1000+ Indian History GK in Assamese || All in one page||

Popup Iframe Example

১০১. 'স্বৰাজ মোৰ জন্ম স্বত্ব আৰু ইয়াক মই লাভ কৰিমেই।' কথাষাৰ কোনে কৈছিল-

WhatsApp Group Join Now
Telegram Group Join Now
  • (ক) লোকমান্য তিলক
  • (খ) ৰাসবিহালী বসু
  • (গ) আব্দুল কালাম আজাদ
  • (ঘ) এনি বেচান্ট

উত্তৰ: (ক)

১০২. আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত বাস কৰা ভাৰতীয় বিপ্লৱীসকলে এটা দলক ধন যোগাইছিল। দলটোৰ নাম-

  • (ক) খিলাফত
  • (খ) স্বৰাজ
  • (গ) গদাৰ
  • (ঘ) প্রকাশ

উত্তৰ: (গ)

১০৩. ১৯১৭ চনত গান্ধীজীয়ে সত্যাগ্রহ আৰম্ভ কৰা ঠাইখন-

  • (ক) দাণ্ডি
  • (খ) চম্পাৰণ
  • (গ) সবৰমতি
  • (ঘ) মুম্বাই

উত্তৰ: (খ)

১০৪. কংগ্ৰেছৰ প্ৰস্তাৰ ___ৰ সময়ত গৃহীত হৈছিল।

  • (ক) লর্ড চেমছফর্ড
  • (খ) লর্ড ৱেলিংদন
  • (গ) লর্ড আৰউইন
  • (ঘ) লর্ড লিনলিথগো

উত্তৰঃ (গ)

১০৫. 'ভাৰতৰ পিতামহ' হিচাপে কাক জনা যায়?

  • (ক) খান আব্দুল গফৰ খান
  • (খ) চি. ৰাজা গোপালাচাৰী
  • (গ) লালা লাজপত ৰয়
  • (ঘ) দাদাভাই নৌৰজী

উত্তৰঃ (ঘ)

১০৬. ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিবেশনত 'বন্দে মাতৰম' প্ৰথমবাৰৰ বাবে গোৱা হৈছিল?

  • (ক) ১৮৮৬
  • (খ) ১৮৯২
  • (গ) ১৮৯৬
  • (ঘ) ১৯০৪

উত্তৰঃ (গ)

১০৭. হিন্দু-মুছলমান একতা আন্দোলন অংশ হিচাপে দিল্লীৰ জামা মছজিদ আৰু অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ পৰা ধৰ্মৰ শিক্ষা দিবলৈ দুজন লোকক কোৱা হৈছিল। লোক দুজন হ'ল-

  • (ক) ববীন্দ্ৰনাথ ঠাকুৰ আৰু মৌলনা আজাদ
  • (খ) স্বামী শ্রদ্ধানন্দ আৰু ড° কিছলু
  • (গ) ড° সত্যপাল আৰু হজৰত মোহানী
  • (ঘ) স্বামী বিবেকানন্দ আৰু ড° কিছলু

উত্তৰঃ (খ)

১০৮. শ্বেৰ-ই পাঞ্জাব হ'ল-

  • (ক) লালা লাজপত ৰায়
  • (খ) ভগত সিং
  • (গ) সুভাষ চন্দ্র বসু
  • (ঘ) ৰণজিৎ সিং

উত্তৰঃ (ক)

১০৯. খোদাই খিদমদগাৰ সংগঠিত কৰিছিল-

  • (ক) ড° আনচাৰী
  • (খ) মহম্মদ আলী জিন্না
  • (গ) খান 'আব্দুল গফৰ খান
  • (ঘ) ৰণজিৎ সিং

উত্তৰঃ (গ)

১১০. দাণ্ডী যাত্রা হৈছিল-

  • (ক) ১৯৩০ চনৰ ১২ মে'ত
  • (খ) ১৯৪০ চনৰ ১৩ মাৰ্চত
  • (গ) ১৯১৯ চনব ১৩ এপ্রিল
  • (ঘ) ১৯৩০ চনৰ ১২ এপ্রিল

উত্তৰ: (ক)

১১১. দেশীয় ৰাজ্যবোৰক ভাৰতবৰ্ষৰ লগত সুদক্ষতাৰে চামিল কৰোৱা লোকজন-

  • (ক) জৱাহৰলাল নেহেক
  • (খ) ড° জাকিৰ হুছেইন
  • (গ) চৰ্দাৰ পেটেল
  • (ঘ) ৰাজেন্দ্ৰ প্রসাদ

উত্তৰঃ (গ)

১১২. ১৯১৯ চনত ৰবীন্দ্রনাথ ঠাকুৰে ত্যাগ কৰা উপাধিটো-

  • (ক) নাইট
  • (খ) ভাৰত ৰত্ন
  • (গ) ন'বেল বঁটা
  • (ঘ) কবিগুৰু

উত্তৰঃ (ক)

১১৩. গান্ধীজীয়ে হৰিজন সংঘ স্থাপন কৰিছিল-

  • (ক) ১৯৪০ চনত
  • (খ) ১৯৪৭ চনত
  • (গ) ১৯৩২ চনত
  • (ঘ) ১৯৪২ চনত

উত্তৰ:  (গ)

১১৪. ইংৰাজ চৰকাৰে আই এম এৰ তিনিজন চিপাহী ঐতিহাসিক লালকিল্লাত বিচাৰ কৰিছিল। তেওঁলোক আছিল শ্বাহ নাৱাজ, প্রেম চেগাল আৰু-

  • (ক) সুভাষচন্দ্র বসু
  • (খ) ভগত সিং
  • (গ) গুৰদিয়াল সিং ধিলন
  • (ঘ) খুদিৰাম বসু

উত্তৰঃ (গ)

১১৫. গান্ধীক হত্যা কৰা হৈছিল ৩০ জানুৱাৰী-

  • (ক) ১৯৫৩ চনত
  • (খ) ১৯৪৮ চনত
  • (গ) ১৯৪৭ চনত
  • (ঘ) ১৯৪৯ চনত

উত্তৰঃ (খ)

১১৬. ১৯২০ চনত 'পিলগ্রিম ফাদৰসকলে' গ্লাই মাউথৰ ___ পৰা যোৱা জাহাজখনৰ নাম-

  • (ক) কুইন এলিজাবেথ
  • (খ) মে ফ্লাৱাৰ
  • (গ) টাইটানিক
  • (ঘ) কুইন ভিক্টোৰিয়া

উত্তৰঃ (খ)

১১৭. 'গৌৰৱময় বিপ্লৱ' সংঘটিত হৈছিল-

  • (ক) ১৬৮৭ চনত
  • (খ) ১৬৮৮ চনত
  • (গ) ১৬৮১ চনত
  • (ঘ) ১৬৯০ চনত

উত্তৰঃ (খ)

১১৮. নেপোলিয়ন আৰু ডিউক অফ উইলিংদনৰ মাজত ৱাটাৰলুৰ যুদ্ধ হৈছিল-

  • (ক) ১৮ জুন ১৮১৫ চন
  • (খ) ১৬ জুন ১৮১৫ চন
  • (গ) ১৭ জুন ১৮১৫ চন
  • (ঘ) ১৯ জুন ১৮১৫ চন

উত্তৰঃ (ক)

১১৯. পঞ্চশীল নীতি' চনত সংযুক্তভাৱে ভাৰত, চীন আৰু ____ ৰ দ্বাৰা আৰম্ভ হয়।

  • (ক) নেপাল
  • (খ) ম্যানমাৰ
  • (গ) পাকিস্তান
  • (ঘ) ভুটান

উত্তৰঃ (খ)

১২০. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন কাৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল?

  • (ক) এ অ' হিউম
  • (খ) ৰাহুল গান্ধী
  • (গ) ৰাধামোহন সেন
  • (ঘ) ডব্লিউ চি বেনার্জী

উত্তৰঃ (ঘ)

Indian History GK in Assamese

Important Topics:

  1. Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)

Quiz:

  1. Test Your Knowledge

Leave a Comment

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese