৩৮১. ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ থানাত কোনে পতাকা উত্তোলন কৰিব গৈ মৃত্যুবৰণ কৰিছিল?
- (ক) পিয়লি বৰুৱা
- (খ) কনকলতা বৰুৱা
- (গ) মুকুন্দ কাকতি
- (ঘ) মণিৰাম দেৱান
উত্তৰ: (খ)
৩৮২. কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল?
- (ক) ১৯৪৩ চনত
- (খ) ১৯৪২ চনত
- (গ) ১৯৪৫ চনত
- (ঘ) ১৯৪০ চনত
উত্তৰ: (ক)
৩৮৩. অসমৰ স্বাধীনতা সংগ্রামব প্রথম মহিলা ছহিদ কোন আছিল?
- (ক) মালতী মেম
- (খ) কনকলতা
- (গ) মূলা গাভৰু
- (ঘ) জয়মতী
উত্তৰঃ (ক)
৩৮৪. বংগৰ পৰা কেতিয়া অসম পৃথক হৈছিল?
- (ক) ১৮৭২ চনত
- (খ) ১৮৭৪ চনত
- (গ) ১৮৭৫ চনত
- (ঘ) ১৮৭০ চনত
উত্তৰঃ (খ)
৩৮৫. অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল?
- (ক) ১৮৭১ চনত
- (খ) ১৮৭৩ চনত
- (গ) ১৮৭৫ চনত
- (ঘ) ১৮৭০ চনত
উত্তৰঃ (খ)
৩৮৬. মহাত্মা গান্ধী অসমত কেতিয়া আহিছিল?
- (ক) ১৯২০ চনত
- (খ) ১৯২৫ চনত
- (গ) ১৯২১ চনত
- (ঘ) ১৯২৪ চনত
উত্তৰ: (গ)
৩৮৭.১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমত গঢ়ি উঠা মহিলা মৃত্যু বাহিনীৰ নেতৃত্ব কোনে দিছিল?
- (ক) কনকলতা
- (খ) চন্দ্রপ্রভা
- (গ) পুষ্পলতা দাস
- (ঘ) হেমপ্রভা
উত্তৰঃ (গ)
২৮৮. অসম মহিলা সমিতিৰ জন্মদাতা কোন?
- (ক) পুষ্পলতা দাস
- (খ) চন্দ্রপ্রভা শইকীয়ানী
- (গ) কনকলতা
- (ঘ) হেমপ্রভা
উত্তৰঃ (খ)
৩৮৯. অসমৰ ছাত্ৰ সমাজক সংগঠিতকৰণত কোনে নেতৃত্ব প্রদান কৰিছিল?
- (ক) লক্ষ্মীনাথ বেজবৰুৱা
- (খ) আনন্দৰাম বৰুৱা
- (গ) বিষুষ্ণুপ্রসাদ ৰাভা
- (ঘ) দেশপ্রাণ চন্দ্রনাথ শর্মা
উত্তৰঃ (ঘ)
৩৯০. 'চফৰনামা' গ্রন্থৰ ৰচক কোন?
- (ক) জাহাংগীব
- (খ) আকবৰ
- (গ) নাছিৰ ছাহ
- (ঘ) ইবন বটুতা
উত্তৰঃ (ঘ)
৩৯১. জাপানত বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল?
- (ক) সংঘমিত্রা
- (খ) বোধি সেন
- (গ) গৌতম বুদ্ধ
- (ঘ) ৰাহুল
উত্তৰঃ (খ)
৩৯২. দন্দুৱা দ্ৰোহৰ সময়ত আহোম সৈন্যৰ বৰফুকন কোন আছিল?
- (ক) লাচিত বৰফুকন
- (খ) কলিয়াভোমোৰা বৰফুকন
- (গ) লালুকসোলা বৰফুকন
- (ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)
৩৯৩. আহোমৰ শাসন কালত জ্যোতিষশাস্ত্ৰৰ চৰ্চা আৰু ৰাজপুৰোহিতৰ কাম-কাজৰ লগত জড়িত নথকা পৰিয়াল কোনটো?
- (ক) সন্দিকৈ
- (খ) দেউধাই
- (গ) বাইলুং
- (ঘ) মহন
উত্তৰঃ (ক)
৩৯৪. অসমত অনুষ্ঠিত হোৱা ৪১তম জাতীয় কংগ্ৰেছৰ অধিৱেশনত কোনে সভাপতিত্ব কৰি'ছিল?
- (ক) জৱাহৰলাল নেহৰু
- (খ) গোপীনাথ বৰদলৈ
- (গ) নবীনচন্দ্ৰ বৰদলৈ
- (ঘ) শ্রীনিবাস আয়েংগাৰ
উত্তৰঃ (ঘ)
৩৯৫. বাণৰজাৰ জীয়েক ঊষাক কোনে বিয়া কৰাইছিল?
- (ক) মহাদেৱ
- (খ) বলদেৱ
- (গ) অনিৰুদ্ধ
- (ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (গ)
৩৯৬. প্রাচীন কামৰূপৰ ৰজা ভগদত্তৰ কন্যা ভানুমতীক কুৰুবংশৰ কোনজন ৰাজকুমাৰলৈ বিয়া দিছিল?
- (ক) ভীম
- (খ) দুর্যোধন
- (গ) দুশাসন
- (ঘ) অর্জুন
উত্তৰঃ (খ)
৩৯৭. চেচামুখৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল?
- (ক) ১৫২৩ খ্রীঃত
- (খ) ১৫২০ খ্রীঃত
- (গ) ১৭৬১ খ্রীঃত
- (ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)
৩৯৮. বিশ্বনাথ নগৰ কোনে প্রতিষ্ঠা কৰিছিল?
- (ক) শিৱসিংহ
- (খ) ৰুদ্ৰসিংহ
- (গ) আৰিমত্তৰ মন্ত্ৰী সমুদ্র
- (ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (গ)
৩৯৯. ইতিহাস প্রসিদ্ধ ৰংপুৰ নগৰৰ পৰিকল্পনা কৰা খনিকৰগৰাকীৰ নাম কি?
- (ক) ঘনশ্যাম খনিকৰ
- (খ) আনন্দ খনিকৰ
- (গ) উমাকান্ত খনিকৰ
- (ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)
৪০০. আহোমৰ শাসনৰ সময়ত দেশৰ আয়-ব্যয়ৰ আৰু মাটিৰ হিচাপ ৰখাৰ দায়িত্ব কাৰ ওপৰত দিয়া হৈছিল?
- (ক) সন্দিকৈ
- (খ) কাকতি
- (গ) গণক
- (ঘ) খনিকৰ
উত্তৰঃ (খ)
Indian History GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
Quiz:
৪০১. আহোন স্বৰ্গদেউ আৰু অন্যান্য ঠাইৰ ৰজা মহাৰাজৰ লগত সংযোগ স্থাপন কৰা আৰু চিঠিপত্র অনা-নিয়াৰ দায়িত্ব পালন কৰা বিশেষ শ্ৰেণীটোৰ নাম কি?
- (ক) সন্দিকৈ
- (খ) কটকী
- (গ) গণক
- (ঘ) খনিকৰ
উত্তৰ: (খ)
GK of Assam Social Science Assamese Language
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
Quiz: