১০১. সমগ্র দেশক কিমানখন মাণ্ডলিক পৰিষদত ভাগ কৰা হৈছে?
- (ক) চাৰিখন
- (খ) ছয়খন
- (গ) পাঁচখন
- (ঘ) তিনিখন
উত্তৰঃ (গ)
১০২. ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত বিব্বাদ হলে কোনে নিষ্পত্তি কৰে?
- (ক) উচ্চতম ন্যায়ালয়ে
- (খ) সদনে
- (গ) নির্বাচনী আয়োগে
- (ঘ) প্রধানমন্ত্রীয়ে
উত্তৰঃ (ক)
১০৩. সংবিধান অৱমাননাৰ অপৰাধত ৰাষ্ট্ৰপতিক ক্ষমতাচ্যুত কৰিব পাৰে-
- (ক) দুয়ো সদনে
- (খ) লোকসভাই
- (গ) মন্ত্রী পৰিষদে
- (ঘ) উচ্চতম ন্যায়ালয়ে
উত্তৰঃ (ক)
১০৪. ৰাষ্ট্ৰপতিয়ে ৫ বছৰ কাল ক্ষমতাত থাকে
- (ক) কাৰ্যভাৰ গ্ৰহণৰ দিনাৰে পৰা
- (খ) সদনে ধার্য কৰি দিয়া তাৰিখৰ পৰা
- (গ) নির্বাচিত হোৱাৰ তাৰিখৰ পৰা
- (ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)
১০৫. তলব কোনজনক ৰাষ্ট্ৰপতিয়ে নিযুক্তি নিদিয়ে?
- (ক) ভাৰতৰ মুখ্য ন্যায়াধীশ
- (খ) এটর্নি জেনেৰেল
- (গ) উচ্চ ন্যয়ালয়ৰ ন্যায়াধীশ
- (গ) জিলা সত্র ন্যায়াধীশ
উত্তৰঃ (ক)
১০৬. ৰাষ্ট্ৰপতিয়ে আধ্যাদেশ জাৰি কৰে-
- (ক) সমৱৰ্তী তালিকাৰ বিষয়ত
- (খ) কেন্দ্রীয় তালিকাৰ বিষয়ত
- (গ) সদন নথকা অৱস্থাত
- (ঘ) সদন চলি থকা অৱস্থাত বিশেষ বিষয়ত
উত্তৰ: (গ)
১০৭. ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰিব পৰা সদস্য সংখ্যা হ'ল-
- (ক) ১০০ জন
- (খ) ১৫ জন
- (গ) ১২ জন
- (ঘ) ২০ জন
উত্তৰ: (গ)
১০৮. অনুসূচিত জাতি , অনুসূচিত জনজাতিৰ সদস্যাৰ সংৰক্ষণ চনলৈ সম্প্ৰসাৰণ কৰা হয়।
- (ক) ১৯৯৪
- (খ) ১৯৯৯
- (গ) ২০০০
- (ঘ) ২০১০
উত্তৰঃ (ঘ)
১০৯. ভাৰতীয় সংবিধানত কেইপ্ৰকাৰৰ জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ আছে?
- (ক) ৩
- (খ) ৮
- (গ) ৫
- (ঘ) ৪
উত্তৰঃ (ক)
১১০. কোনো এখন বিধেয়ক ৰাষ্ট্ৰপতিয়ে বিবেচনা নকৰি ঘূৰাই পঠাব পাৰে। কিন্তু বিধেয়কখন পুনৰ তেওঁলৈ পঠিয়ালে তেওঁ বাধ্য হ'ব-
- (ক) বিধেয়কত সম্মতি দিবলৈ
- (খ) বিধেয়কখন বিৰোধী কৰিবলৈ
- (গ) বিধেয়কখন উচ্চতম ন্যায়ালয়লৈ পঠাব
- (ঘ) ওপৰৰ কোনোটোৱেই নহয়।
উত্তৰঃ (ক)
১১১. ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে-
- (ক) মন্ত্ৰী পৰিষদৰ অনুমোদন ক্রমে প্রধানমন্ত্রীয়ে তেনে কৰিবলৈ ৰাষ্ট্ৰপতিলৈ লিখিলে
- (খ) উচ্চতম ন্যায়ালয়ে পৰামৰ্শ দিলে
- (গ) সদনে পৰামৰ্শ দিলে
- (ঘ) প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিলে
উত্তৰঃ (ক)
১১২. ৰাষ্ট্ৰপতি নির্বাচন পৰিচালনা কৰে-
- (ক) ভাৰতৰ নিৰ্বাচনী আয়োগে
- (খ) প্রধানমন্ত্রীয়ে
- (গ) ভাৰতৰ মুখ্য ন্যায়ধীশে
- (ঘ) লোকসভাৰ অধ্যক্ষই
উত্তৰঃ (ক)
১১৩. সংসদ বা বিধানসভাৰ সদস্য এজনে ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হ'ব পাৰে কিন্তু-
- (ক) তেওঁ নির্বাচিত হোৱাৰ লগে লগে পূর্বব পদব পৰা পদত্যাগ কৰিব লাগিব
- (খ) ৰাষ্ট্ৰপতিত প্রতিদ্বন্দ্বিতা কৰাৰ পূৰ্বে সদস্য পদৰ পৰা পদত্যাগ কৰিব লাগিব
- (গ) ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এমাহৰ ভিতৰত সদস্য পদ এৰিব লাগিব
- (ঘ) ওপৰৰ কোনোটোৱে নহয়
উত্তৰঃ (ক)
১১৪. ভাৰতৰ মুখ্য নির্বাচনী আয়ুক্ত কোনে নিযুক্ত দিয়ে?
- (ক) প্রধানমন্ত্রী
- (খ) কেন্দ্রীয় গৃহমন্ত্রী
- (গ) সংসদ
- (ঘ) ৰাষ্ট্ৰপতি
উত্তৰঃ (ঘ)
১১৫. এতিয়ালৈকে ৰাষ্ট্ৰপতিয়ে কেইবাৰ বিত্তীয় জৰুৰীকালীন অৱস্থা (finanacial emergency) ঘোষণা কৰিছে?
- (ক) এবাৰ
- (খ) দুবাৰ
- (গ) তিনিবাৰ
- (ঘ) কৰা নাই
উত্তৰঃ (ঘ)
১১৬. তলৰ কোনবিধ জৰুৰীকালীন অৱস্থা সর্বাধিক সময় ঘোষিত হৈছে?
- (ক) বিত্তীয় জৰুৰীকালীন অৱস্থা
- (খ) ৰাষ্ট্ৰীয় জৰুৰীকালীন অবস্থা
- (গ) সাংবিধানিক জৰুৰীকালীন অৱস্থা
- (ঘ) ওপৰৰ কোনোটোৱে নহয়
উত্তৰঃ (গ)
১১৭. সংসদে কিমান দিনৰ ভিতৰত অনুমোদন নজনালে ঘোষিত ৰাষ্ট্ৰীয় জৰুৰীকালীন অবস্থা বাতিল হ'ব পাৰে?
- (ক) দুমাহ
- (খ) তিনিমাহ
- (গ) ছমাহ
- (ঘ) এমাহ
উত্তৰঃ (ঘ)
১১৮. সংসদৰ অনুমোদন ক্রমে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা বাহাল থাকিব পাৰে-
- (ক) সৰ্বাধিক এবছৰ
- (খ) সর্বাধিক ছ মাহ
- (গ) অনির্দিষ্ট কাললৈ
- (ঘ) সৰ্বাধিক দুবছৰ
উত্তৰঃ (গ)
১১৯. ভাৰতৰ উপ-ৰাষ্ট্ৰপতিক নির্বাচিত কৰে-
- (ক) লোকসভাই
- (খ) জনসাধাৰণে
- (গ) সংসদৰ সদস্যসকলে
- (ঘ) বিধানসভাৰ সদস্যসকলে
উত্তৰঃ (গ)
১২০. উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল হ'ল-
- (ক) ৫ বছৰ
- (খ) ৬ বছৰ
- (গ) ৯ বছৰ
- (ঘ) ৮ বছৰ
উত্তৰঃ (ক)
Indian Politics GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Assam Geography GK
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হয় ।।। প্ৰশ্ন নব্মৰটো comment কৰি দিয়ে যেন।