1000+ Indian History GK in Assamese || All in one page||

Popup Iframe Example

৪১. অশোকৰ যুগৰ বিখ্যাত সাৰনাথ স্তম্ভত আছে-

WhatsApp Group Join Now
Telegram Group Join Now
  • (ক) চাৰিটা সুসজ্জিত সিংহ
  • (খ) তিনিটা সুসজ্জিত সিংহ
  • (গ) দুটা সুসজ্জিত সিংহ
  • (ঘ) সাতটা সুসজ্জিত সিংহ

উত্তৰঃ (ক)

৪২. স্বামী দয়ানন্দ সৰস্বতীৰ দ্বাৰা পৰিচালিত আৰ্য সমাজে হিন্দুধর্ম সংস্কাৰ কৰিছিল। তলত উল্লেখ কৰা কোনখন শাস্ত্ৰৰ ওপৰত ভিত্তি কৰি সেই সংস্কাৰ সাধন কৰিছিল-

  • (ক) পুৰাণবোৰ
  • (খ) গীতাখন
  • (গ) বেদবোৰ
  • (ঘ) মহাভাৰত

উত্তৰ: (গ)

৪৩. কিমান বছৰ বয়সত ৰজা হর্ষবর্ধনে সিংহাসনত আৰোহণ কৰিছিল?

  • (ক) ১৮ বছৰ
  • (খ) ১৫ বছৰ
  • (গ) ১৭ বছৰ
  • (ঘ) ১৬ বছৰ

উত্তৰ: (ঘ)

৪৪. হর্ষবর্ধনৰ শাসনকালত কোনজন বিখ্যাত পর্যটক ভাৰত ভ্ৰমণলৈ আহিছিল?

  • (ক) ভাস্কো-ডা-গাম
  • (খ) আলেকজেণ্ডাব
  • (গ) হিউয়েনচাং
  • (ঘ) ফাহিয়ান

উত্তৰ: (গ)

৪৫. পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?

  • (ক) ধর্মপাল
  • (খ) ৰজা গোপাল
  • (গ) মদন পাল
  • (ঘ) দেৱ পাল

উত্তৰ: (খ)

৪৬. সিন্ধু উপত্যকা সভ্যতা-

  • (ক) প্রত্নপ্রস্তৰ যুগৰ
  • (খ) নৱপ্রস্তৰ যুগৰ
  • (গ) ক্যালকোলিথিক যুগৰ
  • (ঘ) লৌহ যুগৰ

উত্তৰ: (গ)

৪৭. মহেঞ্জোদাৰোক আন এক নামেৰেও জনা যায়। সেইনামটো হ'ল-

  • (ক) পশ্চিম নগৰ
  • (খ) মৃতকৰ নগৰ
  • (গ) উষাৰ নগৰ
  • (ঘ) আনন্দ নগৰ

উত্তৰ: (খ)

৪৮. সিন্ধু উপত্যকাৰ ভগ্নাৱশেষবোৰ সিঁচৰতি হৈ আছে পাঞ্জাব, ৰাজস্থান আৰু-

  • (ক) বিহাৰ
  • (খ) মধ্যপ্রদেশ
  • (গ) গুজৰাট
  • (ঘ) উৰিষ্যাত

উত্তৰ: (গ)

৪৯. হৰপ্পা সংস্কৃতিৰ নগৰবোৰৰ ধ্বংসাৱশেষ বোৰে প্রমাণ কৰে যে তেওঁলোকৰ আছিল উন্নতমানব-

  • (ক) নগৰ পৰিকল্পনা
  • (খ) প্ৰতিৰক্ষাৰ বাবে কৰা দুর্গ নির্মাণ
  • (গ) বাগিচা পতা পদ্ধতি
  • (ঘ) কৃষি

উত্তৰ: (ক)

৫০. হৰপ্পা সংস্কৃতিৰ নগৰবোৰ, হৰপ্পা, মহেঞ্জোদাবোৰ ধ্বংসাৱশেষ বোৰৰ মাজত আছে ডাঙৰ-

  • (ক) ৰাজপ্রাসাদবোৰ
  • (খ) ভঁৰাল ঘৰবোৰ
  • (গ) দলংবোৰ
  • (ঘ) পানীৰ আধাৰবোৰ

উত্তৰ: (ক)

৫১. সিন্ধু উপত্যকাৰ লোকসকলৰ ব্যৱসায়িক সম্পর্ক আছিল-

  • (ক) লণ্ডন আৰু পেৰিচৰ সৈতে
  • (খ) চীনদেশ আৰু জাপানৰ লগত
  • (গ) পাৰস্য উপসাগৰ আৰু মেচোপটেমিয়া
  • (ঘ) হংকং

উত্তৰ: (গ)

৫২. কোন বংশৰ শাসনকালত ভাৰতত গ্ৰথমবাৰৰ বাবে সোণৰ মুদ্রাৰ প্ৰচলন হয়?

  • (ক) মোগল বংশ
  • (খ) গুপ্ত বংশ
  • (গ) মৌর্য বংশ
  • (ঘ) পাল বংশ

উত্তৰ: (খ)

৫৩. শিৱাজীক ঔৰংগজেৱৰ বন্দিত্বৰ পৰা পলোৱাত কোনে স্থানান্তৰ কৰিছিল?

  • (ক) চাম্বাজী
  • (খ) জয় সিং
  • (গ) আদিলছাহ
  • (ঘ) ৰামদাস

উত্তৰ: (খ)

৫৪. টোগলক বংশৰ কোনজন সম্রাটে 'ন্যায় শৃংখল' প্রতিষ্ঠা কৰিছিল?

  • (ক) গিয়াছুদ্দিন টোগলক
  • (খ) ফিৰোজশাহ্ টোগলক
  • (গ) মহম্মদ বিন টোগলক
  • (ঘ) আবু বাক্কৰ

উত্তৰ: (খ)

৫৫. আকবৰে প্রচলন কৰা মনচবদাৰী প্ৰথা তলৰ কোনখন দেশৰ পৰা লোৱা হৈছিল?

  • (ক) আফগানিস্থান
  • (খ) তুৰস্ক
  • (গ) মংগোলিয়া
  • (ঘ) পাৰস্য

উত্তৰ: (গ)

৫৬. আকবৰৰ কোমল বয়সত তেওঁৰ অভিভাৱক আছিল-

  • (ক) হিমু
  • (খ) বৈৰাম খাঁ
  • (গ) আবুল ফজল
  • (ঘ) ফাইজী

উত্তৰ: (খ)

৫৭. মোগল শাসন কালত মনচুৰ আছিল এজন মহান-

  • (ক) কবি
  • (খ) স্থপতিবিদ
  • (গ) চিত্ৰকৰ
  • (ঘ) চুফিসন্ত

উত্তৰ: (গ)

৫৮. মোগল যুগত আটাইতকৈ চমুকাল মাত্র ৩৫ দিন কোনে শাসন কৰিছিল-

  • (ক) চাহিবুদ্দিন উমৰ শ্বাহ
  • (খ) মালিক কাফুৰ
  • (গ) আল্লাউদ্দিন
  • (ঘ) এজনো নহয়

উত্তৰ: (খ)

৫৯. দিল্লীৰ কোনজন চুলতানে অসামৰিক আৰু সামৰিক উভয়বিধ পদবীতে বংশানুক্রমিক নীতি প্রচলন কৰিছিল?

  • (ক) আল্লাউদ্দিন
  • (খ) চিকন্দৰ লোডী
  • (গ) ফিৰোজ শ্বাহ
  • (ঘ) মহম্মদ বিন টোগলক

উত্তৰ: (ক)

৬০. খান্দোচা ৰাজ্যৰ প্রতিষ্ঠাতা কোন আছিল?

  • (ক) জাফাৰ খান
  • (খ) ৰাজা আহমেদ
  • (গ) নাচিৰ খান
  • (ঘ) মুজা খান

উত্তৰ: (খ)

Indian History GK in Assamese

Important Topics:

  1. Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)

Quiz:

  1. Test Your Knowledge

Leave a Comment

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese