Indian Politics GK in Assamese|| 200+ MCQ || Free PDF

Popup Iframe Example

১৮১. ভাৰতীয় সংবিধানত সংবিধান সংশোধনীৰ কিমানটা পদ্ধতি আছে?

WhatsApp Group Join Now
Telegram Group Join Now
  • (ক) ৫ টা
  • (গ) ১ টা
  • (খ) ৪ টা
  • (ঘ) ৩ টা

উত্তৰঃ (ঘ)

১৮২. তলৰ কোনটো উক্তি সত্য-

  • (ক) ভাৰতৰ সংবিধানখন পৃথিৱীৰ ভিতৰত আটাইতকৈ কঠিন সংবিধান
  • (খ) ভাৰতৰ সংবিধানখন পৃথিৱীৰ ভিতৰত আটাইতকৈ নমনীয় সংবিধান
  • (গ) ভাৰতীয় সংবিধানখন কঠিন আৰু নমনীয়তাৰ সংমিশ্রণ
  • (ঘ) সাধাৰণ আইন প্রণয়ন কৰি ভাৰতীয় সংবিধান সংশোধন কৰিব পাৰি

উত্তৰঃ (গ)

১৮৩. এজন ব্যক্তিয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰাৰ আগতে ন্যূনতম _____  বসবাস কৰাটো আবশ্যকীয়।

  • (ক) ১০ বছৰ
  • (খ) ৫ বছৰ
  • (গ) ৩ বছৰ
  • (ঘ) ৭ বছৰ

উত্তৰঃ (খ)

১৮৪. তলৰ কোনটো উক্তি সত্য?

  • (ক) সংবিধান সংশোধনৰ পদক্ষেপ ৰাজ্যসমূহে লয়
  • (খ) ৰাজ্যসমূহৰ সন্মতিত সংবিধান সংশোধন হয়
  • (গ) সংবিধানৰ বিভিন্ন দফা সংশোধন কৰিব পাৰি, সংসদৰ দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত বা সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত
  • (ঘ) এটাও নহয়

উত্তৰঃ (গ)

১৮৫. সংবিধান সংশোধনী প্রক্রিয়াত তলৰ কোনটো উক্তি সত্য-

  • (ক) সংবিধান সংশোধনী বিধেয়ক বিধানসভাত উত্থাপন কৰিব পাৰি
  • (খ) সংবিধান সংশোধনীৰ বাবে বিশেষ আয়োগ গঠন কৰিব পাৰি
  • (গ) গণ ভোটৰ দ্বাৰা সংবিধান সংশোধন কৰিব পাৰি
  • (ঘ) সংবিধান সংশোধনী বিধেয়ক কেৱল সংসদতহে উত্থাপন কৰিব পাৰি

উত্তৰঃ (ঘ)

১৮৬. ভাৰতৰ সংবিধানৰ ৪২ তম সংশোধনী ঘটোৱা হৈছিল-

  • (ক) ১৯৭৬ চনত
  • (খ) ১৯৭৫ চনত
  • (গ) ১৯৬০ চনত
  • (ঘ) এটাও নহয়

উত্তৰঃ (ক)

১৮৭. উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশসকলৰ চাকৰিকাল ৬০ ৰ পৰা ৬২ লৈ বৃদ্ধি সংবিধানৰ কিমান সংখ্যক সংশোধনীৰ যোগেদি কৰা হৈছিল?

  • (ক) ১৫ তম
  • (গ) ৫৫ তম
  • (খ) ৪২ তম
  • (ঘ) ২৪ তম

উত্তৰঃ (ক)

১৮৮. ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহত ক'ত অন্তর্ভুক্ত কৰা হৈছে?

  • (ক) সংবিধানৰ তৃতীয় অধ্যায়
  • (খ) সংবিধানৰ সপ্তম অনুসূচী
  • (গ) সংবিধানৰ চতুৰ্থ অধ্যায়
  • (ঘ) ইয়াৰে এটাও নহয়

উত্তৰঃ (ক)

১৮৯. ভাৰতীয় সংবিধানত নাগৰিকত্বৰ ক্ষেত্ৰত তলৰ কোনটো ব্যৱস্থা আছে।

  • (ক) দ্বি-নাগৰিকত্ব
  • (খ) এক-নাগৰিকত্ব
  • (গ) বহু-নাগৰিকত্ব
  • (ঘ) নাগৰিকত্বৰ ব্যৱস্থা নাই

উত্তৰঃ (খ)

১৯০. মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন?

  • (ক) প্রধানমন্ত্রী
  • (খ) ৰাষ্ট্ৰপতি
  • (গ) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
  • (ঘ) উপ-ৰাষ্ট্ৰপতি

উত্তৰঃ (ক)

১৯১. ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী কোন?

  • (ক) ৰাজ্যৰ ৰাজ্যপাল
  • (খ) ৰাজ্যৰ মুখ্যমন্ত্রী
  • (গ) উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ
  • (ঘ) ভাৰতৰ ৰাষ্ট্ৰপতি

উত্তৰঃ (ক)

১৯২. লোকসভাৰ অধ্যক্ষজন নির্বাচন কৰে-

  • (ক) লোকসভাৰ সদস্যসকলে
  • (খ) লোকসভাৰ বাহিৰত সদস্যসকলে
  • (গ) ৰাজ্যসভাৰ সদস্যসকলে
  • (ঘ) প্রধানমন্ত্রীয়ে

উত্তৰঃ (ক)

১৯৩. লোকসভাৰ অধ্যক্ষৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পূর্বে আঁতৰাব পাৰে-

  • (ক) প্রধানমন্ত্রীয়ে
  • (খ) ৰাষ্ট্ৰপতিয়ে
  • (গ) লোকসভাৰ সদস্যসকলৰ সংখ্যাগৰিষ্ঠৰ সন্মতিত লোৱা সিদ্ধান্তৰ জৰিয়তে
  • (ঘ) উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে

উত্তৰঃ (গ)

১৯৪. লোকসভাৰ অধ্যক্ষই কাৰ ওচৰত পদত্যাগ কৰিব লাগে?

  • (ক) ৰাষ্ট্ৰপতি
  • (খ) প্রধানমন্ত্রী
  • (গ) লোকসভাৰ উপাধ্যক্ষ
  • (ঘ) মুখ্য ন্যায়াধীশ

উত্তৰঃ (গ)

১৯৫. লোকসভাৰ অধ্যক্ষই-

  • (ক) সদনৰ অন্য সদস্যৰ দৰে ভোট দিব পাৰে
  • (খ) ভোট দিব নোৱাৰে
  • (গ) এবাৰত দুই ভোট দিব পাবে
  • (ঘ) অমীমাংসিত অৱস্থাত (Tie) ভোট দিব পাৰে।

উত্তৰঃ (ঘ)

১৯৬. লোকসভাৰ কাৰ্যকাল-

  • (ক) জৰুৰীকালীন অৱস্থাত এবছৰ বঢ়াব পাৰে
  • (খ) ৰাষ্ট্ৰপতিয়ে নিজৰ ইচ্ছামতে বঢ়াব পাৰে
  • (গ) বঢ়াব নোৱাৰি
  • (ঘ) এবাৰতে দুবছৰ বঢ়াব পাৰি

উত্তৰঃ (ক)

১৯৭. লোকসভাত তলৰ কোনখন ৰাজ্যৰ অধিক প্রতিনিধি আছে?

  • (ক) বিহাৰ
  • (খ) উত্তৰ প্ৰদেশ
  • (গ) মহাৰাষ্ট্ৰ
  • (ঘ) মধ্যপ্রদেশ

উত্তৰঃ (খ)

১৯৮. ভাৰতত প্রথম সাধাৰণ নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

  • (ক) ১৯৪৭ চনত
  • (খ) ১৯৫৭ চনত
  • (গ) ১৯৫২ চনত
  • (ঘ) ১৯৬০ চনত

উত্তৰঃ (গ)

১৯৯. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?

  • (ক) এম কে গান্ধী
  • (খ) ডব্লিউ চি বেনার্জী
  • (গ) জৱাহৰলাল নেহেৰু
  • (ঘ) বংকিমচন্দ্র চোটার্জী

উত্তৰঃ (খ)

২০০. ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিসমূহ-

  • (ক) মূল সংবিধানতেই অন্তর্ভুক্ত
  • (খ) সংবিধানৰ ৪২ তম সংশোধনীত অন্তর্ভুক্ত
  • (গ) সংবিধানৰ প্ৰথম সংশোধনীত অন্তর্ভুক্ত
  • (ঘ) সংবিধানৰ ৪৪ তম সংশোধনীত অন্তর্ভুক্ত

উত্তৰঃ (ক)

Indian Politics GK in Assamese

Important Topics:

  1. Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
  2. Assam Geography GK

Quiz:

  1. Test Your Knowledge

Indian Politics GK in Assamese language//ভাৰতৰ ৰাজনীতি GK//Indian Politics GK in Assamese language with Answer//Indian Politics GK in Assamese language pdf free download//ৰাজনীতি কুইজ অসমীয়া//Indian Politics MCQ in Assamese language//Indian Politics MCQ|| ভাৰতীয় ৰাজনীতি GK||Indian Politics GK in Assamese||Indian Politics GK in Assamese||Indian Politics GK in Assamese || Indian Politics GK in Assamese

Leave a Comment

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese