৩২১. ভীমপুত্র ঘটোৎকোচ কোন ৰাজ্যৰ অধিকাৰী আছিল?
- (ক) কুন্তিল
- (খ) হিড়িম্বাপুব
- (গ) কামৰূপ
- (ঘ) কমতা
উত্তৰ: (খ)
৩২২. আহোম ৰাজত্ব পতনৰ কাৰণ কি?
- (ক) গৃহ কন্দল
- (খ) অদক্ষ সেনাপতি
- (গ) দুর্বল অধিকাৰী
- (ঘ) এটাও নহয়
উত্তৰঃ (ক)
৩২৩. আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল?
- (ক) ৰংপুৰ
- (খ) কামৰূপ
- (গ) চৰাইদেউ
- (ঘ) কমতাপুৰ
উত্তৰঃ (গ)
৩২৪. শেষ আহোম স্বৰ্গদেউ কোন আছিল?
- (ক) ৰুদ্ৰসিংহ
- (খ) স্বর্গনাৰায়ণ
- (গ) শিৱ সিংহ
- (ঘ) পুৰন্দৰ সিংহ
উত্তবঃ (ঘ)
৩২৫. কোনজন আহোম স্বৰ্গদেৱে নিজৰ পিতৃক হত্যা কৰি ৰাজপাটত বহিছিল?
- (ক) চুহুমুং
- (খ) চুক্লেনমুং
- (গ) চুখিমখা
- (ঘ) এটাও নহয়
উত্তৰঃ (খ)
৩২৬. আহোম প্রথমতে হোৱা বিবাহক কি বুলি কোৱা হয়?
- (ক) চকলং
- (খ) গন্ধৰ
- (গ) প্রজাপতি
- (ঘ) এটাও নহয়
উত্তৰঃ (ক)
৩২৭. ল'ৰা ৰজাৰ প্ৰকৃত নাম কি?
- (ক) গদাধৰ সিংহ
- (খ) চুলিকফা
- (গ) ৰুদ্র সিংহ
- (ঘ) এটাও নহয়
উত্তৰঃ (খ)
৩২৮. ৰংঘৰ কোনে নির্মাণ কৰাইছিল?
- (ক) ৰুদ্র সিংহ
- (খ) গদাধৰ সিংহ
- (গ) প্রতাপ সিংহ
- (ঘ) প্রমত্ত সিংহ
উত্তৰঃ (ঘ)
৩২৯. শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল?
- (ক) শিৱ সিংহৰ পত্নী ৰাণী অম্বিকা
- (খ) প্রমত্ত সিংহ
- (গ) ৰুদ্র সিংহ
- (ঘ) প্রতাপ সিংহ
উত্তৰঃ (ক)
৩৩০. চকৰী ফেঁটী বুৰঞ্জী কোনে ৰচনা কৰিছিল?
- (ক) কীর্তিনাথ
- (খ) বদনচন্দ্র
- (গ) নুমলী বৰগোহাঁই
- (ঘ) এটাও নহয়
উত্তৰঃ (গ)
৩৩১. দিহিংগীয়া ৰজাৰ প্ৰকৃত নাম কি?
- (ক) চুহুংমুং
- (খ) চুক্রেনমুং
- (গ) চুখামখা
- (ঘ) চুকাফা
উত্তৰঃ (ক)
৩৩২. খোৰা ৰজা কোন?
- (ক) চুহুংমুং
- (খ) চুখ্রাংফা
- (গ) চুকাফা
- (ঘ) এটাও নহয়
উত্তৰঃ (খ)
৩৩৩. ভগনীয়া ৰজা কোন?
- (ক) জয়ধ্বজ সিংহ
- (খ) শুক্লধ্বজ
- (গ) তাম্রধ্বজ সিংহ
- (ঘ) ৰাজেশ্বৰ সিংহ
উত্তৰঃ (ক)
৩৩৪. উমানন্দ মন্দিৰ কোনে নির্মাণ কৰিছিল?
- (ক) গদাধৰ সিংহ
- (খ) ৰুদ্র সিংহ
- (গ) জয়ধ্বজ সিংহ
- (ঘ) প্রমত্ত সিংহ
উত্তৰঃ (ক)
৩৩৫. কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ গ্রহণ কৰা অসমৰ ৰজা কোন?
- (ক) ব্রজদত্ত
- (খ) ভগদত্ত
- (গ) হৰদত্ত
- (ঘ) এটাও নহয়
উত্তৰঃ (খ)
৩৩৬. কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে কোনে নির্মাণ কৰিছিল?
- (ক) বাণৰজা
- (খ) ভগদত্ত
- (গ) নৰকাসুৰ
- (ঘ) এটাও নহয়
উত্তৰঃ (গ)
৩৩৭. কোন আহোম ৰজাক ইংৰাজে বন্দী কৰি ৰাখিছিল?
- (ক) সর্বানন্দ সিংহ
- (খ) ৰুদ্র সিংহ
- (গ) চন্দ্রকান্ত সিংহ
- (ঘ) পুৰন্দৰ সিংহ
উত্তৰঃ (ঘ)
৩৩৮. লতা কটা ৰণ কাৰ দিনত হৈছিল?
- (ক) চক্রধ্বজ সিংহ
- (খ) ৰাজেশ্বৰ সিংহ
- (গ) প্রমত্ত সিংহ
- (ঘ) এটাও নহয়
উত্তৰঃ (খ)
৩৩৯. বদনচন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল?
- (ক) হোছেন শ্বাহ
- (খ) ইছমাইল ছিদ্দিক
- (গ) ৰূপসিংহ চুবেদাৰ
- (ঘ) এটাও নহয়
উত্তৰঃ (গ)
৩৪০. নিধানপুৰৰ তাম্রলিপি ক'ত উদ্ধাৰ হৈছিল?
- (ক) শিলচৰ
- (খ) চিলেট
- (গ) মণিপুৰ
- (ঘ) ত্রিপুৰা
উত্তৰঃ (খ)
Indian History GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
Quiz: