২২১. কোনখন চহৰ সম্রাট ছাহজাহানে নির্মাণ কৰিছিল?
- (ক) ছাহজাহানবাদ
- (খ) আগ্রা
- (গ) ফতেহপুৰ চিক্ৰী
- (ঘ) বৃন্দাবন
উত্তৰ: (ক)
২২২. জাহাংগীৰৰ দ্বাৰা লিখিত আত্মজীৱনীখনৰ নাম কি আছিল?
- (ক) জাহাংগিৰি দাস্তান
- (খ) জাহাংগীৰ নামা
- (গ) জাহাংগিৰি বাত
- (ঘ) তুজক-ই-জাহাংগিৰি
উত্তৰ: (ঘ)
২২৩. শিৱাজীয় কেতিয়া 'ছত্রপতি' খিতাপ গ্রহণ কৰে?
- (ক) ১৬৫২
- (খ) ১৬৭২
- (গ) ১৬৮২
- (ঘ) ১৬৬২
উত্তৰ: (খ)
২২৪. কোনে ভাৰতত প্ৰথমবাৰৰ বাবে মুদ্ৰাৰ প্ৰচলন কবে?
- (ক) মহম্মদ বিন টোগলক
- (খ) ছাহজাহান
- (গ) বাবৰ
- (ঘ) শিৱাজী
উত্তৰ: (ক)
২২৫. চৰিয়ত হ'ল-
- (ক) ইছলামৰ ধৰ্ম্মীয় নীতি
- (খ) ইছলামৰ ধৰ্ম্মৰ পৱিত্ৰ গ্ৰন্থ
- (গ) ইছলামৰ ধৰ্ম্মৰ পবিত্র স্থান
- (ঘ) ইছলামৰ ধৰ্ম্মৰ পবিত্ৰ চিত্ৰ
উত্তৰ: (ক)
২২৬. দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী তুলি নিয়া চুলতানজন আছিল -
- (ক) বলবন
- (খ) আল্লাউদ্দিন খিলিজ
- (গ) মহম্মদ বিন টোগলক
- (ঘ) আকবৰ
উত্তৰ: (গ)
২২৭. পাণিপথৰ প্ৰথমখন যুদ্ধ হৈছিল
- (ক) ১৫২৬
- (খ) ১৩৯৮
- (গ) ১৪৭১
- (ঘ) ১৫২৩
উত্তৰ: (ক)
২২৮. বিশ্ববিখ্যাত কুতুবমিনাৰ সাজিছিল-
- (ক) বাহৰাম
- (খ) কুতুবউদ্দিন আইবাক
- (গ) ইলটুত মিচ
- (ঘ) ইব্রাহিম লোডী
উত্তৰ: (গ)
২২৯. মহম্মদ গজনীয়ে গুজৰাটৰ সোমনাথ মন্দিৰ আক্রমণ কৰিছিল-
- (ক) ১০১৮ চনত
- (খ) ১০২০ চনত
- (গ) ১০২৫ চনত
- (ঘ) ১০১৫ চনত
উত্তৰ: (গ)
২৩০. আল্লাউদ্দিন খিলিজীয়ে ৰাণী পদ্মিনীৰ সৌন্দর্যত বিমোহিত হৈছিল। পদ্মিনীৰ স্বামী ৰজা ৰতনছাহ আছিল-
- (ক) ৰনথম্বৰৰ
- (খ) চিতোৰৰ
- (গ) জয়পুৰৰ
- (ঘ) জালোৰৰ
উত্তৰ: (খ)
২৩১. দিল্লীৰ ফিৰোজছাহ কোটলা ময়দানখন এজন ৰজাৰ নামেৰে নামাকৰণ কৰা হৈছে। ৰজাজন-
- (ক) লোডী বংশৰ
- (খ) খিলিজি বংশব
- (গ) টোগলক বংশ
- (ঘ) দাস বংশৰ
উত্তব (গ)
২৩২. ইছলাম ধর্মত ৰহস্যবাদীসকলক কোৱা হয়-
- (ক) উলেমা
- (খ) চুফি
- (গ) হাবিচ
- (ঘ) মৌলবী
উত্তৰ: (খ)
২৩৩. আল্লাউদ্দিন খিলিজীয়ে নিৰ্মাণ কৰা কুটুবমিনাৰলৈ সোমোৱা দুৱাৰখনৰ নাম-
- (ক) আলাই দর্জা
- (খ) বুলন্দ দর্জা
- (গ) দাখিল দর্জা
- (ঘ) খুনী দর্জা
উত্তৰ: (ক)
২৩৪. ময়ূৰ সিংহাসনত বহা শেষ মোগল সম্রাটজনৰ নাম কি?
- (ক) মহম্মদ ইব্রাহিম
- (খ) আহমেদ ছাহ
- (গ) মহম্মদ ছাহ
- (ঘ) আজম ছাহ
উত্তৰ: (গ)
২৩৫. কোনখন যুদ্ধৰ পাছত ভাৰতত মোগল সাম্রাজ্যৰ ভেটি প্রতিষ্ঠা হৈছিল-
- (ক) পলাচীৰ যুদ্ধ
- (খ) তালিকোটৰ যুদ্ধ
- (গ) পানিপথৰ প্ৰথম যুদ্ধ
- (ঘ) পানিপথৰ দ্বিতীয় যুদ্ধ
উত্তৰ: (ক)
২৩৬. ১৫০৪ চনত আগ্রা চহৰ স্থাপন কৰিছিল-
- (ক) ৰাণা সংগ
- (খ) ইব্রাহিম লোডী
- (গ) ফিৰোজছাহ টোগলক
- (ঘ) চিকন্দৰ লোডী
উত্তৰ: (ঘ)
২৩৭. বাবৰ প্ৰকৃততে ক'ৰ পৰা ভাৰতলৈ আহিছিল?
- (ক) ফাৰঘানা
- (খ) খিৱা
- (গ) খোৰাচান
- (ঘ) চিস্তান
উত্তৰ: (ক)
২৩৮. শ্বেৰছাহৰ প্ৰকৃত নাম আছিল--
- (ক) হিমু
- (খ) ফৈজী
- (গ) বাহাদুৰ
- (ঘ) ফৰিদ
উত্তৰ: (ঘ)
২৩৯. দিল্লীৰ চুলতানব শীসন কালত প্রচলিত মুদ্রাৰ একক আছিল-
- (ক) কপি
- (খ) ডিনাৰ
- (গ) টংকা
- (ঘ) পইচা
উত্তৰ: (গ)
২৪০. পশ্চিম ভাৰতত কাগজৰ প্রচলন কৰিছিল-
- (ক) ইংৰাজ
- (খ) ফৰাচী
- (গ) আৰব
- (ঘ) পর্তুগীজ
উত্তৰ: (গ)
Indian History GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
Quiz: