৩৬১. আহোমসকল কোন নৃ-গোষ্ঠীয় লোক?
- (ক) টাই
- (খ) ইন্দো
- (গ) দ্রাবিড়
- (ঘ) টাই-মংগোলীয়
উত্তৰঃ (ঘ)
৩৬২. বুৰঞ্জী শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে?
- (ক) আহোম
- (খ) লেটিন
- (গ) গ্রীক
- (ঘ) বার্মা
উত্তৰঃ (ক)
৩৬৩. আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?
- (ক) ৬৫০
- (খ) ৬০০
- (গ) ৬৬০
- (ঘ) ৫০০
উত্তৰ: (খ)
৩৬৪. আহোমৰ শেষ স্বৰ্গদেউৰ নাম কি?
- (ক) পুৰন্দৰ সিংহ
- (খ) ধর্মপাল
- (গ) চন্দ্রকান্ত
- (ঘ) ৰুদ্র সিংহ
উত্তৰঃ (ক)
৩৬৫. কোন স্বর্গদেউ প্রথম হিন্দু ধর্ম গ্রহণ কৰিছিল?
- (ক) জয়ধ্বজ
- (খ) কদ্র সিংহ
- (গ) চন্দ্রকান্ত
- (ঘ) চুহুংমুং
উত্তৰঃ (ঘ)
৩৬৬. অসমীয়া ভাষাত বুৰঞ্জী লিখোতা প্রথম স্বৰ্গদেউ কোন আছিল?
- (ক) ৰুদ্র সিংহ
- (খ) লক্ষীনাৰায়ণ
- (গ) স্বর্গ নাৰায়ণ
- (ঘ) প্রতাপ সিংহ
উত্তৰ: (গ)
৩৬৭. কোন স্বৰ্গদেউ বৰা, শইকীয়া, হাজৰিকা পদবীৰ সৃষ্টি কৰিছিল?
- (ক) চুকাফা
- (খ) চুতেনফা
- (গ) চুফিমফা
- (ঘ) চুহুংমু
উত্তৰঃ (খ)
৩৬৮. কাৰ শাসনকালত মীৰজুমলাই গড়গাঁও অধিকাৰ কৰিছিল?
- (ক) ৰুদ্র সিংহ
- (খ) প্রতাপ সিংহ
- (গ) জয়ধ্বজ
- (ঘ) গদাধৰ
উত্তৰঃ (গ)
৩৬৯. কেতিয়া শৰাইঘাট যুদ্ধ হৈছিল?
- (ক) ১৬৭১ চনত
- (খ) ১৬৬২ চনত
- (গ) ১৬৭২ চনত
- (ঘ) ১৬৭০ চনত
উত্তৰঃ (ক)
৩৭০. শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি কোন আছিল?
- (ক) গদাপাণি
- (খ) লাচিত বৰফুকন
- (গ) বাঘ হাজৰিকা
- (ঘ) ইছমাইল শ্বেখ
উত্তৰঃ (খ)
৩৭১. নৰনাৰায়ণৰ আচল নাম কি?
- (ক) চুখামফা
- (খ) মল্লদেৱ
- (গ) শুক্লধ্বজ
- (ঘ) তামধ্বজ
উত্তৰ: (খ)
৩৭২. শুক্লধ্বজক কি নামেৰে জনা যায়?
- (ক) নৰনাৰায়ণ
- (খ) বিশ্বসিংহ
- (গ) চিলাৰায়
- (ঘ) লক্ষ্মীনাৰায়ণ
উত্তৰঃ (গ)
৩৭৩. নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল?
- (ক) চুকাফা
- (খ) চুফিমফা
- (গ) চুখামফা
- (ঘ) চুক্রেনমুং
উত্তৰঃ (ঘ)
৩৭৪. কোচ ৰজা ৰঘুদেৱৰ জীয়েকৰ নাম কি আছিল?
- (ক) শংকলা
- (খ) ভানুমতী
- (গ) বিমলা
- (ঘ) বিপাসা
উত্তৰঃ (ক)
৩৭৫. চিলাৰায় কাৰ হাতত বন্দী হৈছিল?
- (ক) হোছেন শ্বাহ
- (খ) কছাৰী ৰজা
- (গ) চুলেইমান কৰৰাণী
- (ঘ) আহোমৰ
উত্তৰঃ (গ)
৩৭৬. কোচৰাজ্য কেতিয়া বিভক্ত হৈছিল?
- (ক) ১২২৮ চনত
- (খ) ১৫৮২ চনত
- (গ) ১৫৮১ চনত
- (ঘ) ১৫৮৫ চনত
উত্তৰঃ (গ)
৩৭৭. কছাৰী ৰাজ্য ক'ত আছিল?
- (ক) ৰত্নপীঠত
- (খ) দিখৌৰ পৰা কলঙলৈ
- (গ) কমতাপুৰত
- (ঘ) কলঙলৰ পৰা দিখৌৰ মাজত
উত্তৰঃ (খ)
৩৭৮. কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল?
- (ক) কামৰূপ
- (খ) শদিয়া
- (গ) হিবিম্বাপুৰ
- (ঘ) কমতাপুৰ
উত্তৰঃ (গ)
৩৭৯. কেতিয়া আহোম শাসন আৰম্ভ হৈছিল?
- (ক) ১২২১ চনত
- (খ) ১২২৮ চনত
- (গ) ১২২৫ চনত
- (ঘ) ১২২৬ চনত
উত্তৰঃ (খ)
৩৮০. প্রথম আহোম স্বৰ্গদেউ কোন আছিল?
- (ক) চুকাফা
- (খ) চুফিমফা
- (গ) চুক্লেনমুং
- (ঘ) চুখামফা
উত্তৰ: (ক)
Indian History GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
Quiz: