Indian Politics GK in Assamese|| 200+ MCQ || Free PDF

Popup Iframe Example

১৪১. ৰাজ্যপালক দৰমহা আৰু ভাট্টা দিয়ে-

WhatsApp Group Join Now
Telegram Group Join Now
  • (ক) সংশ্লিষ্ট ৰাজ্য চৰকাৰে
  • (খ) কেন্দ্ৰীয় চৰকাৰে
  • (গ) উচ্চতম ন্যায়ালয়ে
  • (ঘ) ওপৰৰ কোনোটোৱে নহয়

উত্তৰঃ (ক)

১৪২. ৰাজ্যপালে কাৰ ওচৰত জৱাবদিহি হ'ব লাগে?

  • (ক) ৰাষ্ট্ৰপতি
  • (খ) প্রধানমন্ত্রী
  • (গ) মুখ্যমন্ত্রী
  • (ঘ) বিধানসভা

উত্তৰঃ (ক)

১৪৩. ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হ'বলৈ ন্যূনতম বয়স কিমান হোৱা উচিত?

  • (ক) ৫০ বছৰ
  • (খ) ৬০ বছৰ
  • (গ) ৩৫ বছৰ
  • (ঘ) ১৮ বছৰ

উত্তৰঃ (গ)

১৪৪. ৰাজ্যৰ মন্ত্রীসভাৰ মুৰব্বী হ'ল-

  • (ক) মুখ্যমন্ত্রী
  • (খ) ৰাজ্যপাল
  • (গ) অধ্যক্ষ
  • (ঘ) এটাও নহয়

উত্তৰঃ (ক)

১৪৫. ৰাজ্যিক মন্ত্রীসভাৰ মন্ত্রীসকলক পদবী বিতৰণ কৰে-

  • (ক) ৰাজ্যপালে
  • (খ) মুখ্যমন্ত্রীয়ে
  • (গ) বিধানসভাই
  • (ঘ) মুখ্যমন্ত্ৰীৰ উপদেশত ৰাজ্যপালে

উত্তৰঃ (খ)

১৪৬. ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকত সভাপতিত্ব কৰে-

  • (ক) মুখ্যমন্ত্রীয়ে
  • (খ) ৰাজ্যপালে
  • (গ) সংসদীয় পৰিক্ৰমা মন্ত্রীয়ে
  • (ঘ) ওপৰৰ কোনোৱেই নহয়

উত্তৰঃ (ক)

১৪৭. ৰাজ্যিক বিদানসভাৰ সদস্য নোহোৱাকৈ এজন লোকে কিমান দিন ৰাজ্যিক মন্ত্রীসভাৰ সদস্য হৈ থাকিব পাৰে?

  • (ক) ছয়মাহ
  • (খ) এবছৰ
  • (গ) তিনিমাহ
  • (ঘ) এমাহ

উত্তৰঃ (ক)

১৪৮. সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাজ্যপালে কিছুমান বিষয়ত স্ব-বিচাৰ কৰিব লাগে?

  • (ক) ১৬৩ (১)
  • (খ) ১৬০
  • (গ) ১৬৪ (২)
  • (ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক)

১৪৯. তলৰ কোনটো মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত প্রযোজ্য নহয়?

  • (ক) মুখ্যমন্ত্রীয়ে কোনো বিভাগৰ দায়িত্ব নলবও পাৰে
  • (খ) ৰাজ্যখনৰ প্ৰশাসনৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ হাতত থাকে
  • (গ) মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকত সভাপতিত্ব কৰে
  • (ঘ) মুখ্যমন্ত্রীয়ে অন্ততঃ এটা বিভাগৰ দায়িত্ব ল'বই লাগিব।

উত্তৰঃ (ঘ)

১৫০. বর্তমান বিহাৰ বিধান পৰিষদৰ সদস্য সংখ্যা-

  • (ক) ৯৬ জন
  • (খ) ৯৮ জন
  • (গ) ১০৮ জন
  • (ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক)

১৫১. ভাৰতীয় সংবিধান ৰচনাৰ বাবে গঠন কৰা সংবিধান সভা গঠন হৈছিল-

  • (ক) কেবিনেট মিছনৰ প্রস্তাৱ অনুসৰি
  • (খ) ক্রিপছ মিছনৰ প্ৰস্তাৱ অনুসৰি
  • (গ) বৃটিছ সংসদৰ এখন আইন অনুসৰি
  • (ঘ) ভাৰতীয় স্বাধীনতা আইন অনুসৰি

উত্তৰঃ (ক)

১৫২. সংবিধান সভাৰ সদস্যসকল আছিল-

  • (ক) বিভিন্ন ৰাজনৈতিক দলৰ দ্বাৰা মনোনীত
  • (খ) জনসাধাৰণৰ দ্বাৰা পোনপটীয়াকৈ নির্বাচিত
  • (গ) গৱৰ্ণৰ জেনেৰেলৰ দ্বাৰা মনোনীত
  • (ঘ) বিভিন্ন বিধানসভাৰ দ্বাৰা নিৰ্বাচিত আংশিকভাবে ৰাজ্যৰ প্ৰতিনিধিৰে গঠিত

উত্তৰঃ (ঘ)

১৫৩. সংবিধান সভাৰ প্ৰথম অধিৱেশন হৈছিল-

  • (ক) ২৬ নৱেম্বৰ, ১৯৪৬
  • (খ) ১৫ আগষ্ট, ১৯৪৭
  • (গ) ৯ ডিচেম্বৰ, ১৯৪৬
  • (ঘ) ২৬ জানুৱাৰী, ১৯৫০

উত্তৰঃ (গ)

১৫৪. সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ড° ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ অস্থায়ী সভাপতিজন আছিল-

  • (ক) এইছ এন কানজুৰ
  • (খ) কে এম মুঞ্চী
  • (গ) এম. এম মালভিয়া
  • (ঘ) সচিদানন্দ সিংহ

উত্তৰঃ (ঘ)

১৫৫. সংবিধান সভাৰ স্থায়ী সভাপতি নির্বাচিত হৈছিল-

  • (ক) বি আৰ আম্বেদকাৰ
  • (খ) ড° ৰাজেন্দ্ৰ প্ৰসাদ
  • (গ) চৰ্দাৰ পেটেল
  • (ঘ) জৱাহৰলাল নেহেক।

উত্তৰঃ (খ)

১৫৬. সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল-

  • (ক) বি আৰ আম্বেদকাৰ
  • (খ) কৃষ্ণস্বামী আয়াৰ
  • (গ) জৱাহৰলাল নেহেৰু
  • (ঘ) ডি পি খৈতান

উত্তৰঃ (ক)

১৫৭. কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল-

  • (ক) আমেৰিকা যুক্তৰাষ্ট্ৰ
  • (খ) বৃটিছ যুক্তৰাষ্ট্ৰ
  • (গ) কানাডা
  • (ঘ) ভাৰত

উত্তৰঃ: (ঘ)

১৫৮. ভাৰতীয় সংবিধানখন সংবিধান সভাত গৃহীত হয়-

  • (ক) ১৯৪৯ চনৰ ২৬ নৱেম্বৰত
  • (খ) ১৯৪৭ চনৰ ১৫ আগষ্টত
  • (গ) ১৯৫০ চনৰ ২৬ জানুৱাৰীত
  • (ঘ) ১৯৪৭ চনৰ ৯ ডিচেম্বৰত

উত্তৰঃ: (ক)

১৫৯. সংবিধান ৰচনাৰ বিভিন্ন দিশ পর্যালোচনা কৰিবলৈ সংবিধান সভাই নিযুক্ত কৰা সমিতিৰ সংখ্যা আছিল-

  • (ক) ৫
  • (খ) ১১
  • (গ) ৮
  • (ঘ) ১৩

উত্তৰঃ (ঘ)

১৬০. সংবিধানখন ৰচনাৰ বাবে সংবিধান সভাই কিমান সময় লৈছিল-

  • (ক) ২ বছৰ ১১ মাহ ১৮ দিন
  • (খ) ৩ বছৰ ৭ মাহ
  • (গ) ১ বছৰ ১১ মাহ ২০ দিন
  • (ঘ) ২ বছৰ ১০ মাহ ২০ দিন

উত্তৰঃ (ক)

Indian Politics GK in Assamese

Important Topics:

  1. Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
  2. Assam Geography GK

Quiz:

  1. Test Your Knowledge

Leave a Comment

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese