৩৪১. বাঘ হাজৰিকাৰ আচল নাম কি?
- (ক) ইছমাইল হোছেন
- (খ) ইছমাইল ছিদ্দিক
- (গ) ইছমাইল আলি
- (ঘ) ইছমাইল শ্বেখ
উত্তৰঃ (খ)
৩৪২. গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল?
- (ক) ভানুমতী
- (খ) জয়মতী
- (গ) স্বর্ণমতী
- (ঘ) মায়ামতী
উত্তৰঃ (খ)
৩৪৩. জয়মতীক ক'ত হত্যা কৰা হৈছিল?
- (ক) জয়সাগৰ
- (খ) গৌৰী সাগৰ
- (গ) জেৰেঙা পথাৰত
- (ঘ) ৰংঘৰ
উত্তৰঃ (গ)
৩৪৪. জয়দল, জয়সাগৰ কোনে নিৰ্মাণ কৰিছিল?
- (ক) গদাধৰ সিংহ
- (খ) জয়ধ্বজ সিংহ
- (গ) প্রতাপ সিংহ
- (ঘ) ৰুদ্র সিংহ
উত্তৰঃ (ঘ)
৩৪৫. কোন স্বৰ্গদেউৰ সময়ত প্রথম মোৱামৰীয়া যুদ্ধ হৈছিল?
- (ক) গদাধৰ সিংহ
- (খ) ৰুদ্র সিংহ
- (গ) ৰাজেশ্বৰ সিংহ
- (ঘ) লক্ষ্মী সিংহ
উত্তৰঃ (ঘ)
৩৪৬. গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনে নির্মাণ কৰাইছিল?
- (ক) শিৱ সিংহ
- (খ) প্রমত্ত সিংহ
- (গ) ৰাজেশ্বৰ সিংহ
- (ঘ) ৰুদ্র সিংহ
উত্তৰঃ (খ)
৩৪৭. মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল?
- (ক) ১৭ বাৰ
- (খ) ৫ বাৰ
- (গ) ৩ বাব
- (ঘ) ১ বাৰ
উত্তৰঃ (গ)
৩৪৮. অসমলৈ কোনে মান আনিছিল?
- (ক) ৰুচিনাথ
- (খ) লাচিত
- (গ) বদনচন্দ্র
- (ঘ) ফ্রানচেংমুং
উত্তৰঃ (গ)
৩৪৯. ফ্রানচেংমুং বৰপাত্র গোহাঁইৰ পত্নীৰ নাম কি?
- (ক) মূলাগাভৰু
- (খ) জয়মতী
- (গ) ভানুমতী
- (ঘ) ভূৱনেশ্বৰী
উত্তৰঃ (ক)
৩৫০. ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
- (ক) ১৮২৬ চনত
- (খ) ১৮২৭ চনত
- (গ) ১৮২৫ চনত
- (ঘ) ১৮৩০ চনত
উত্তৰঃ (ক)
৩৫১. ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিল?
- (ক) ব্রহ্মদেশত
- (খ) চীনত
- (গ) ভাৰতত
- (ঘ) পাকিস্তানত
উত্তৰঃ (ক)
৩৫২. 'বেগম ৰহমত বাণু' কোন অসমীয়া জীয়েকৰ নাম?
- (ক) মূলাগাভৰু
- (খ) ৰমণী গাভৰু
- (গ) ভানুমতী
- (ঘ) ইন্দ্রমতী
উত্তৰঃ (খ)
৩৫৩. বান ৰজাৰ জীয়েকৰ নাম কি?
- (ক) ঊষা
- (খ) চিত্রলেখা
- (গ) ৰুক্মিণী
- (ঘ) বাধা
উত্তৰঃ (ক)
৩৫৪. ভীষ্মকে কোন ৰাজ্যত ৰাজত্ব কৰিছিল?
- (ক) শদিয়া
- (খ) কছাৰী
- (গ) অসম
- (ঘ) বিদর্ভ
উত্তৰঃ (ঘ)
৩৫৫. ধোদৰ আলি আৰু উমানন্দ মন্দিৰ কোনে নির্মাণ কৰাইছিল।
- (ক) গদাধৰ সিংহ
- (খ) ৰুদ্র সিংহ
- (গ) শিৱ সিংহ
- (ঘ) সর্বানন্দ সিংহ
উত্তৰঃ (ক)
৩৫৬. ৰংপুৰ শব্দৰ অৰ্থ কি?
- (ক) বিশাল নগৰী
- (খ) আনন্দ নগৰী
- (গ) শিল্প নগৰী
- (ঘ) উদ্যোগ নগৰী
উত্তৰঃ (খ)
৩৫৭. ইটাখুলিৰ ৰণ কেতিয়া হৈছিল?
- (ক) ১৬৮০ চনত
- (খ) ১৮৬৯ চনত
- (গ) ১৬৮২ চনত
- (ঘ) ১৬৮৪ চনত
উত্তৰঃ (গ)
৩৫৮. শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল?
- (ক) মীৰজুমলা
- (খ) ৰাম সিংহ
- (গ) হোছেন শাহ
- (ঘ) ফিৰোজ শ্বাহ
উত্তবঃ (খ)
৩৫৯. 'তাৰিখ-ই-আছাম' বা 'ফাতিয়াহ-ই-ইব্রিয়া' গ্রন্থৰ ৰচক কোন?
- (ক) মিৰজুমলা
- (খ) ফিৰদৌসি
- (গ) চিহাবুদ্দিন তালিছ
- (ঘ) এটাও নহয়
উত্তৰঃ (গ)
৩৬০. পোন প্রথমে ৰংপুৰত কোনে বৰ ৰজাৰ পঢ়াশালি স্থাপন কৰিছিল?
- (ক) ঊষা
- (খ) জয়মতী
- (গ) মূলাগাভৰু
- (ঘ) ফুলেশ্বৰী
উত্তৰঃ (ঘ)
Indian History GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
Quiz: