১৬১. আধুনিক ট্রেড ইউনিয়ন সন্থা (১৯১৮) ভাৰতবৰ্ষত প্রথমতে সংগঠন কৰিছিল-
- (ক) লাজপট ৰায়
- (খ) তিলক
- (গ) বি পি ওৱাডিয়া
- (ঘ) জয়প্রকাশ নাৰায়ণ
উত্তৰঃ (গ)
১৬২. গণ্ডমাকৰ সন্ধি কাৰ কাৰ মাজত সম্পন্ন হৈছিল-
- (ক) ইংৰাজসকল আৰু সিন্ধু দেশৰ আমিৰসকলৰ মাজত
- (খ) ইংৰাজ আৰু ফৰাচীসকলৰ মাজত
- (গ) ইংৰাজ আৰু ব্ৰহ্মদেশৰ শাসকসকলৰ মাজত
- (ঘ) ইংৰাজ আৰু আফগানিস্থানৰ শাসকসকলৰ মাজত
উত্তৰঃ (ঘ)
১৬৩. জাতীয়বাদী নেতৃবর্গই কোনটো বিষয়ৰ ওপৰত ভাৰতবৰ্ষত প্রথম আন্দোলন কৰিছিল?
- (ক) সতী প্রথা
- (খ) বিধবা বিবাহ
- (গ) দেশীয় ভাষা মুদ্রণ আইন
- (ঘ) সাংবিধানিক ৰেহাই
উত্তৰঃ (গ)
১৬৪. সিন্ধু উপত্যকাৰ লোকসকলৰ ব্যৱসায়িক সম্পর্ক আছিল-
- (ক) লণ্ডন আৰু পেৰিচৰ সৈতে
- (খ) চীনদেশ আৰু জাপানৰ লগত
- (গ) পাৰস্য উপসাগৰ আৰু মেচোপটেমিয়া
- (ঘ) হংকং
উত্তৰঃ (গ)
১৬৫. কোন বংশৰ শাসনকালত ভাৰতত প্ৰথমবাৰৰ বাবে সোণৰ মুদ্রাৰ প্ৰচলন হৈছিল?
- (ক) মোগল বংশ
- (খ) গুপ্ত বংশ
- (গ) মৌর্য বংশ
- (ঘ) পাল বংশ
উত্তৰঃ (খ)
১৬৬. মহেঞ্জোদাৰো নগৰৰ আটাইতকৈ চকুত লগা ধ্বংসাৱশেষ হ'ল ইটাৰে নির্মিত স্নানাগাৰটো আকাৰ-
- (ক) ৩৯ ফুট ২৩ ফুট ৮ ফুট
- (খ) ২৪ ফুট ২৪ ফুট
- (গ) ৪১ ফুট ২৫ ফুট ১০ ফুট
- (ঘ) ২৯ ফুট ২০ ফুট ৫ ফুট
উত্তৰ: (ক)
১৬৭. সিন্ধু উপত্যকা সভ্যতাত লোকসকলৰ আটাইতকৈ প্রসিদ্ধ দেৱী-দেৱতা আছিল-
- (ক) মাতৃ পূজা
- (খ) ইন্দ্ৰ দেৱতা
- (গ) সূর্য দেৱতা
- (ঘ) নদীৰ দেৱতা
উত্তৰঃ (ক)
১৬৮. সিন্ধু উপত্যকাৰ সভ্যতাত লোকসকলৰ অর্থনীতিৰ বুনিয়াদ আছিল-
- (ক) খনিজ পদার্থ
- (খ) শিল্পী
- (গ) কৃষি
- (ঘ) মীন পালন
উত্তৰ: (গ)
১৬৯. খৃষ্টপূর্ব প্রায় একহেজাৰ বছৰ আগতে ৰচিত প্রাচীনতম সাহিত্যিক বচনা-
- (ক) ঋগবেদ
- (খ) সামবেদ
- (গ) যজুর্বেদ
- (ঘ) অথর্ব বেদ
উত্তৰঃ (ক)
১৭০. মহেঞ্জোদাৰোত আৱিষ্কাৰ হোৱা সিন্ধু উপত্যকা সভ্যতাৰ ধ্বংসাৱশেষবোৰ প্রথম আবিষ্কৃত হয়-
- (ক) ১৯০০ চনত
- (খ) ১৯২২ চনত
- (গ) ১৯৪০ চনত
- (ঘ) ১৯৩৯ চনত
উত্তৰঃ (খ)
১৭১. সিন্ধু উপত্যকাৰ লোকে লিখিব জানিছিল আৰু তেওঁলোকৰ লিপি আছিল-
- (ক) চিত্রলিপি
- (খ) ব্রাহ্মী
- (গ) পালি
- (ঘ) মাগধী
উত্তৰঃ (ক)
১৭২. পৱিত্ৰ চহৰ অমৃতসৰৰ প্রতিষ্ঠাতা কোন আছিল?
- (ক) গুৰু নানক
- (খ) গুৰু ৰামদাস
- (গ) ৰঞ্জিত সিং
- (ঘ) শ্রীগোবিন্দ সিং
উত্তৰ: (খ)
১৭৩. বীণা বজোৱা ভংগীত কোনজন ভাৰতীয় সম্রাটৰ চিত্র পোন প্রথমে মুদ্রাত সন্নিৱিষ্ট কৰা হৈছিল?
- (ক) মহম্মদ বিন টোগলক
- (খ) আকবৰ
- (গ) শ্বেৰশ্বাহ
- (ঘ) সমুদ্রগুপ্ত
উত্তৰঃ (ঘ)
১৭৪. ধ্বংসাৱশেষবোৰে প্ৰমাণ কৰে যে সিন্ধু উপত্যকাৰ লোকে তেওঁলোকৰ অট্টালিকাবোৰ সাজিছিল-
- (ক) পোৰা ইটাৰে
- (খ) কাঠৰে
- (গ) শিলেৰে
- (ঘ) শিল আৰু বিলাতী মাটিৰ মিশ্রণেৰে
উত্তৰঃ (ক)
১৭৫. হৰপ্পা সংস্কৃতিৰ নগৰবোৰ বিখ্যাত আছিল-
- (ক) নলা-নর্দমা আৰু আলিবাটৰ বাবে
- (খ) বাগিচা আৰু দলংবোৰৰ বাবে
- (গ) পখুৰী আৰু হ্ৰদবোৰৰ বাবে
- (ঘ) অগ্নিনির্বাপন পদ্ধতিৰ বাবে
উত্তৰঃ (ক)
১৭৬. মহেঞ্জোদাবোৰ ভগ্নাৱশেষত পোৱা নাচনী ছোৱালীজনীৰ মূৰ্তিটো কি ধাতুৰে সজা?
- (ক) সোণ
- (খ) ৰূপ
- (গ) তাম
- (ঘ) ব্রঞ্জ
উত্তৰঃ (ক)
১৭৭. তলত উল্লেখ কৰা কোনপদ বস্তু সিন্ধু উপত্যকাৰ সময়ত আৱিষ্কৃত হোৱা নাছিল?
- (ক) লো
- (খ) শিল
- (গ) তাম
- (ঘ) ব্রঞ্জ
উত্তৰঃ (ক)
১৭৮. হৰপ্পা সংস্কৃতিৰ ধ্বংসাৱশেষবোৰৰ ভিতৰত আটাইতকৈ দোমোজাত পেলোৱা আহিলা আছিল-
- (ক) মোহৰবোৰ
- (খ) গহণাবোৰ
- (গ) সা-সৰঞ্জামবোৰ
- (ঘ) ডাঙৰ স্থানাগাৰটো
উত্তৰঃ (ক)
১৭৮. সিন্ধু উপত্যকাৰ লোকসকলে বেহা-বেপাৰ চলোৱা বন্দৰ নগৰীখন-
- (ক) লোতাল
- (খ) কালিবঙ্গন
- (গ) হস্তিনাপুৰ
- (ঘ) মদ্রত
উত্তৰঃ (খ)
১৭৯. মহাভাৰতত বর্ণিত কৌৰৱ পাণ্ডবসকলৰ যুদ্ধখন হৈছিল-
- (ক) ইন্দ্রপ্রস্থত
- (খ) কুৰুক্ষেত্রত
- (গ) হস্তিনাপুৰত
- (ঘ) চুৰাটত
উত্তৰ: (খ)
১৮০. গোত্ৰ কথাবোৰৰ সৰ্বপ্ৰথম উল্লেখ ক'ত পোৱা যায়-
- (ক) সাম বেদত
- (খ) ৰাজ বেদত
- (গ) অথর্ব বেদত
- (ঘ) যজু বেদত
উত্তৰঃ (গ)
Indian History GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
Quiz: