৬১. ৰাষ্ট্ৰপতি বা উপ-ৰাষ্ট্ৰপতি দুয়োৰে অনুপস্থিতিত কোনে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কার্যনির্বাহ কৰে?
- (ক) লোকসভাৰ অধ্যক্ষই
- (খ) ভাৰতৰ মুখ্য ন্যায়াধীশে
- (গ) ভাৰতৰ মহালেখা পৰীক্ষকে
- (ঘ) কোনো ৰাজ্যৰ জ্যেষ্ঠতম ৰাজ্যপালে
৬২. তলৰ কোনটো মতে ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল নির্ধাৰণ হয়?
- (ক) সংবিধান মতে
- (খ) জনপ্রতিনিধি আইনৰ মতে
- (গ) ৰাষ্ট্ৰপতিৰ মতে
- (ঘ) প্ৰধানমন্ত্ৰীৰ মতে
৬৩. ৰাজ্যসভাৰ উপাধ্যক্ষজন
- (ক) ৰাজ্যসভাৰ সদস্যসকলে নির্বাচিত কৰে
- (খ) প্রধানমন্ত্রীয়ে মনোনীত কৰে
- (গ) ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে
- (ঘ) ৰাজ্যসভাৰ বয়োজ্যেষ্ঠ ব্যক্তি
৬৪. ৰাজ্যসভা-
- (ক) ৰাষ্ট্ৰপতিয়ে ভংগ কৰিব পাৰে
- (খ) কোনো পৰিস্থিতিতে ভংগ নহয়
- (গ) প্ৰধানমন্ত্ৰীৰ পৰামৰ্শমতে ৰাষ্ট্ৰপতিয়ে ভংগ কৰিব পাৰে
- (ঘ) বিধানসভাৰ পৰামৰ্শমতে ভংগ কৰিব পাৰে
৬৫. সংসদৰ দুখন অধিৱেশনৰ মাজত ব্যৱধান
- (ক) ৬ মাহৰ বেছি হ'ব নোৱাৰে
- (খ) ২ বছৰৰ বেছি হ'ব নোৱাৰে
- (গ) ৩ মাহৰ বেছি হ'ব নোৱাৰে
- (ঘ) এক বছৰৰ বেছি হ'ব নোৱাৰে
৬৬. তলৰ কোনজনে দুয়োখন সদনৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে
- (ক) প্রধানমন্ত্রী
- (খ) ৰাষ্ট্ৰপতি
- (গ) মুখ্যমন্ত্রী
- (ঘ) সংসদীয় পৰিক্ৰমা মন্ত্রী
৬৭. সাধাৰণ বিধেয়কৰ ক্ষেত্ৰত-
- (ক) লোকসভাৰ অধিক ক্ষমতা আছে
- (খ) দুয়ো সদনৰ সমান ক্ষমতা আছে
- (গ) ৰাজ্যসভাৰ অধিক ক্ষমতা আছে
- (ঘ) ওপৰৰ এটাও নহয়
৬৮. এখন নতুন ৰাজ্য গঠন কৰা অথবা ৰাজ্যৰ সীমা পৰিৱৰ্তন কৰাৰ ক্ষমতা ___ ৰ হাতত ন্যস্ত
- (ক) ৰাষ্ট্ৰপতি
- (খ) নির্বাচনী আয়োগ
- (গ) সংসদ
- (ঘ) ওপৰৰ এটাও নহয়
৬৯. কেন্দ্রীয়শাসিত অঞ্চলৰ দৈনন্দিন প্রশাসন কোনে চোৱাচিতা কৰে?
- (ক) গৃহ পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্রী
- (খ) কেন্দ্রীয় গৃহমন্ত্রী
- (গ) ৰাষ্ট্ৰপতি
- (ঘ) লেফটেনেন্ট গৱৰ্ণৰ
৭০. ৰাজ্যসভাই অর্থ বিল পাছকৰাত সর্বাধিক বিলম্ব কৰিব পাবে-
- (ক) ১৪ দিন
- (খ) এক মাহ
- (গ) মাহ
- (ঘ) এক বছৰ
৭১. ৰাজ্যসভাৰ বিশেষ ক্ষমতা আছে-
- (ক) নতুন সৰ্বভাৰতীয় সেৱা সৃষ্টিৰ
- (খ) ৰাষ্ট্ৰপতিক অপসাৰণৰ
- (গ) উচ্চতম ন্যায়ালৰৰ ন্যায়াধীশক অপসাৰণৰ
- (ঘ) অর্থবিল উত্থাপন
৭২. অর্থবিল প্রথম উত্থাপিত হয়-
- (ক) ৰাজ্যসভাত
- (খ) লোকসভাত
- (গ) দুয়োসদনত
- (ঘ) যুটীয়া সদনত
৭৩. সাধাৰণ বিধেয়কৰ ক্ষেত্ৰত দুয়ো সদনত মতবিৰোধ হ'লে তাক আঁতৰাব পাৰে-
- (ক) কেৱল ৰাষ্ট্ৰপতিয়ে
- (খ) লোকসভাৰ অধ্যক্ষই
- (গ) দুয়ো সদনৰ যুটীয়া সমিতিয়ে
- (ঘ) উভয় সদনৰ যুটীয়া বৈঠকত
৭৪. কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ কাৰ ওচৰত দায়বদ্ধ?
- (ক) ৰাজ্যসভা
- (খ) লোকসভা
- (গ) উভয় সদন
- (ঘ) বিধান সভা
৭৫. কোনো এখন বিল অর্থবিল হয় নে নহয় তাক নির্ধাৰণৰ ক্ষমতা দিছে-
- (ক) ৰাষ্ট্ৰপতিক
- (খ) মুখ্য ন্যায়াধীশক
- (গ) অধ্যক্ষক
- (ঘ) মহাগাণনিকক
৭৬. সংসদৰ যুটীয়া অধিৱেশনত সভাপতিত্ব কবে-
- (ক) ৰাষ্ট্ৰপতি
- (খ) অধ্যক্ষ
- (গ) ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে উপ-ৰাষ্ট্ৰপতি
- (ঘ) সংসদীয় পৰিক্ৰমা মন্ত্রী
৭৭. সংসদীয় সমিতি সৃষ্টি কৰা হয়-
- (ক) বিধেয়ক প্রস্তুতৰ বিশেষজ্ঞ হিচাপে
- (খ) আইন প্রণয়ন খৰতকীয়া কৰিবলৈ
- (গ) বিধেয়কৰ বিৰোধিতা কৰিবলৈ
- (ঘ) শাসকীয় দলৰ প্রতিনিধিক পদবী দিবলৈ
৭৮. ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগতেই 'ভাৰতৰত্ন' সম্মান লাভ কৰিছিল?
- (ক) ড° জাকিৰ হুছেইন
- (খ) ড° এছ ৰাধাকৃষ্ণণ
- (গ) ড° বি বি গিৰি
- (ঘ) ড° ৰাজেন্দ্ৰ প্রসাদ
৭৯. জৰুৰীকালীন অৱস্থা ঘোষণাৰ ক্ষেত্ৰত চূড়ান্ত কর্তৃত্ব কাৰ?
- (ক) প্রধানমন্ত্রী
- (খ) ৰাষ্ট্ৰপতি
- (গ) সংসদ
- (ঘ) মন্ত্ৰী পৰিষদ
৮০. প্রধানমন্ত্রী কোন?
- (ক) ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী
- (খ) চৰকাৰৰ মুৰব্বী
- (গ) ৰাজ্যৰ মুৰব্বী
- (ঘ) ওপৰৰ এটাও নহয়
Indian Politics GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Assam Geography GK
Quiz: