৮১. ভাৰতীয় জাতীয় কংগ্রেছ স্থাপিত হৈছিল-
- (ক) ১৮৮৫ চনত
- (খ) ১৮৯৬ চনত
- (গ) ১৯৮৬ চনত
- (ঘ) ১৮৭৬ চনত
৮২. জনকল্যাণ আৰু সামাজিক কামৰ বাবে ৰামকৃষ্ণ মিছন প্রতিষ্ঠা কৰোঁতাজন হ'ল-
- (ক) ৰামকৃষ্ণ পৰমহংস
- (খ) স্বামী বিবেকানন্দ
- (গ) পণ্ডিত বিদ্যাসাগৰ
- (ঘ) স্বামী ভবানন্দ
৮৩. স্বামী দয়ানন্দ সৰস্বতীৰ দ্বাৰা পৰিচালিত আর্যসমাজে হিন্দু ধর্ম সংস্কাৰ কৰিছিল। তলত উল্লেখ কৰা কোন শাস্ত্ৰ ওপৰত ভিত্তি কৰি সেই সংস্কাৰ সাধন কৰিছিল-
- (ক) পুৰাণবোৰ
- (খ) গীতাখন
- (গ) বেদবোৰ
- (ঘ) মহাভাৰত
৮৪. থিয়চফিকেল চোচাইটিৰ ভাৰতবৰ্ষৰ মুখ্য কার্যালয় আছে-
- (ক) আদিয়াৰ
- (খ) মুম্বাই
- (গ) দিল্লী
- (ঘ) কলকাতা
৮৫. বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উন্নতি সাধন কৰা ব্যক্তিজন-
- (ক) বিচাৰক ৰানাডে
- (খ) পণ্ডিত মদনমোহন মালব্য
- (গ) পণ্ডিত ঈশ্বৰচন্দ্র বিদ্যাসাগৰ
- (ঘ) পণ্ডিত মতিলাল নেহেক
৮৬. 'ইণ্ডিয়ান এচোচিয়েচন'ৰ প্ৰতিষ্ঠাপক-
- (ক) গোপাল কৃষ্ণ গোখলে
- (খ) মাইকেল মধুসুধন দত্ত
- (গ) সুৰেদ্ৰনাথ বেনাৰ্জী
- (ঘ) উমেশ চন্দ্র বেনার্জী
৮৭. 'ডুবান্দ লাইন' কোন দুখন ঠাইৰ মাজত অৱস্থিত?
- (ক) ভাৰত, পাকিস্তান আৰু আফগানিস্থন
- (খ) ভাৰত পাকিস্তান
- (গ) ভাৰত আৰু চীন দেশ
- (ঘ) ভাৰত আৰু ম্যানমাৰ
৮৮. কলকাতাৰ ভিক্টোৰীয়া মেমৰিয়েল স্থাপন কৰা হৈছিল-
- (ক) লর্ড কিটচেনাৰৰ দিনত
- (খ) লর্ড কার্জনৰ দিনত
- (গ) লর্ড চেমচফোর্ডৰ দিনত
- (ঘ) লর্ড বিপনৰ দিনত
৮৯. মিচেচ এনি বেচাণ্ট আৰু বাল গঙ্গাধৰ তিলকে হোমৰুল লিগ কোন চনত আৰম্ভ কৰিছিল?
- (ক) ১৯০৫
- (খ) ১৯১৫
- (গ) ১৯১৬
- (ঘ) ১৯১৯
৯০. বংগ বিভাজন কোন চনত কৰা হৈছিল-
- (ক) ১৯০০
- (খ) ১৯০৫
- (গ) ১৯১০
- (ঘ) ১৯১১
৯১. ক্লাইডে _ যুদ্ধ জয় কৰি ইংৰাজ সাম্রাজ্যৰ ভেটি প্রতিষ্ঠা কৰিছিল?
- (ক) ৱান্দিৱাৰ
- (খ) পানিপথ
- (গ) পলাচী
- (ঘ) বক্সাৰ
৯২. কেতিয়াৰ পৰা ইংৰাজে পোনপটীয়াভাৱে ভাৰত শাসন কৰিবলৈ আৰম্ভ কৰিছিল?
- (ক) পলাচী যুদ্ধৰ পাছত
- (খ) পানিপথৰ যুদ্ধৰ পাছত
- (গ) মহীশূৰ যুদ্ধৰ পাছত
- (ঘ) চিপাহী বিদ্ৰোহৰ পাছত
৯৩. জালিয়ানৱালা বাগৰ ঘটনা সংঘটিত হৈছিল-
- (ক) ১৯১৯ চনৰ ১৩ মে'ৰ দিনাখন
- (খ) ১৯১৯ চনৰ এপ্ৰিলৰ ১৩ দিনাখন
- (গ) ১৯১৯ চনৰ ১৩ মার্চৰ দিনাখন
- (ঘ) ১৯১৯ চনৰ ১৩ জুনৰ দিনাখন
৯৪. মহাত্মা গান্ধীৰ জন্ম হৈছিল-
- (ক) ১৮৬৯ চনত
- (খ) ১৮০১ চনত
- (গ) ১৮৮৯ চনত
- (ঘ) ১৮৫৯ চনত
৯৫. 'মোৰ সত্য অন্বেষণৰ কাহিনী'ৰ লেখক-
- (ক) জৱাহৰলাল নেহৰু
- (খ) চি আৰ দাস
- (গ) মহাত্মা গান্ধী
- (ঘ) লালা লাজপাত বায়
৯৬. কংগ্ৰেছে পূর্ণ স্বৰাজ প্রস্তাৱ গ্রহণ কৰিছিল-
- (ক) ১৯১৯ চনত
- (খ) ১৯২৮ চনত
- (গ) ১৯১৭ চনত
- (ঘ) ১৯৩১ চনত
৯৭. 'কেশৰী' নামৰ বাতৰি কাকতখন সম্পাদনা কৰিছিল-
- (ক) বালগঙ্গাধৰ তিলক
- (খ) অশ্বিনীকুমাৰ দত্তই
- (গ) মতিলাল নেহৰু
- (ঘ) এ কে গান্ধীয়ে
৯৮. ১৯০৮ চনত ভি দি সাভাৰকাৰে আৰম্ভ কৰা সংগ্রামী সংগঠনটো আছিল-
- (ক) কমৰেড
- (খ) অভিনৱ ভাৰত
- (গ) আল হিলাল
- (ঘ) ক্রান্তিকাৰী দল
৯৯. ১৯০৮ চনত মুজাফৰপুৰত বিচাৰক এজনলৈ বোমা দলিওৱা সংগ্রামী নেতা দুজন আছিল-
- (ক) ভি ডি চসাভাৰকাৰ আৰু হৰদয়াল
- (খ) শ্যামজি কৃষ্ণবার্মা আৰু অজিত সিং
- (গ) খুদিৰাম বসু আৰু প্রফুল্লচাকি
- (ঘ) ভগত সিং আৰু চন্দ্রশেখৰ আজাদ
১০০. ১৯০৭ চনত নৰমপন্থী আৰু চৰপন্থী দুই দলত বিভক্ত হোৱা কংগ্ৰেছৰ সভা অনুষ্ঠিত হৈছিল-
- (ক) মুম্বাই
- (খ) চুৰাট
- (গ) লক্ষ্ণৌ
- (ঘ) কৰাচী
Indian History GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
Quiz: