Indian Politics GK in Assamese|| 200+ MCQ || Free PDF

Popup Iframe Example

১৬১. সংবিধান সভাই সংবিধানৰ বিভিন্ন দফাৰ চূড়ান্ত ৰূপ দিছিল-

WhatsApp Group Join Now
Telegram Group Join Now
  • (ক) দুই-তৃতীয়াংশৰ সংখ্যাগৰিষ্ঠতাৰ যোগেদি
  • (খ) একক সংখ্যাগৰিষ্ঠতাৰ যোগেদি
  • (গ) সদস্যসকলৰ ঐক্যমতত
  • (ঘ) অন্য প্রকাৰে

উত্তৰঃ (গ)

১৬২. মুছলিম লীগে সংবিধান সভা বৰ্জনৰ কাৰণ আছিল-

  • (ক) তেওঁলোকে সুকীয়া সংবিধান সভা বিচাৰিছিল
  • (খ) সংবিধান সভাত তেওঁলোকে প্রয়োজনীয় প্রতিনিধিত্ব নোপোৱা বুলি অনুভৱ হৈছিল
  • (গ) তেওঁলোকে মহম্মদ আলি জিন্নাক সংবিধান সভাৰ স্থায়ী সভাপতি কৰিব বিচাবিছিল
  • (ঘ) কংগ্ৰেছ দলৰ সদস্যই তেওঁলোকক দুর্ব্যৱহাৰ কৰিছিল

উত্তৰঃ (ক)

১৬৩. ভাৰতীয় সংবিধানখন বলবৎ কৰা হৈছিল-

  • (ক) ১৯৪৯ চনৰ ২৬ নৱেম্বৰত
  • (খ) ১৯৪৭ চনৰ ১৫ আগষ্টত
  • (গ) ১৯৫০ চনৰ ২৬ জানুৱাৰীত
  • (ঘ) ১৯৪৭ চনৰ ৯ ডিচেম্বৰত

উত্তৰঃ (গ)

১৬৪. ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ঘোষণা কৰা মতে ভাৰতবৰ্ষ এখন-

  • (ক) সার্বভৌম, গণতান্ত্রিক গণৰাজ্য
  • (খ) সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ গণতান্ত্রিক গণৰাজ্য
  • (গ) সার্বভৌম, গণৰাজ্য
  • (ঘ) এটাও নহয়

উত্তৰঃ (খ)

১৬৫. পোন প্ৰথমবাৰৰ বাবে সংবিধানৰ প্রস্তাৱনাটোৰ সংশোধনী ঘটোৱা হৈছিল-

  • (ক) ২৪ তম সংশোধনীৰ দ্বাৰা
  • (খ) ৪৪ তম সংশোধনীৰ দ্বাৰা
  • (গ) ৪২ তম সংশোধনীৰ দ্বাৰা
  • (ঘ) ৪১ তম সংশোধনীৰ দ্বাৰা

উত্তৰঃ (খ)

১৬৬. জৰুৰীকালীন সময়ত তলৰ কোনকেইটা শব্দ প্রস্তাৱনাত সোমাবলৈ প্রস্তাৱনাটো সংশোধন ঘটোৱা হৈছিল?

  • (ক) সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ
  • (খ) ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্রিক
  • (গ) সমাজবাদী আৰু গণৰাজ্য
  • (ঘ) সার্বভৌম' আৰু গণতান্ত্রিক

উত্তৰঃ (ক)

১৬৭. ভাৰতীয় সংবিধানখন হ'ল-

  • (ক) পৃথিৱীৰ ভিতৰত দীর্ঘতম সংবিধান
  • (খ) পৃথিৱীৰ ভিতৰত চুটি সংবিধান
  • (গ) পৃথিৱীৰ ভিতৰত কঠিন সংবিধান
  • (ঘ) পৃথিৱীৰ ভিতৰত নমনীয় সংবিধান

উত্তৰঃ (ক)

১৬৮. সংবিধান প্রণেতাসকলে 'সংসদীয় পদ্ধতিৰ শাসন ব্যৱস্থা' পদ্ধতিটো ধাৰ কৰিছিল-

  • (ক) আমেৰিকাৰ পৰা
  • (খ) বৃটিছৰ পৰা
  • (গ) আয়াৰলেণ্ডৰ পৰা
  • (ঘ) চুইজাৰলেণ্ডৰ পৰা

উত্তৰঃ (খ)

১৬৯. ভাৰতীয় সংবিধানৰ প্রস্তাৱনাটো-

  • (ক) সংবিধানৰ অংশ কিন্তু বৈধিক নহয়
  • (খ) সংবিধানৰ অংশ নহয় আৰু বিচাৰযোগ্য নহয়
  • (গ) সংবিদানৰ অংশ আৰু বিচাৰযোগ্য
  • (ঘ) এটাও নহয়

উত্তৰঃ (খ)

১৭০. ভাৰতৰ সংবিধানে ভাৰতক  ____বৰ্ণনা হিচাপে কৰিছে।

  • (ক) নমনীয়
  • (খ) অতি অনমনীয়
  • (গ) আংশিকভাবে অনমনীয়
  • (ঘ) অনমনীয়আৰু আংশিকভাৱে নমনীয়

উত্তৰঃ (গ)

১৭১. তলৰ কোনটো উৎসৰ পৰা ভাৰতীয় সংবিধানলৈ সর্বাধিক তথ্য ধাৰ কৰা হৈছে?

  • (ক) ১৯৩৫ চনৰ ভাৰত শাসন আইন
  • (খ) আমেৰিকান সংবিধান
  • (গ) বৃটিছ সংবিধান
  • (ঘ) আয়াৰলেণ্ড সংবিধান

উত্তৰঃ (ক)

১৭২. তলৰ কোনটো আৰ্হিৰ সংবিধানৰ পৰা ভাৰতীয় সংবিধানত এক নাগৰিকত্ব ব্যৱস্থাৰ সূচনা কৰা হৈছে?

  • (ক) আমেৰিকাৰ সংবিধান
  • (খ) কানাডাৰ সংবিধান
  • (গ) বৃটেইনৰ সংবিধান
  • (ঘ) কানাডা আৰু ব্রিটেইনৰ সংবিধান

উত্তৰ:(ঘ)

১৭৩. তলৰ কোনটো অংশক ভাৰতীয় সংবিধানৰ আত্মা আখ্যা দিয়া হৈছে?

  • (ক) প্রস্তাৱনা
  • (খ) ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি
  • (গ) মৌলিক অধিকাৰ
  • (ঘ) সাংবিধানিক প্রতিকাৰৰ অধিকাৰ

উত্তৰঃ (ঘ)

১৭৪. ভাৰতীয় সংবিধানক ৩৭০ অনুচ্ছেদৰ লগত তলৰ কোনটো বিষয় সম্পর্কিত?

  • (ক) ৰাষ্ট্ৰপতি জৰুৰীকালীন ক্ষমতা
  • (খ) সংবিধান সংশোধনী প্রক্রিয়া
  • (গ) জম্মু আৰু কাশ্মীৰলৈ বিশেষ মর্যাদা
  • (ঘ) সংখ্যালঘুৰ বাবে বিশেষ ব্যৱস্থা

উত্তৰঃ (গ)

১৭৫. ভাৰতীয় সংবিধানখন ভাগ কৰা হৈছে-

  • (ক) ২২ টা অধ্যায়ত
  • (খ) ১৬ টা অধ্যায়ত
  • (গ) ২৪ টা অধ্যায়ত
  • (ঘ) ২৫ টা অধ্যায়ত

উত্তৰঃ (ঘ)

১৭৬. ভাৰতীয় সংবিধানত নাগৰিকৰ কৰ্তব্যসমূহ সন্নিবিষ্ট হৈছে-

  • (ক) সংবিধানৰ ৪২ তম সংশোধনী অনুসৰি
  • (খ) সংবিধানৰ ২৪ তম সংশোধনী অনুসৰি
  • (গ) সংবিধানৰ ৬০ তম সংশোধনী অনুসৰি
  • (ঘ) সংবিধানৰ ২৩ তম সংশোধনী অনুসৰি

উত্তৰঃ (ক)

১৭৭. ভাৰতৰ সংবিধানে ভাৰতক ___ হিচাপে বর্ণনা কৰিছে।

  • (ক) এখন সংযুক্তৰাষ্ট্ৰ
  • (খ) ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ এক যুক্তৰাষ্ট্ৰ
  • (গ) আংশিকভাৱে কেন্দ্রীয় আৰু সংঘবদ্ধ
  • (ঘ) প্রায় সংঘবদ্ধ

উত্তৰঃ (ক)

১৭৮. ভাৰতৰ সংবিধানৰ সংশোধনী প্রক্রিয়াটো তলৰ কোনখন সংবিধানত পোৱা যায়-

  • (ক) দক্ষিণ আফ্রিকাৰ সংবিধান
  • (খ) বৃটিছ সংবিধান
  • (গ) আমেৰিকাৰ সংবিধান
  • (ঘ) কানাডাৰ সংবিধান

উত্তৰঃ (খ)

১৭৯. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশোধনীৰ লগত সম্পর্কিত

  • (ক) ৩৪৩ অনুচ্ছেদ
  • (খ) ৩৬৮ অনুচ্ছেদ
  • (গ) ৩৭৩ অনুচ্ছেদ
  • (ঘ) ৩৭২ অনুচ্ছেদ

উত্তৰঃ (খ)

১৮০. ভাৰতবৰ্ষত সংবিধান সংশোধনৰ কর্তৃত্ব-

  • (ক) ৰাজ্যৰ
  • (খ) কেন্দ্র
  • (গ) জনসাধাৰণ
  • (ঘ) ৰাজ্য আৰু কেন্দ্র

উত্তৰঃ (খ)

Indian Politics GK in Assamese

Important Topics:

  1. Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
  2. Assam Geography GK

Quiz:

  1. Test Your Knowledge

Leave a Comment

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese