Indian Politics GK in Assamese|| 200+ MCQ || Free PDF

Popup Iframe Example

১২১. কিমান বছৰৰ বাবে ৰাষ্ট্ৰপতিয়ে বিত্ত আয়োগ গঠন কৰে?

WhatsApp Group Join Now
Telegram Group Join Now
  • (ক) প্রত্যেক তিনি বছৰ
  • (খ) যেতিয়াই তেওঁ উপযুক্ততা বিবেচনা কৰে
  • (গ) প্রত্যেক পাঁচ বছৰ
  • (ঘ) প্রত্যেক দুই বছৰ

উত্তৰঃ (ঘ)

১২২. উপ-ৰাষ্ট্ৰপতিৰ তলৰ কোনটো অনুষ্ঠানৰ পদেন সদস্য-

  • (ক) ৰাজ্যসভাৰ
  • (খ) লোকসভাৰ
  • (গ) পৰিকল্পনা আয়োগ
  • (ঘ) ৰাষ্ট্ৰীয় সংহতি পৰিষদ

উত্তৰঃ (ক)

১২৩. উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন বিতর্ক নিষ্পত্তি কৰে-

  • (ক) উচ্চতম ন্যায়ালয়
  • (খ) নির্বাচনী আয়োগ
  • (গ) সংসদে
  • (ঘ) ৰাজ্যসভা

উত্তৰঃ (ক)

১২৪. ৰাষ্ট্ৰপতি অসুস্থ হৈ থাকিলে উপ-ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰৰ দায়িত্বত থাকিব পাৰে-

  • (ক) তিনিমাহ
  • (খ) ছয়মাহ
  • (গ) অনির্দিষ্টকাল
  • (ঘ) এবছৰ

উত্তৰঃ (গ)

১২৫. ৰাষ্ট্ৰপতিৰ পদ খালী হ'লে কিমান দিনৰ ভিতৰত পূৰাব লাগে-

  • (ক) ছয়মাহ
  • (খ) তিনিমাহ
  • (গ) এবছৰ
  • (ঘ) দুবছৰ

উত্তৰঃ: (ক)

১২৬. কার্যকাল শেষ হোৱা পূর্বে উপ-ৰাষ্ট্ৰপতিক অপসাৰণ কৰিব পাৰে-

  • (ক) সংসদৰ উভয় সদনে
  • (খ) ৰাজ্যসভাই
  • (গ) ৰাষ্ট্ৰপতিয়ে
  • (ঘ) লোকসভাই

উত্তৰঃ (ক)

১২৭. প্রধানমন্ত্রী হ'ল-

  • (ক) ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী
  • (খ) চৰকাৰৰ মুৰব্বী
  • (গ) ৰাষ্ট্ৰৰ মুৰব্বী
  • (ঘ) কেৱল মন্ত্রী পৰিষদৰ মুৰব্বী

উত্তৰঃ (খ)

১২৮. ______ ভাৰত যুক্তৰাজ্যৰ ২৮ তম ৰাজ্য?

  • (ক) উত্তৰাখণ্ড
  • (খ) ছত্তিছগড়
  • (গ) তেলেংগানা
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ)

১২৯. কিমান চনৰ পৰা EVM ৰ ব্যৱহাৰ আৰম্ভ হৈছিল?

  • (ক) ১৯৯৮ চনত
  • (খ) ২০০২ চনত
  • (গ) ১৯৫৫ চনত
  • (ঘ) ১৯৬৩ চনত

উত্তৰঃ (ক)

১৩০. সাধাৰণতে প্রধানমন্ত্রীজন হ'ল-

  • (ক) লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা
  • (খ) ৰাজ্যসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা
  • (গ) সংসদৰ জ্যেষ্ঠ সদস্য
  • (ঘ) ওপৰৰ কোনোটোৱে নহয়

উত্তৰঃ (ক)

১৩১. প্রধানমন্ত্রীজনে তেওঁ কার্যকাল চলাব-

  • (ক) কেৱল নির্দিষ্ট ৫ বছৰ
  • (খ) লোকসভাৰ আস্থা থকালৈকে
  • (গ) নির্দিষ্ট ৬ বছৰ
  • (ঘ) ৰাজ্যসভাৰ আস্থা থকালৈকে

উত্তৰঃ (খ)

১৩২. কেন্দ্রীয় মন্ত্রীসভাত সভাপতিত্ব কৰে -

  • (ক) ৰাষ্ট্ৰপতিয়ে
  • (খ) কেবিনেট সচিবে
  • (গ) প্রধানমন্ত্রীয়ে
  • (ঘ) উপৰাষ্ট্ৰপতিয়ে

উত্তৰঃ (গ)

১৩৩. সংসদৰ সদস্য নোহোৱাকৈ এজন ব্যক্তিয়ে মন্ত্রী পৰিষদৰ সদস্য হ'ব পাৰে মাত্ৰ-

  • (ক) এবছৰলৈ
  • (খ) ছয়মাহলৈ
  • (গ) তিনিমাহলৈ
  • (ঘ) এমাহলৈ

উত্তৰঃ (খ)

১৩৪. মন্ত্ৰী পৰিষদ কাৰ ওচৰত দায়বন্ধ?

  • (ক) ৰাষ্ট্রপতি
  • (খ) সংসদ
  • (গ) প্রধানমন্ত্রী
  • (ঘ) জনসাধাৰণ

উত্তৰঃ (খ)

১৩৫. কোনো এজন মন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ গৃহীত হ'লে-

  • (ক) মন্ত্রীজনে পদত্যাগ কৰিব লাগে
  • (খ) মন্ত্রীসভাখনে পদত্যাগ কৰিব লাগে
  • (গ) মন্ত্ৰীজনৰ লগত প্রধানমন্ত্রীয়ে পদত্যাগ
  • (ঘ) লোকসভা ভংগ হয়

উত্তৰঃ (খ)

১৩৬. এখন ৰাজ্যৰ মন্ত্ৰী পৰিষদৰ বৈঠকত কোনে সভাপতিত্ব কৰে?

  • (ক) বিধানসভাৰ অধ্যক্ষ
  • (খ) মুখ্যমন্ত্রী
  • (গ) ৰাজ্যপাল
  • (ঘ) ইয়াৰে এটাও নহয়

উত্তৰঃ (খ)

১৩৭. ৰাজ্যৰ ৰাজ্যপালজন-

  • (ক) ৰাজ্যৰ মুৰব্বী
  • (খ) চৰকাৰৰ মুৰব্বী
  • (গ) ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি
  • (ঘ) ৰাজ্য আৰু চৰকাৰৰ মুৰব্বী

উত্তৰঃ (ক)

১৩৮. ৰাজ্যপালে কার্যকালত থাকে-

  • (ক) ৰাষ্ট্ৰপতিৰ সদিচ্ছা থকালৈকে
  • (খ) ৰাজ্যৰ মন্ত্ৰী পৰিষদৰ সদিচ্ছা থকালৈকে
  • (গ) ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সদিচ্ছা থকালৈকে
  • (ঘ) দেশৰ প্ৰধানমন্ত্ৰীৰ সদিচ্ছা থকালৈকে

উত্তৰঃ (ক)

১৩৯. ৰাজ্যপালে তলৰ কাৰ অনুমোদন সাপেক্ষে অধ্যাদেশ জাৰি কৰিব পাৰে?

  • (ক) ৰাজ্যৰ বিধানসভাৰ
  • (খ) ৰাজ্যিক মন্ত্ৰী পৰিষদৰ
  • (গ) ৰাষ্ট্ৰপতিৰ
  • (ঘ) মুখ্যমন্ত্ৰীৰ

উত্তৰঃ (ক)

১৪০. সাধাৰণতে নিজৰ ৰাজ্যৰ লোকক সেই ৰাজ্যৰ ৰাজ্যপালে নিয়োগ নকৰে। কিন্তু পশ্চিমবংগৰ এজন লোকক সেই ৰাজ্যতেই ৰাজ্যপাল নিয়োগ কৰিছিল। তেওঁ হ'ল-

  • (ক) হৰেন্দ্রনাথ মুখার্জী
  • (খ) জ্যোতি বসু
  • (গ) বাসুদেৱ মুখার্জী
  • (ঘ) শান্তি ঘোষ

উত্তৰঃ (ক)

Indian Politics GK in Assamese

Important Topics:

  1. Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
  2. Assam Geography GK

Quiz:

  1. Test Your Knowledge

Leave a Comment

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese