1000+ Indian History GK in Assamese || All in one page||

Popup Iframe Example

২১. মৌর্য সাম্রাজ্যৰ প্রতিষ্ঠাতাজনৰ নাম কি?

WhatsApp Group Join Now
Telegram Group Join Now
  • (ক) চন্দ্রগুপ্ত মৌর্য
  • (খ) উপগুপ্ত
  • (গ) বিন্দুসাৰ
  • (ঘ) ছুচিমা

উত্তৰ: (ক)

২২. চীনা পৰিব্রাজক হিউৱেন চাঙে কাৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিছিল?

  • (ক) প্রথম চন্দ্রগুপ্ত
  • (খ) কনিষ্ক
  • (গ) অশোক
  • (ঘ) হর্ষবর্ধন

উত্তৰ: (ঘ)

২৩. _____ৰ প্রাচীন নাম কামৰূপ।

  • (ক) বংগ
  • (খ) বিহাৰ
  • (গ) উৰিষ্যা
  • (ঘ) অসম

উত্তৰঃ (ঘ)

২৪. মেঘদূতৰ ৰচক হ'ল-

  • (ক) হর্ষ
  • (খ) কৌটিল্য
  • (গ) কালিদাস
  • (ঘ) কলহন

উত্তৰ: (গ)

২৫. প্রাচীন ভাৰতবৰ্ষৰ এজন বিখ্যাত জ্যোর্তিবিদ হ'ল-

  • (ক) মনু
  • (খ) বৃহস্পতি
  • (গ) আর্যভট্ট
  • (ঘ) চড়ক

উত্তৰ: (গ)

২৬. অজন্তা গুহাত থকা চিত্রবোৰে প্রদর্শন কৰিছে-

  • (ক) হিন্দু ধৰ্মৰ কাহিনী
  • (খ) বৌদ্ধ ধৰ্মৰ কাহিনী
  • (গ) জৈন ধৰ্মৰ কাহিনী
  • (ঘ) মুছলমানৰ ধৰ্মৰ কাহিনী

উত্তৰ: (খ)

২৭. কলহনৰ বিখ্যাত ঐতিহাসিক গ্রন্থখন হ'ল-

  • (ক) পৃথ্বীৰজসো
  • (খ) ৰাজতৰঙ্গিনী
  • (গ) নাট্যশাস্ত্র
  • (ঘ) হর্ষ চৰিত

উত্তৰ: (খ)

২৮. জয়দেৱৰ গীত গোবিন্দখন ৰচনা কৰা সময় হৈছে -

  • (ক) খৃঃ তৃতীয় শতিকা
  • (খ) দশম শতিকা
  • (গ) দ্বাদশ শতিকা
  • (ঘ) পঞ্চদশ শতিকা

উত্তৰ: (গ)

২৯. গুক নানকে 'ৰাবাৰ' ব্যৱহাৰ কৰিছিল। সেইটো কোৱা হয়-

  • (ক) টিলা বৰ্হিবাস
  • (খ) বাটি
  • (গ) বাদ্যযন্ত্র
  • (ঘ) খাৰু

উত্তৰ: (গ)

৩০. পতঞ্জলি জড়িত আছিল-

  • (ক) ব্যাকৰণ
  • (খ) অর্থনীতি
  • (গ) জ্যোতিবিদ্যা
  • (ঘ) পদার্থ বিদ্যা

উত্তৰ: (ক)

৩১. অদ্বৈত দর্শনৰ জন্মদাতা আছিল-

  • (ক) মহাবীৰ
  • (খ) শঙ্কৰাচাৰ্য
  • (গ) গৌতম বুদ্ধ
  • (ঘ) ৰামকৃষ্ণ পৰম হংস

উত্তৰ: (খ)

৩২. আদিগ্রন্থত শিকনি আছে-

  • (ক) কবিৰৰ
  • (খ) চৈতন্যৰ
  • (গ) গুৰু নানকৰ
  • (ঘ) শঙ্কৰাচাৰ্যৰ

উত্তৰ: (গ)

৩৩. গুপ্তবংশৰ কোনজন ৰজা তেওঁ কৰা জয়লাভ আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল?

  • (ক) চন্দ্রগুপ্ত
  • (খ) বিক্রমাদিত্য
  • (গ) সমুদ্রগুপ্ত
  • (ঘ) কুমাৰগুপ্ত

উত্তৰ: (গ)

৩৪. ভাৰত বুৰঞ্জীৰ কোনটো যুগক 'সোণালী যুগ' হিচাপে জনা যায়?

  • (ক) মোগল যুগ
  • (খ) মৌর্য যুগ
  • (গ) গুপ্ত যুগ
  • (ঘ) ব্রিটিছ যুগ

উত্তৰ: (গ)

৩৫. গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি?

  • (ক) আর্যভট্ট
  • (খ) ব্রহ্মগুপ্ত
  • (গ) ভাস্কৰাচাৰ্য
  • (ঘ) বৰাহমিহিৰ

উত্তৰ: (ক)

৩৬. মীৰাবায়ে তেওঁৰ ভজনবোৰ লিখিছিল-

  • (ক) হিন্দী ভাষাত
  • (খ) ৰাজস্থানী ভাষাত
  • (গ) উর্দু ভাষাত
  • (ঘ) গুজৰাটি ভাষাত

উত্তৰ: (খ)

৩৭. অসমৰ মহান বৈষ্ণৱ মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱে চিত্রপট আঁকিছিল আৰু তাৰ দ্বাৰা তেওঁ প্ৰকাশ কৰিব বিচাৰিছিল-

  • ক) নদী
  • (খ) ৰস
  • (গ) বৈকুণ্ঠ
  • (ঘ) সাগৰ

উত্তৰ: (গ)

৩৮. ৰামচৰিত মানসখন লিখিছিল-

  • (ক) নৱদেৱ
  • (খ) তুলসীদাস
  • (গ) চৈতন্য
  • (ঘ) সুৰদাস

উত্তৰ: (খ)

৩৯. সিন্ধু উপত্যকাৰ কালত এটা বৃহৎ স্নানাগাৰো সজা হৈছিল-

  • (ক) হৰপ্পা
  • (খ) মহেঞ্জোদাৰো
  • (গ) লোথাল
  • (ঘ) কৰাচী

উত্তৰ: (খ)

৪০. তলত উল্লেখ কৰা কোনটো হৰপ্পা আৰু মহেঞ্জোদাৰোত আৱিস্কৃত ধ্বংসস্তুপবোৰৰ এটা বৈশিষ্ট্য

  • (ক) অর্ধগোলাকাৰ চাল
  • (খ) বাগিচা
  • (গ) নর্দমা ব্যবস্থা
  • (ঘ) বৃহৎ অট্টালিকা

উত্তৰ: (গ)

Indian History GK in Assamese

Important Topics:

  1. Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)

Quiz:

  1. Test Your Knowledge

Leave a Comment

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese