২৬১. সতীদাহ প্রথা অপৰাধ বুলি ঘোষণা কৰা গভৰ্ণৰ জেনেরেলজনৰ নাম-
- (ক) উইলিয়াম ৱেন্টিক
- (খ) লর্ড ডেলহাউচি
- (গ) ৰর্বাট ক্লাইব
- (ঘ) লর্ড বিপন
উত্তৰ: (ক)
২৬২. বোম্বাই আৰু থানেৰ মাজত থকা প্ৰথম ভাৰতীয় ৰেলআলি লর্ড ডেলহাউচিয়ে চনত সাজিছিল-
- (ক) ১৯০০ চনত
- (খ) ১৮৫৩ চনত
- (গ) ১৯০১ চনত
- (ঘ) ১৮৫৬ চনত
উত্তৰ: (খ)
২৬৩. ইয়ং বেঙ্গল আন্দোলনৰ নেতা কোন আছিল?
- (ক) ৰামমোহন বায়
- (খ) ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ
- (গ) হেনৰি ভিডিয়ান দেৰ'জিও
- (ঘ) বিপিন পাল দাস
উত্তৰ: (গ)
২৬৪. স্ত্রী-শিক্ষাৰ প্ৰয়োজনৰ ফলত স্থাপিত হৈছিল-
- (ক) লৰেটো হাউচ, কলকাতা
- (খ) পেচিডেঞ্চি কলেজ, কলকাতা
- (গ) বেটুন স্কুল, কলকাতা
- (ঘ) লিটল ফ্লাৱাৰ, কলকাতা
উত্তৰ: (গ)
২৬৫. ১৮৫৭ চনৰ ১০ মে'ত বিপ্লৱ আৰম্ভ হোৱা ঠাইখন
- (ক) দিল্লী
- (খ) ঝাঞ্চি
- (গ) মিৰাট
- (ঘ) কানপুৰ
উত্তৰ: (গ)
২৬৬. ১৮৫৭ চনৰ বিপ্লৱৰ প্ৰথম ছহিদ-
- (ক) বাহাদুৰ শ্বাহ
- (খ) নানা চাহেব
- (গ) মংগল পাণ্ডে
- (ঘ) ভগত সিং
উত্তৰ: (গ)
২৬৭. জে.এন. টাটাৰ মালিকাধীন, নাগপুৰ স্থিতি, ভাৰতৰ প্রথমটো বস্ত্র কাৰখানা, এমপ্রেচ মিল আৰম্ভ হৈছিল
- (ক) ১৮৬৮ চনত
- (খ) ১৮৮৬ চনত
- (গ) ১৮৮৭ চনত
- (ঘ) ১৮৯৫ চনত
উত্তৰ: (গ)
২৬৮. নগৰবোৰ আৰু গাঁওবোৰৰ বাবে স্বায়ত্ত শাসন প্রবর্তন কৰোতাজন-
- (ক) লর্ড লিটন
- (খ) লর্ড ৰিপন
- (গ) লর্ড কার্জন
- (ঘ) ইউলিয়াম বেন্টিঙ্ক
উত্তৰ: (খ)
২৬৯. ১৮৬৩ চনত ভাৰতীয় অসামৰিক সেৱাত সফলতাৰে যোগ্যতা লাভ কৰা প্ৰথমজন ভাৰতীয় হ'ল-
- (ক) প্রসন্নকুমাৰ ঠাকুৰ
- (খ) সত্যেন্দ্ৰনাথ ঠাকুৰ
- (গ) ৰবীন্দ্রনাথ ঠাকুৰ
- (ঘ) উমেশ চন্দ্র ব্যানার্জী
উত্তৰ: (খ)
২৭০. ভার্নেকুলাৰ প্ৰেছ আইন ___ চনত প্ৰৱৰ্তন কৰা হৈছিল।
- (ক) ১৮৮৭ চনত
- (খ) ১৮৬৮ চনত
- (গ) ১৮৫৮ চনত
- (ঘ) ১৮৭৮ চনত
উত্তৰ: (ঘ)
২৭১. কোনে গান্ধীজীক 'মহাত্মা' উপাধি প্রদান কৰিছিল-
- (ক) পণ্ডিত জৱাহৰলাল নেহৰু
- (খ) সুভাষচন্দ্র বসু
- (গ) ৰবীন্দ্রনাথ ঠাকুৰ
- (ঘ) ডব্লিউ চি বেনার্জী
উত্তৰ: (গ)
২৭২. ভাৰতবর্ষক কোনে ভাৰত আক পাকিস্তান হিচাপে দুখন ৰাষ্ট্ৰত বিভাজন কৰাটো ঘোষণা কৰিছিল?
- (ক) লর্ড ডেলহাউছি
- (খ) লর্ড কেনিং
- (গ) লর্ড কার্জন
- (ঘ) লর্ড মাউন্টবেটেন
উত্তৰ: (ঘ)
২৭৩. প্রথমবাবৰ বাবে কোনে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিছিল?
- (ক) জৱাহৰলাল নেহেক
- (খ) এম কে গান্ধী
- (গ) লর্ড মেল্লে
- (ঘ) এলিজাবেথ
উত্তৰ: (ক)
২৭৪. ১৮৩৫ চনত ভাৰতীয় প্ৰেছৰ ওপৰত থকা বাধা- নিষেধ শিথিল কৰা ইংৰাজ লোকজনৰ নাম-
- (ক) চালর্চ ম্যাটকাফ
- (খ) কর্ণেল এইচ. এচ. অলকট
- (গ) আলেকজেণ্ডাৰ ডাফু
- (ঘ) লর্ড লিটন
উত্তৰ: (ক)
২৭৫. ভাৰতীয় জাতীয় কংগ্রেছ স্থাপিত হৈছিল-
- (ক) ১৮৮৫ চনত
- (খ) ১৮৯৬ চনত
- (গ) ১৯৮৬ চনত
- (ঘ) ১৮৭৬ চনত
উত্তৰ: (ক)
২৭৬. জনকল্যাণ আৰু সামাজিক কামৰ বাবে ৰামকৃষ্ণ মিছন প্রতিষ্ঠা কৰোঁতাজন হ'ল-
- (ক) ৰামকৃষ্ণ পৰমহংস
- (খ) স্বামী বিবেকানন্দ
- (গ) পণ্ডিত বিদ্যাসাগৰ
- (ঘ) স্বামী ভবানন্দ
উত্তৰ: (খ)
২৭৭. বিষ্ণু শৰ্মাৰ পঞ্চতন্ত্ৰৰ সাধুবোৰ কোনে কৈছিল?
- (ক) বোধিসেন
- (খ) বিদ্যাপতি
- (গ) জয়দেৱ
- (ঘ) ধর্মপাল
উত্তৰ: (খ)
২৭৮. জৈন শব্দটো তলৰ কোনটো শব্দৰ পৰা উদ্ভৱ হৈছে?
- (ক) জীৱন
- (খ) জীৱ
- (গ) জিন
- (ঘ) জন
উত্তৰ: (গ)
২৭৯. মহাবীৰে মৃত্যুবৰণ কৰা ঠাইখন-
- (ক) পাভাপুৰী
- (খ) কুন্দগ্রাম
- (গ) অঙ্গ
- (ঘ) জন
উত্তৰ: (ক)
২৮০. কিমান বছৰ বয়সত আকবৰে সিংহাসনত আৰোহণ কৰিছিল?
- (ক) ১৭ বছৰ
- (খ) ১৮ বছৰ
- (গ) ১৩ বছৰ
- (ঘ) ৩৫ বছৰ
উত্তৰ: (গ)
Indian History GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
Quiz: