১৪১. ১৯০৬ চনত কলকাতাত জাতীয় কংগ্ৰেছৰ বিভাজন এৰাই চলিব পৰাৰ মূল কাৰণ আছিল-
- (ক) তিলকৰ নৰম মতবাদ
- (খ) তিলকৰ সৈতে গোখলেৰ মোকাবিলা
- (গ) চৰমপন্থী সকলক ফিৰোজশ্বাহ মেহতাই দিয়া প্রতিশ্রুতি
- (ঘ) দাদাভাই নৌৰজীক নিমন্ত্রণ দিয়া
উত্তৰঃ (ঘ)
১৪২. ১৯২১ চনত কংগ্ৰেছৰ পতাকাত বগা ৰঙৰ কাপোৰ চতা কোনে লগাইছিল?
- (ক) গান্ধী
- (খ) মতিলাল নেহেৰু
- (গ) এনিবেচান্ট
- (ঘ) গোখলে
উত্তৰঃ (ক)
১৪৩. কোনখন আইনৰ দ্বাৰা ভাৰতত গভর্ণৰ জেনেৰেলৰ পদৱী সৃষ্টি কৰা হৈছিল-
- (ক) ১৮৩৩
- (খ) ১৮৫৩
- (গ) ১৮৫৮
- (ঘ) ১৮১৩
উত্তৰঃ (ক)
১৪৪. ভাৰতত নিৰ্মাণ কৰা প্ৰথম ইংৰাজ বন্দৰটোৰ নাম-
- (ক) চেন্ট জর্জ দুর্গ
- (খ) আর্মাগাঁও
- (গ) মাচুলিপটম
- (ঘ) চুৰাট
উত্তৰঃ (ঘ)
১৪৫. ভাৰত স্বাধীন হোৱাৰ সময়ত কংগ্ৰেছৰ সভাপতি কোন আছিল?
- (ক) জৱাহৰলাল নেহেরু
- (খ) চৰ্দাৰ পেটেল
- (গ) জে বি কৃপালনী
- (ঘ) মহাত্মা গান্ধী
উত্তৰঃ (গ)
১৪৬. লর্ড কার্জনৰ ঔপনিবেশিক শাসনকালত ৰেলপথৰ দীর্ঘতম সম্প্ৰাসৰণ হৈছিল-
- (ক) ৩০০ মাইলতকৈ অধিক
- (খ) ৫০০ মাইলতকৈ অধিক
- (খ) ৭০০ মাইলতকৈ অধিক
- (ঘ) ৬০০ মাইলতকৈ অধিক
উত্তৰঃ (ঘ)
১৪৭. কোনজন ভাইচৰয়ৰ দিনত আৰু কেতিয়া দিল্লীত কৃষিৰ বাবে পুসা ইনষ্টিটিউড প্রতিষ্ঠা কৰা হৈছিল?
- (ক) কার্জন ১৯১০
- (খ) মিন্টো ১৯০৫
- (গ) ডাফেৰিন ১৮৮৫
- (ঘ) এজনো নহয়
উত্তৰঃ (খ)
১৪৮. ১৮৯৫ চনত কি বিষয়ৰ বাবে ওৱেলবি আয়োগ গঠন কৰা হৈছিল?
- (ক) দুর্ভিক্ষ নীতি
- (খ) নলা নির্মাণ
- (গ) ভূমি 'আবণ্টন
- (ঘ) বিত্ত ব্যয়
উত্তৰঃ (খ)
১৪৯. কেতিয়া ব্যক্তিগত আইন অমান্য আন্দোলন আৰম্ভ হয়?
- (ক) ১৯৪৭
- (খ) ১৯৪০
- (গ) ১৯৪৬
- (ঘ) ১৯৪৫
উত্তৰঃ (খ)
১৫০. গান্ধীয়ে দক্ষিণ আফ্রিকাত কোনখন বাতৰি কাকত আৰম্ভ কৰিছিল--
- (ক) ইন্দিয়ান মিৰৰ
- (খ) ইয়ং ইন্দিয়া
- (গ) ইন্দিয়ান অপিনিয়ন
- (ঘ) হিন্দুস্থানী
উত্তৰঃ (গ)
১৫১. কাৰ বুজনিত গান্ধীয়ে কৃষক আন্দোলন পৰিচালনা কৰিবলৈ আৰম্ভ কৰিছিল?
- (ক) তিলক
- (খ) ৰাজেন্দ্ৰ প্রসাদ
- (গ) ৰাজকুমাৰ শুক্লা
- ঘ) এজনো নহয়
উত্তৰঃ (গ)
১৫২. 'ইকনমিক হিস্ট্রি অফ ইন্দিয়া'ৰ উপৰিও আৰ.চি.দত্তই ৰচনা কৰা আনখন কিতাপ কি?
- (ক) প্রাচীন ভাৰতৰ সভ্যতাৰ বুৰঞ্জী
- (খ) লর্ড কার্জনলৈ মুকলি চিঠি
- (গ) ঋগবেদ (অনুবাদ)
- (ঘ) ওপৰত উল্লেখ কৰা গোটেই কেইটা
উত্তৰঃ (ঘ)
১৫৩. 'হোৱাই আই এম এন এথিষ্ট?' নামৰ কিতাপখন কোনে লিখিছিল?
- (ক) জৱাহৰলাল নেহেক
- (খ) গান্ধীজী
- (গ) এচ চি বসু
- (ঘ) ভগত সিং
উত্তৰঃ (ঘ)
১৫৪. সুভাষচন্দ্র বসুৱে কেতিয়া অস্থায়ী চৰকাৰ আজাদ হিন্দ গঠন কৰিছিল-
- (ক) অক্টোবৰ ১৯৪৩
- (খ) ডিচেম্বৰ ১৯৪৩
- (গ) জানুৱাৰী ১৯৪৩
- (ঘ) নবেম্বৰ ১৯৪৩
উত্তৰঃ (ক)
১৫৫. কোনে বল্লভভাই পেটেলক 'চর্দাৰ' উপাধি প্রদান কৰিছিল?
- (ক) এম এ জিন্না
- (খ) এম কে গান্ধী
- (গ) চি ৰাজাগোপালাচাৰী
- (ঘ) জৱাহৰলাল নেহেৰু
উত্তৰঃ (খ)
১৫৬. তলৰ কোনজন ব্যক্তি নানাচাহিব বুলিও জনা যায়-
- (ক) প্রথম বাজীৰাও
- (খ) বালাজী বিশ্বনাথ
- (গ) বালাজী বাজীৰাও
- (ঘ) এজনো নহয়
উত্তৰঃ (গ)
১৫৭. ১৯৪৩ চনৰ বঙ্গদেশত হোৱা দুর্ভিক্ষত মৃত লোকৰ সংখ্যা-
- (ক) ১.৫: নিযুতৰ পৰা ৩.৫ নিযুত
- (খ) ১ পৰা ২ নিযুতৰ মাজত
- (গ) ২ ৰ পৰা ৪ নিযুত
- (ঘ) এটাও নহয়
উত্তৰঃ (ক)
১৫৮. আম্বেদকাৰে পুণা চুক্তিত কিয় সম্মত হৈছিল?
- (ক) নেহেৰুৰ বুজনিৰ বাবে
- (খ) গোষ্ঠীগত পুৰস্কাৰৰ প্ৰতি জিন্নাৰ বিৰোধ
- (গ) গান্ধীৰ অনশন
- (ঘ) এইবোৰৰ এটাও নহয়
উত্তৰঃ (গ)
১৫৯. পেচোৱাৰ চুক্তিত (১৯৪৫) প্রধান স্বাক্ষৰকাৰীসকল কোন?
- (ক) গান্ধী আৰু জিন্না
- (খ) জিন্না আৰু ৰাজাগোপালচাৰী
- (গ) বল্লভাই দেশাই আৰু লিয়াকত আলি
- (ঘ) লিয়াকত আলি
উত্তৰঃ (গ)
১৬০. ভাৰতবৰ্ষৰ প্ৰচলিত প্ৰথমখন ইংৰাজী বাতৰি কাকত কি আছিল?
- (ক) বোম্বাই হেৰাল্ড
- (খ) বেঙ্গল গেজেট
- (গ) ইন্ডিয়ান গেজেত
- (ঘ) অৰুণোদয়
উত্তৰঃ (খ)
Indian History GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
Quiz: