১২১. প্রথম ভাৰতীয় বিশ্ববিদ্যালয় ১৮৫৭ চনত ___ত স্থাপন কৰা হয়।
- (ক) চেন্নাই
- (খ) কলকাতা
- (গ) বেনাৰস
- (ঘ) মুম্বাই
উত্তৰ: (খ)
১২২. নেপোলিয়নে মৃত্যুবৰণ কৰা আটলান্টিক মহাসাগৰৰ নিঃসংগ দ্বীপটোৰ নাম-
- (ক) কৰ্চিকা
- (খ) এলবা
- (গ) চেইন্ট হেলেনা
- (ঘ) চেইন্ট লুই
উত্তৰঃ (গ)
১২৩. বৃটিছ আৰু চীন দেশৰ মাজত 'অপিয়াম ৱাৰ' সংঘটিত হৈছিল-
- (ক) ১৯০০ চনত
- (খ) ১৮৯৮ চনত
- (গ) ১৮৪০ চনত
- (ঘ) ১৮৩০ চনত
উত্তৰঃ (গ)
১২৪. অসহযোগ আন্দোলন কোনে আৰম্ভ কৰিছিল?
- (ক) জৱাহৰলাল নেহেক
- (খ) দাদাভাই নৌৰাজী
- (গ) চিত্তৰঞ্জন দাস
- (ঘ) মহাত্মা গান্ধী
উত্তৰঃ (ঘ)
১২৫. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভানেত্রী (মহিলা সভাপতি) আছিল--
- (ক) কস্তুববা গান্ধী
- (খ) এনি বেচান্ত
- (গ) সৰোজিনী নাইডু
- (ঘ) বিজয়লক্ষ্মী পণ্ডিত
উত্তৰঃ (গ)
১২৬. ১৭৯৩ চনৰ বেঙ্গল ৰেগুলেচনে কি ফল দিছিল?
- (ক) সর্বোচ্চ ন্যায়ালয় স্থাপন ব্যৱস্থা কৰিছিল।
- (খ) ইংৰাজ আইন একমাত্ৰ ইংৰাজ লোকৰ ক্ষেত্ৰত প্রয়োগৰ সীমিত কৰিছিল।
- (গ) হিন্দু আৰু মুছলমানৰ পাৰিবাৰিক আইনক স্থান দিছিল।
- (ঘ) ভাৰতীয় আইন-আয়োগ নিযুক্তি ব্যৱস্থা কৰিছিল।
উত্তৰঃ (গ)
১২৭. ভাৰতবৰ্ষত 'অসামৰিক সেৱা' অনুষ্ঠানৰ পাতনি মেলা ব্যক্তিগৰাকী আছিল-
- (ক) কার্জন
- (খ) কর্ণৱালিচ
- (গ) ডেলহাউচি
- (ঘ) ওৱেলেচলি
উত্তৰঃ (খ)
১২৮. ভাৰতবৰ্ষত প্রথম মহিলা বিশ্ববিদ্যালয় স্থাপন কৰোতাজন-
- (ক) ধোন্দো কেশৱ কাৰ্ভে
- (খ) ৰাম অবিল্যা দেৱী
- (গ) গান্ধীজী
- (ঘ) জে চি কুমাৰাপ্পা
উত্তৰঃ (ক)
১২৯. ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ হৈছিল-
- (ক) ১৯৪২ চনৰ ১৫ আগষ্টত দিল্লীত
- (খ) ১৯৪২ চনৰ ৮ আগষ্টত বোম্বেত
- (গ) ১৯৪২, চনৰ ৭ জুলাইত লাহোৰত
- (ঘ) ১৯৪২ চনৰ ৭ আগষ্টত বাৰ্ধাত
উত্তৰঃ (খ)
১৩০. মহাত্মা গান্ধীয়ে কোন চনত ভাৰতীয় স্বাধীনতা আন্দোলনত অংশগ্রহণ কৰিছিল?
- (ক) ১৯১১
- (খ) ১৯১৫
- (গ) ১৯১৭
- (ঘ) ১৯১৯
উত্তৰঃ (গ)
১৩১. কেবিনেট মিছনক কোনে নেতৃত্ব দিছিল?
- (ক) ছাৰ ষ্টেফ'র্ড ক্রিপছ
- (খ) এ ভি আলেকজেণ্ডাৰ
- (গ) লর্ড পেথিক ল'ৰেন্স
- (ঘ) ইয়াৰ এটাও নহয়
উত্তৰঃ (গ)
১৩২. নেতাজী সুভাষচন্দ্র বসুৱে ১৯৪৩ চনত কোন ঠাইৰ পৰা স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ (আজাদ হিন্দ) গঠনৰ ঘোষণা কৰিছিল?
- (ক) বেংকক
- (খ) ব্রহ্মদেশ
- (গ) চিংগাপুৰ
- (ঘ) ভিয়েনা
উত্তৰঃ (গ)
১৩৩. ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা নিৰ্ণয় কৰা 'সীমা আয়োগ'ৰ চেয়াৰমেন আছিল-
- (ক) লর্ড মাউন্ট বেটেন
- (খ) ছাৰ চাইৰিল ৰেডক্লিফ
- (গ) মার্টিমান ডুৰান্ত
- (ঘ) ভি. পি. ম্যানন
উত্তৰঃ (খ)
১৩৪. চর্দাৰ বল্লভভাই পেটেলে তেওঁৰ লোভনীয় ওকালতি ত্যাগ কৰি কোন সময়ত মাহাত্মা গান্ধীৰ লগত যোগ দিছিল-
- (ক) চম্পাৰণ সত্যাগ্রহত
- (খ) আহমেদাবাদৰ মিল ধর্মঘটত
- (গ) ৰাওলাট আইনৰ বিৰুদ্ধে সত্যাগ্রহত
- (ঘ) জালিওৱালা বাগৰ হত্যাকাণ্ডত
উত্তৰঃ (ক)
১৩৫. 'খচৰা সংবিধান ৰচনাৰ বাবে বহা সমিতি'ৰ আগত প্রস্তাৱনা কোনে উপস্থাপন কৰিছিল-
- (ক) জৱাহৰলাল নেহেক
- (খ) বি আৰ আম্বেদকাৰ
- (গ) বি এন ৰাও
- (ঘ) মহাত্মা গান্ধী
উত্তৰঃ (ক)
১৩৬. তলৰ লোকসকলৰ মাজৰ কোনজনে চনত কংগ্ৰেছৰ চুৰাট অধিবেশনত সভাপতিত্ব কৰিছিল-
- (ক) তিলক
- (খ) দাদাভাই নৌবজী
- (গ) ৰাস বিহাৰী
- (ঘ) গোখলে
উত্তৰঃ (গ)
১৩৭. ভাৰতীয় ৰাষ্ট্ৰীয় সেৱা (I.N.A.) ক'ত গঠন হৈছিল?
- (ক) বার্মা
- (খ) জাপান
- (গ) মালয়েছিয়া
- (ঘ) ছিংগাপুৰ
উত্তৰঃ (ক)
১৩৮. ভাৰতত ইংৰাজী শিক্ষাৰ প্ৰথম প্ৰচলন কোনে কৰিছিল?
- (ক) লর্ড ডেলহাউছি
- (খ) লর্ড কার্জন
- (গ) মেক্ লে
- (ঘ) ল'ৰেন্স
উত্তৰঃ (গ)
১৩৯. তলত উল্লেখ কৰা কোনটো ১৮৭৬ চনত দাদাভাই নৌৰজীয়ে কৰা জনমুৰি আয়?
- (ক) ১০০ টকা
- (খ) ২০ টকা
- (গ) ৭৬ টকা
- (ঘ) ৫৯ টকা
উত্তৰঃ (খ)
১৪০. তলত উল্লেখ কৰা কোনখন দেশে ৰবীন্দ্রনাথ ঠাকুৰৰ 'আমাৰ সোনাৰ বাংলা' গানটি জাতীয় সংগীত হিচাপে গ্রহণ কৰিছে-
- (ক) পাকিস্তান
- (খ) ভাৰতবৰ্ষ
- (গ) ভূটান
- (ঘ) বাংলাদেশ
উত্তৰঃ (ঘ)
Indian History GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
Quiz: