২৮১. কানাই বৰশী শিলালিপি ক'ত উদ্ধাৰ হৈছিল?
- (ক) পশ্চিম গুৱাহাটী
- (খ) উত্তৰ গুৱাহাটী
- (গ) নাৰেংগী
- (ঘ) কাজিৰঙা
উত্তৰ: (খ)
২৮২. 'The Comprehensive History of Assam' ৰ লিখক কোন?
- (ক) H. K. Barpujari
- (খ) S. L. Baruah
- (গ) P. C. Choudhury
- (ঘ) এটাও নহয়
উত্তৰ: (ক)
২৮৩. 'ৰত্নাৱলী'ৰ ৰচক কোন?
- (ক) শ্রীহর্ষ
- (খ) বাণভট্ট
- (গ) কালিদাস
- (ঘ) এটাও নহয়
উত্তৰ: (ক)
২৮৪. কোনে কামৰূপক 'কা-মা-লু-পু' বুলি কৈছিল?
- (ক) বাণভট্ট
- (খ) ইট-চিঙ
- (গ) বা-হিউৱেন-চি
- (ঘ) হিউৱেন-চাঙ
উত্তৰ: (ঘ)
২৮৫. কাৰদিনত হাজোত হয়গ্রীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল?
- (ক) চিলাৰায়
- (খ) ৰঘুদের
- (গ) নৰনাৰায়ণ
- (ঘ) এটাও নহয়
উত্তৰ: (খ)
২৮৬. আহোমসকলৰ দিনত আটাইতকৈ বৃহৎ গড় কোনটো আছিল?
- (ক) নুমলীগড়
- (খ) মোমাইকটা গড়
- (গ) গড়গাঁও
- (ঘ) এটাও নহয়
উত্তৰ: (ক)
২৮৭. পোৱামক্কা ক'ত অৱস্থিত?
- (ক) নলবাৰী
- (খ) তেজপুৰ
- (গ) হাজো
- (ঘ) গুৱাহাটী
উত্তৰ: (গ)
২৮৮. পাঁচপীৰ দৰগাহ ক'ত অৱস্থিত?
- (ক) ধুবুৰী
- (খ) বঙাইগাঁও
- (গ) হাজো
- (ঘ) তেজপুৰ
উত্তৰ: (ক)
২৮৯.' সাতসৰী অসম বুৰঞ্জী'ৰ বচক কোন?
- (ক) S. L. Baruah
- (খ) H. K. Barpujari
- (গ) S. K. Bhuyan
- (ঘ) P. C. Choudhury
উত্তৰ: (গ)
২৯০. অসমত প্রথম কোনে চিপাহী বিদ্রোহ আৰম্ভ কৰিছিল?
- (ক) পিয়লি বৰুৱা
- (খ) মণিৰাম দেৱান
- (গ) বিষ্ণুপ্ৰসাদ ৰাভা
- (ঘ) এটাও নহয়
উত্তৰ: (খ)
২৯১. মণিৰাম দেৱানক বন্দী কৰি ক'ত ৰাখিছিল?
- (ক) কলিকতা
- (খ) আলিপুৰ
- (গ) কোচবিহাৰ
- (ঘ) তেজপুৰ
উত্তৰ: (খ)
২৯২. মণিৰাম দেৱানক ফাঁচী দিয়াৰ দিনাখন আৰু কাক ফাঁচী দিয়া হৈছিল?
- (ক) পিয়লি ফুকন
- (খ) পিয়লি বৰুৱা
- (গ) কন্দের্পশ্বব
- (ঘ) এটাও নহয়
উত্তৰ: (খ)
২৯৩. অসমত প্রথম কোনে অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল?
- (ক) নবীনচন্দ্ৰ আৰু তৰুণৰাম
- (খ) মণিৰাম আৰু পিয়লি বৰুৱা
- (গ) বিষ্ণুপ্রসাদ ৰাভা
- (ঘ) এটাও নহয়।
উত্তৰ: (ক)
২৯৪. 'কর্মবীব' বুলি কোনে জনাজাত?
- (ক) তৰুণৰাম ফুকন
- (খ) নবীনচন্দ্র বৰদলৈ
- (গ) মণিৰাম দেৱান
- (ঘ) গোপীনাথ বৰদলৈ
উত্তৰ: (খ)
২৯৫. অসমব স্বাধীনতা আন্দোলনৰ প্ৰথম ছহিদ কোন?
- (ক) মণিৰাম দেৱান
- (খ) পিয়লি বৰুৱা
- (গ) কনকলতা
- (ঘ) পিয়লি ফুকন
উত্তৰ: (ঘ)
২৯৬. অসমত কেতিয়া বাংলা ভাষাৰ প্রচলন হৈছিল?
- (ক) ১৮৩৬ চনত
- (খ) ১৮৭০ চনত
- (গ) ১৮৩২ চনত
- (ঘ) ১৮৩৫ চনত
উত্তৰ: (ক)
২৯৭. অসমত কেতিয়া কৃষক বিদ্রোহ হৈছিল?
- (ক) ১৮৩০ চনত
- (খ) ১৮৬১ চনত
- (গ) ১৮৩৬ চনত
- (ঘ) ১৮৬৫ চনত
উত্তৰ: (খ)
২৯৮. পথৰুঘাটৰ ঘণ কেতিয়া হৈছিল?
- (ক) ১৮৬১ চনত
- (খ) ১৮৯৪ চনত
- (গ) ১৮৯৬ চনত
- (ঘ) ১৮৯০ চনত
উত্তৰ: (খ)
২৯৯. ফুলগুৰিৰ ধেৱা কেতিয়া হৈছিল?
- (ক) ১৮৬০ চনত
- (খ) ১৮৯৪ চনত
- (গ) ১৮৬১ চনত
- (ঘ) ১৮৩০ চনত
উত্তৰ: (গ)
৩০০. ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ থানাত কোনে পতাকা উত্তোলন কৰিব গৈ মৃত্যুবৰণ কৰিছিল?
- (ক) পিয়লি বৰুৱা
- (খ) কনকলতা বৰুৱা
- (গ) মুকুন্দ কাকতি
- (ঘ) মণিৰাম দেৱান
উত্তৰ: (খ)
Indian History GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
Quiz: