২১. সংবিধানৰ কোনটো অংশত ৰাষ্ট্ৰ-পৰিচালনাৰ নিৰ্দেশক নীতি আছে-
- (ক) তৃতীয় অংশত
- (খ) চতুর্থ অংশত
- (গ) পঞ্চম অংশত
- (ঘ) ষষ্ঠ অংশত
২২. ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিৰ প্ৰধান উদ্দেশ্য হৈছে-
- (ক) ভাৰতত কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা
- (খ) পঞ্চবার্ষিক পৰিকল্পনাৰ লক্ষ্যত উপনীত হোৱা
- (গ) দেশৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা
- (ঘ) ওপৰৰ এটাও নহয়
২৩. তলৰ কোনটো উক্তি সত্য নহয়-
- (ক) নির্দেশক নীতিসমূহ বাদযোগ্য
- (খ) নির্দেশক নীতিসমূহ বাদযোগ্য নহয়
- (গ) নির্দেশক নীতি কাৰ্যকৰী কৰিবলৈ আদালতৰ ব্যৱস্থা ল'ব পাৰি
- (ঘ) এইনীতিসমূহ তাৎপর্যহীন
২৪. ৰাষ্ট্ৰ নিৰ্দেশক নীতি আৰু মৌলিক অধিকাৰৰ মাজত তলত দিয়া পাৰ্থক্যবোৰৰ কোনটো ভুল?
- (ক) মৌলিক অধিকাৰৰ ভেটি ব্যক্তিবাদ আৰু নির্দেশক নীতিৰ ভেটি হৈছে সমাজবাদ
- (খ) মৌলিক অধিকাৰসমূহ বাদযোগ্য কিন্তু নির্দেশক নীতি বাদযোগ্য নহয়।
- (গ) মৌলিক অধিকাৰসমূহ বাদযোগ্য নহয় কিন্তু নির্দেশক নীতিসমূহ বাদযোগ্য
- (ঘ) মৌলিক অধিকাৰ কাৰ্যকৰী কৰিবলৈ কোনো বিধিৰ প্ৰয়োজন নহয়।
২৫. জৰুৰীকালীন অৱস্থাত নাগৰিকৰ মৌলিক অধিকাৰ-
- (ক) স্বতঃস্ফূতভাবে খর্ব হয়
- (খ) বাতিল কৰিব পাৰে
- (গ) বাতিল কৰিব নোৱাৰে
- (ঘ) উপভোগ কৰিব পাৰি
২৬. তলৰ কোনটো উক্তি সত্য-
- (ক) মৌলিক অধিকাৰসমূহ ন্যায়সংগত
- (খ) মৌলিক অধিকাৰসমূহ ন্যায়সংগত নহয়
- (গ) মৌলিক অধিকাৰ অসীম
- (ঘ) মৌলিক অধিকাৰসমূহ ক্ষমতাশালীৰ
২৭. ভাৰতীয় সংবিধানত ছয়বিধ স্বাধীনতাৰ উল্লেখ আছে-
- (ক) অনুচ্ছেদ ১২ ৰ পৰা ৩৫ লৈ
- (খ) অনুচ্ছেদ ১৯ ত
- (গ) অনুচ্ছেদ ২১ ৰ পৰা ২৬ লৈ
- (ঘ) অনুচ্ছেদ ১৪ ৰ পৰা ২৮ লৈ
২৮. নাগৰিক মৌলিক অধিকাৰ বাতিলৰ হুকুম দিব পাবে-
- (ক) মন্ত্রীসভাৰ অনুমোদন ক্রমে ৰাষ্ট্ৰপতিয়ে
- (খ) সদনৰ অনুমোদন ক্রমে ৰাষ্ট্ৰপতিয়ে
- (গ) সদনে
- (ঘ) প্রধানমন্ত্রীয়ে
২৯. তলৰ কোনটো মৌলিক অধিকাৰ ড° বি আৰ আম্বেদকাৰে সংবিধানৰ 'heart and soul' বুলি অভিহিত কৰিছিল?
- (ক) স্বাধীনতাৰ অধিকাৰ
- (খ) সমতাৰ অধিকাৰ
- (গ) সাংবিধানিক অধিকাৰ
- (ঘ) ধৰ্মৰ অধিকাৰ
৩০. 'ৰাষ্ট্র নির্দেশক নীতি হৈছে কোনো বেংকৰ সুবিধা মতে আদায় পাব পৰা এখন চেকৰ দৰে' এই উক্তিটো কাৰ?
- (ক) অধ্যাপক কে টি শ্বাহ
- (খ) ড° বি এন ৰাও
- (গ) ড° বি আৰ আম্বেদকাৰ
- (ঘ) ড° ৰাজেন্দ্র প্রসাদ
৩১. সংবিধানৰ কোনটো সংশোধনীয়ে নির্দেশক নীতি কাৰ্যকৰী কৰা আইনে মৌলিক অধিকাৰৰ কিছুমান অনুচ্ছেদ উলংঘা কৰিলেও তেনে আইন অবৈধ নহয়-
- (ক) ৪২ তম সংশোধনী
- (খ) ৪৪ তম সংশোধনী
- (গ) ৪৫ তম সংশোধনী
- (ঘ) ২৪ তম সংশোধনী
৩২. উচ্চতম ন্যায়ালৰ কোনটো ৰায়ত মৌলিক অধিকাৰতকৈ নির্দেশক নীতিৰ ওপৰত গুৰুত্ব দিয়া ব্যৱস্থাক সংবিধান বিৰোধী বুলি ঘোষণা কৰিছিল?
- (ক) মিনার্ভা মিল মোকর্দমা
- (খ) গোলোক নাথ মোকর্দমা
- (গ) কেশৱানন্দ ভাৰতী মোকদমা
- (ঘ) এ কে গোপাল মোকর্দমা
৩৩. তলৰ কোনকেইটা অনুচ্ছেদত ৰাষ্ট্ৰৰ নিৰ্দেশক নীতিসমূহৰ উল্লেখ আছে?
- (ক) অনুচ্ছেদ ৩৫ ৰ পৰা লৈ ৫০
- (খ) অনুচ্ছেদ ৩৪ ৰ পৰা লৈ ৫০
- (গ) অনুচ্ছেদ ৩৬ ৰ পৰা লৈ ৫১
- (ঘ) অনুচ্ছেদ ৩০ ৰ পৰা লৈ ৫০
৩৪. তলৰ কোনটো নির্দেশক নীতিৰ ভাগ নহয়?
- (ক) অর্থনৈতিক নীতি
- (খ) গান্ধীবাদী নীতি
- (গ) আন্তঃৰাষ্ট্ৰীয় নীতি
- (ঘ) পুঁজিবাদী নীতি
৩৫. সংবিধানৰ কোনটো অনুচ্ছেদত নির্দেশক নীতিৰ অন্তর্গত নীতিসমূহ আছে?
- (ক) ৫০ নং অনুচ্ছেদ
- (খ) ৫১ নং অনুচ্ছেদ
- (গ) ৫২ নং অনুচ্ছেদ
- (ঘ) ৫৩ নং অনুচ্ছেদ
৩৬. তলৰ কোনটোৰ বাবে ভাৰতীয় নাগৰিকক মৌলিক অধিকাৰ প্ৰদান কৰা হৈছে?
- (ক) গণতান্ত্রিক চৰকাৰ গঠনৰ বাবে
- (খ) নিৰপেক্ষ ন্যায়পালিকা প্রতিষ্ঠাৰ বাবে
- (গ) ধৰ্মনিৰপেক্ষ সমাজবাদী আদর্শ প্রতিষ্ঠাৰ বাবে
- (ঘ) নাগৰিকৰ ব্যক্তিগত স্বাধীনতা সুৰক্ষাৰ বাবে
৩৭. নাগৰিকৰ মৌলিক অধিকাৰত যুক্তিসংগত বাধা আৰোপৰ বাবে তলৰ কোনটো কর্তৃপক্ষক সংবিধানে কর্তৃত্ব প্রদান কৰিছে?
- (ক) উচ্চতম ন্যায়লয়
- (খ) ৰাষ্ট্ৰপতি
- (গ) সংসদ
- (ঘ) মন্ত্রী পৰিষদ
৩৮. কোনো ব্যক্তিক অবৈধভাবে আবদ্ধ কৰি ৰাখিলে তলৰ কোনটো লেখ প্রযোজ্য হয়?
- (ক) বন্দী উপস্থাপন সমাদেশ
- (খ) পৰমাধিদেশ
- (গ) কৈফিয়ৎ তলবী
- (ঘ) উৎপ্রেষণ
৩৯. বৈধভাবে নিযুক্ত নোহোৱালৈকে কোনো লোকক সেই পদবীত কাম কৰাৰ পৰা বিৰত ৰাখিবলৈ তলৰ কোনটো লেখ জাৰি কৰিব পাৰি?
- (ক) কৈফিয়ৎ তলবী
- (খ) বন্দী উপস্থাপন সমাদেশ
- (গ) পৰমাধিদেশ
- (ঘ) উৎপ্রেষণ
৪০. কোনো লোকে বা কর্তৃপক্ষই নিজৰ দায়িত্ব পালন কৰিবলৈ অনিচ্ছুক হ'লে তলৰ কোনটো লেখ জাৰি কৰি সেই দায়িত্ব পালন কৰিবলৈ বাধ্য কৰাব পাৰে?
- (ক) বন্দী উপস্থাপন সমাদেশ
- (খ) পৰমাধিদেশ
- (গ) কৈফিয়ৎ তলবী
- (ঘ) উৎপ্রেষণ
Indian Politics GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Assam Geography GK
Quiz: