1000+ Indian History GK in Assamese || All in one page||

Popup Iframe Example

২৪১. টুজুক-ই-বাবৰী নামৰ বিখ্যাত বাবৰ স্মৃতি লিখিছিল-

WhatsApp Group Join Now
Telegram Group Join Now
  • (ক) বাববে
  • (খ) আমিৰ সুশ্রুৱে
  • (গ) আবুল ফজলে
  • (ঘ) আকবৰে

উত্তবঃ (ক)

২৪২. ৰাজা বীৰবল উপাধি দিয়া হৈছিল-

  • (ক) মানসিংহক
  • (খ) অমৰ সিংহক
  • (গ) মহেশ দাসক
  • (ঘ) মাধৱ দত্তক

উত্তৰ: (গ)

২৪৩. কাশ্মীৰৰ চালিমাৰ বাগ স্থাপন কৰোতা হ'ল-

  • (ক) বাবৰ
  • (খ) জাহাঙ্গীন
  • (গ) ছাহজাহান
  • (ঘ) আকবৰ

উত্তৰ: (গ)

২৪৪. ছাহজাহানে তাজমহল সাজিছিল তেওঁৰ ঘৈণীয়েকৰ স্মৃতি ৰক্ষাৰ বাবে। তেওঁৰ ঘৈণীয়েকৰ নাম আছিল-

  • (ক) নুৰজাহান
  • (খ) বেজিয়া চুলতানা
  • (গ) মমতাজ মহল
  • (ঘ) তাজমহল

উত্তৰ: (গ)

২৪৫. ভাৰতৰ দাস বংশৰ চুলতানে তেওঁলোকৰ ৰাজধানী ক'ত স্থাপন কৰিছিল?

  • (ক) বিজয় নগৰ
  • (খ) হস্তিনাপুৰ
  • (গ) দিল্লী
  • (ঘ) ৰায়গড়

উত্তৰ: (গ)

২৪৬. আলেকজেণ্ডাৰে ভাৰতবৰ্ষ আক্ৰমণ কৰা সময়ত সেই অঞ্চলত প্রচলিত ধর্ম আছিল--

  • (ক) বৌদ্ধ ধর্ম
  • (খ) জৈন ধর্ম
  • (গ) ব্রাহ্মণ্য ধর্ম
  • (ঘ) এটাও নহয়

উত্তৰ: (গ)

২৪৭. কোনজন ৰজাৰ ৰাজত্ব কালত ভাৰতবৰ্ষত প্রশাসনীয় ব্যৱস্থাৰ গজালী মেলিছিল-

  • (ক) বিম্বিসাৰ
  • (খ) চন্দ্রগুপ্ত
  • (গ) অজাত শত্রু
  • (ঘ) অশোক

উত্তৰ: (ক)

২৪৮. শিশুনাগসকলক খেদি পঠোৱা নন্দসকল আছিল-

  • (ক) ক্ষত্রিয়
  • (খ) ব্রাহ্মাণ
  • (গ) অনাক্ষত্রিয়
  • (ঘ) এটাও নহয়

উত্তৰ: (গ)

২৪৯. আইনৰ চাকৰিৰ বিবর্তন ঘটোৱা কোন ধৰ্মৰ শিকনিৰ মূল কথা আছিল-

  • (ক) জৈন ধৰ্মৰ
  • (খ) বৌদ্ধ ধৰ্মৰ
  • (গ) হিন্দু ধৰ্মৰ
  • (ঘ) ইহুদি ধর্ম

উত্তবঃ (খ)

২৫০. বর্তমানলৈ বর্তি থকা বৌদ্ধ ধৰ্মৰ প্রাচীনতম ধর্মটোক কোৱা হয়-

  • (ক) থেৰাবড়া
  • (খ) শ্বেতাম্বৰ
  • (গ) দিতাম্বৰ
  • (ঘ) এটাও নহয়

উত্তৰ: (ক)

২৫১. ভগৱান হ'ল মানুহৰ আত্মাৰ সুপ্ত হৈ থকা উচ্চতম, মহানতম পূৰ্ণ প্ৰকাশৰ শক্তিৰ স্বৰূপ।' এই বিশ্বাসটো হ'ল-

  • (ক) ভগৱান বুদ্ধৰ
  • (খ) ঈশ্বৰ প্ৰেৰিত পুৰুষ মহম্মদ
  • (গ) ভগৱান মহাবীৰ
  • (ঘ) কনফুচিয়াচৰ

উত্তৰ: (গ)

২৫২. জৈন ধর্মাবলম্বী লোকসকলে কি পদ্ধতিৰে কৃচ্ছ সাধন কৰাত যোৰ দিয়ে-

  • (ক) ধ্যান
  • (খ) যোগ আৰু উপবাস
  • (গ) স্তোত্র পাঠ কৰা
  • (ঘ) ওপৰত উল্লেখ কৰা আটাইকেইটা

উত্তৰ: (খ)

২৫৩. জৈন ধর্মাৱলম্বী লোকসকল মতে ত্রিৰত্নৰ জৰিয়তে মোক্ষ লাভ কৰিব পাৰি। ত্ৰিৰত্ন হ'ল-

  • (ক) শুদ্ধ আচৰণ
  • (খ) শুদ্ধ স্মৰণ
  • (গ) শুদ্ধ প্রচেষ্টা
  • (ঘ) ওপৰত উল্লেখ কৰা আটাইকেইটা

উত্তৰ: (ক)

২৫৪. জৈন ধর্মাবলম্বী লোকসকলে কি নীতিত বিশ্বাস কৰে?

  • (ক) দান
  • (খ) তন্ত্র
  • (গ) অহিংসা
  • (ঘ) যজ্ঞ

উত্তৰ:  (গ)

২৫৫. ভগৱান বুদ্ধই তেওঁৰ অষ্টমাৰ্গক কি বুলিছিল--

  • (ক) মধ্যম পন্থা
  • (খ) নির্বাণ
  • (গ) নিৰগ্ৰন্থ
  • (ঘ) আত্ম নিগ্ৰহৰ চৰম পন্থা

উত্তৰ: (ক)

২৫৬. ইংৰাজী 'হিষ্টৰী' শব্দটো ক'ৰ পৰা উদ্ভৱ হৈছে?

  • (ক) হিষ্টোৰিয়া
  • (খ) হিষ্টৰী
  • (গ) ইতিহাস
  • (ঘ) বুৰঞ্জী

উত্তৰ: (ক)

২৫৭. ইতিহাসৰ পিতৃপুৰুষ কোন?

  • (ক) হিৰো' ডটাছ
  • (খ) কালিদাস
  • (গ) ৰামচন্দ্র গুহ
  • (ঘ) ভাস্কৰ বৰ্মণ

উত্তৰ: (ক)

২৫৮. ইতিহাস 'ক শব্দ?

  • (ক) গ্রীক শব্দ
  • (খ) সংস্থাত শব্দ
  • (গ) ইংৰাজী শব্দ
  • (ঘ) লেটিন শব্দ

উত্তৰ: (ক)

২৫৯. বৈদিক যুগত ৰজাক কি কোৱা হৈছিল?

  • (ক) ৰাষ্ট্রপতি
  • (খ) প্রধানমন্ত্রী
  • (গ) ৰাজন
  • (ঘ) এটাও নহয়

উত্তৰ: (গ)

২৬০. 'হিন্দু' নামটো ক'ৰ পৰা আহিছে?

  • (ক) হিন্দুস্তানৰ পৰা
  • (খ) সিন্ধু নদীৰ পৰা
  • (গ) যমুনা নদীৰ পৰা
  • (ঘ) গংগা নদীৰ পৰা

উত্তৰ: (খ)

Indian History GK in Assamese

Important Topics:

  1. Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)

Quiz:

  1. Test Your Knowledge

Leave a Comment

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese