হাত

উত্তৰ: (c) নাক; কাৰণ বাকীবোৰ মানুহৰ দেহত দুটাকৈ থাকে।

Leave a Comment

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese