৮১. ভাৰতীয় সংসদৰ আটাইতকৈ বৃহৎ সমিতিখন হ'ল-
- (ক) আনুমানিক ব্যয় পৰীক্ষা সমিতি
- (খ) চৰকাৰী হিচাপ পৰীক্ষা সমিতি
- (গ) বিশেষাধিকাৰ সমিতি
- (ঘ) সংসদীয় সমিতি
৮২. সদনে ধার্য কৰাতকৈ যাতে কিৰাতকৈ যাতে অধিক খৰচ কৰিব নোৱাৰে সেইটো দিশ কোনখন সমিতিয়ে চায়?
- (ক) আনুমানিক ব্যয় পৰীক্ষা সমিতি
- (খ) চৰকাৰী হিচাপ পৰীক্ষা সমিতি
- (গ) স্থায়ী সমিতি
- (ঘ) ব্যৱসায় সমিতি
৮৩. কাক চৰকাৰী হিচাপ পৰীক্ষা সমিতিৰ 'friend, philosopher আৰু guide' হিচাপে বিবেচনা কৰা হয়?
- (ক) বিত্তমন্ত্রী
- (খ) ভাৰতৰ মহাগাণনিক
- (গ) সংসদীয় পৰিক্ৰমা মন্ত্রী
- (ঘ) লোকসভাৰ অধ্যক্ষ
৮৪. ৰাজ্যৰ দ্বি-সদনীয় বিধানমণ্ডলৰ উচ্চ সদনৰ নাম-
- (ক) বিধান পৰিষদ
- (খ) বিধানসভা
- (গ) ৰাজ্যিক পৰিষদ
- (ঘ) ওপৰৰ কোনোটোৱে নহয়
৮৫. ভাৰতৰ কেইখন ৰাজ্যত বর্তমান দ্বি-সদনীয় বিধানমণ্ডল আছে?
- (ক) সকলো ৰাজ্যত
- (খ) কেৱল ৫ খন ৰাজ্যত
- (গ) কেবল ১০খন ৰাজ্যত
- (ঘ) কেৱল ৮ খন ৰাজ্যত
৮৬. সংবিধানমতে বিধানসভাৰ সদস্য সংখ্যা থাকিব পাৰে-
- (ক) ৬০-৫০০ জন
- (খ) ৫০-২০০ জন
- (গ) ১০০-২৫০ জন
- (ঘ) ২৫০-৩৫০ জন
৮৭. এখন ৰাজ্যৰ মুখ্যমন্ত্রীক কোনে নিযুক্ত দিয়ে?
- (ক) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ ক্রমে ৰাজ্যপালে নিযুক্ত কৰে -
- (খ) ৰাজ্যপালে নিযুক্ত দিয়ে
- (গ) ৰাজ্যিক বিধানসভাৰ দ্বাৰা নিৰ্বাচিত
- (ঘ) ৰাষ্ট্ৰপতিয়ে নির্বাচিত কৰে
৮৮. বিধানসভাত হ'বলৈ প্রয়োজনীয় সদস্য সংখ্যা হ'ল-
- (ক) মুঠ সদস্যৰ দহ ভাগৰ এক অংশ বা সকলো সদস্য
- (খ) মুঠ সদস্যৰ এক-চতুর্থাংশ
- (গ) মাত্র ২৫৫
- (ঘ) মুঠ সদস্যৰ এক তৃতীয়াংশ
৮৯. ৰাজ্যৰ বিধান পৰিষদ গঠন বা ভংগ হয়-
- (ক) সংবিধানৰ ১৬৯ অনুচ্ছেদ অনুসৰি
- (খ) সংবিধানৰ ৫০ অনুচ্ছেদ অনুসৰি
- (গ) সংবিধানৰ ৬৯ অনুচ্ছেদ অনুসৰি
- (ঘ) ওপৰৰ এটাও নহয়
৯০. কাৰ অনুমোদন বা পৰামৰ্শমতে সাধাৰণতে ৰাজ্যৰ বিধান পৰিষদ গঠন হয়?
- (ক) ৰাজ্যৰ বিধানসভাৰ
- (খ) মন্ত্রী পরিষদ
- (গ) ৰাজ্যপালৰ
- (ঘ) মুখ্যমন্ত্ৰীৰ
৯১. সংসদত দলত্যাগ বিৰোধী আইন গৃহীত হয়-
- (ক) সংবিধানৰ ৫১ তম সংশোধনী মতে
- (খ) সংবিধানৰ ৫২ অনুচ্ছেদ অনুসৰি
- (গ) সংবিধানৰ ৬২ তম সংশোধনী মতে
- (ঘ) সংবিধানৰ ৬৩ তম সংশোধনী মতে
৯২. তলৰ কোনখন সংসদীয় সমিতি নহয়?
- (ক) নিয়মাৱলী সংক্রান্ত সমিতি
- (খ) ব্যয় পৰীক্ষা সমিতি
- (গ) চৰকাৰী হিচাপ পৰীক্ষা সমিতি
- (ঘ) সাংসদ ভ্রমণ বানচ সমিতি
৯৩. সাধাৰণতে ৰাজ্যৰ বিধান পৰিষদৰ কাৰ্যকাল
- (ক) ৫ বছৰ
- (খ) ৬ বছৰ
- (গ) ৭ বছৰ
- (ঘ) ৪ বছৰ
৯৪. কেন্দ্রীয় সূচীত কিমানটা বিষয় অন্তর্ভুক্ত কৰা হৈছে?
- (ক) ৬০ টা
- (খ) ৯০ টা
- (গ) ৫৭ টা
- (ঘ) ৯৯ টা
৯৫. ভাৰতৰ সংবিধানে ৰাষ্ট্ৰৰ কাৰ্যপালিকাৰ কর্তৃত্ব প্রদান কৰিছে-
- (ক) ৰাষ্ট্ৰপতিক
- (খ) মন্ত্ৰী পৰিষদক
- (গ) প্রধানমন্ত্রী
- (ঘ) সদনৰ অধ্যক্ষক
৯৬. ভাৰতৰ ৰাষ্ট্ৰপতিক নির্বাচিত কৰে-
- (ক) সংসদ আৰু ৰাজ্য বিধানসভাৰ সদস্যৰ দ্বাৰা গঠিত নির্বাচক মণ্ডলীয়ে
- (খ) ৰাজ্য বিধানসভাৰ সদস্যই
- (গ) সংসদৰ সদস্যসকলে
- (ঘ) ওপৰৰ কোনোটোৱেই নহয়
৯৭. ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল-
- (ক) চৰকাৰ মুৰব্বী
- (খ) ৰাষ্ট্ৰ মুৰব্বী
- (গ) ৰাষ্ট্ৰ আৰু চৰকাৰৰা মুৰব্বী
- (ঘ) ওপৰৰ কোনোটোৱেই নহয়
৯৮. ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰায়-
- (ক) উপৰাষ্ট্ৰপতিয়ে
- (খ) লোকসভাৰ অধ্যক্ষই
- (গ) ভাৰতৰ মুখ্য ন্যায়াধীশে
- (গ) প্রধানমন্ত্রীয়ে
৯৯. ৰাষ্ট্ৰপতিয়ে তলৰ কোনজনৰ ওচৰত পদত্যাগ কৰিব লাগে?
- (ক) উপ-ৰাষ্ট্ৰপতি
- (খ) ভাৰতৰ মুখ্য ন্যায়াধীশ
- (গ) প্রধানমন্ত্রী
- (ঘ) সদন
১০০. ৰাষ্ট্ৰপতি পদত প্রতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স হ'ল-
- (ক) ৩৫ বছৰ
- (খ) ৪৫ বছৰ
- (গ) ৪০ বছৰ
- (ঘ) ৩৩ বছৰ
Indian Politics GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Assam Geography GK
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হয় ।।। প্ৰশ্ন নব্মৰটো comment কৰি দিয়ে যেন।