1000+ Indian History GK in Assamese || All in one page||

Popup Iframe Example

২০১. অৰ্ধৈত দৰ্শনৰ জন্মদাতা আছিল-

WhatsApp Group Join Now
Telegram Group Join Now
  • (ক) মহাবীৰ
  • (খ) শঙ্কৰাচাৰ্য
  • (গ) গৌতম বুদ্ধ
  • (ঘ) ৰামকৃষ্ণ পৰম হংস

উত্তৰ: (খ)

২০২. আদিগ্রন্থত শিকনি আছে-

  • (ক) কবিৰৰ
  • (খ) চৈতন্যৰ
  • (গ) গুৰু নানকৰ
  • (ঘ) শঙ্কৰাচাৰ্যৰ

উত্তৰ: (গ)

২০৩. গুপ্ত বংশৰ কোনজন বজা তেওঁ কৰা জয়লাভ আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল?

  • (ক) চন্দ্রগুপ্ত
  • (খ) বিক্রমাদিত্য
  • (গ) সমুদ্রগুপ্ত
  • (ঘ) কুমাৰগুপ্ত

উত্তৰ: (গ)

২০৪. ভাৰত বুৰঞ্জীৰ কোনটো যুগক 'সোণালী যুগ' হিচাপে জনা যায়?

  • (ক) মোগল যুগ
  • (খ) মৌর্য যুগ
  • (গ) গুপ্ত যুগ
  • (ঘ) ব্রিটিছ যুগ

উত্তৰ: (গ)

২০৫. গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি?

  • (ক) আর্যভট্ট
  • (খ) ব্রহ্মগুপ্ত
  • (গ) ভাস্কৰাচাৰ্য
  • (ঘ) বৰাহমিহিৰ

উত্তৰ: (ক)

২০৬. মীৰাবায়ে তেওঁৰ ভজনবোৰ লিখিছিল-

  • (ক) হিন্দী ভাষাত
  • (খ) ৰাজস্থানী ভাষাত
  • (গ) উর্দু ভাষাত
  • (ঘ) গুজৰাটি ভাষাত

উত্তৰ: (খ)

২০৭. অসমৰ মহান বৈষ্ণৱ মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱে চিত্রপট আঁকিছিল আৰু তাৰ দ্বাৰা তেওঁ প্ৰকাশ কৰিব বিচাৰিছিল-

  • (ক) নদ
  • (খ) ৰস
  • (গ) বৈকুণ্ঠ
  • (ঘ) সাগৰ

উত্তৰ: (গ)

২০৮. ৰামচৰিত মানসখন লিখিছিল--

  • (ক) নৱদেৱ
  • (খ) তুলসীদাস
  • (গ) চৈতন্য
  • (ঘ) সুৰদাস

উত্তৰ: (খ)

২০৯. সিন্ধু উপত্যকাৰ কালত এটা বৃহৎ স্নানাগাৰো সজা হৈছিল-

  • (ক) হৰপ্পা
  • (খ) মহেঞ্জোদাবো
  • (গ) লোথাল
  • (ঘ) কৰাচী

উত্তৰ: (খ)

২১০. তলত উল্লেখ কৰা কোনটো হৰপ্পা আৰু মহেঞ্জোদাবোত আৱিষ্কৃত ধ্বংসস্তুপবোৰৰ এটা বৈশিষ্ট্য-

  • (ক) অর্ধগোলাকাৰ চাল
  • (খ) বাগিচা
  • (গ) নর্দমা ব্যৱস্থা
  • (ঘ) বৃহৎ অট্টালিকা

উত্তৰ: (গ)

২১১. অশোকৰ যুগৰ বিখ্যাত সাৰনাথ স্তম্ভত আছে-

  • (ক) চাৰিটা সুসজ্জিত সিংহ
  • (খ) তিনিটা সুসজ্জিত সিংহ
  • (গ) দুটা সুসজ্জিত সিংহ
  • (ঘ) সাতটা সুসজ্জিত সিংহ

উত্তৰ: (ক)

২১২. স্বামী দয়ানন্দ সৰস্বতীৰ দ্বাৰা পৰিচালিত আর্য সমাজে হিন্দুধর্ম সংস্কাৰ কৰিছিল। তলত উল্লেখ কৰা কোনখন শাস্ত্ৰৰ ওপৰত ভিত্তি কৰি সেই সংস্কাৰ সাধন কৰিছিল-

  • (ক) পুৰাণবোৰ
  • (খ) গীতাখন
  • (গ) বেদবোৰ
  • (ঘ) মহাভাৰত

উত্তৰ: (গ)

২১৩. কিমান বছৰ বয়সত ৰজা হর্ষবর্ধনে সিংহাসনত আৰোহণ কৰিছিল?

  • (ক) ১৮ বছৰ
  • (খ) ১৫ বছৰ
  • (গ) ১৭ বছৰ
  • (ঘ) ১৬ বছৰ

উত্তৰ: (ঘ)

২১৪. হর্ষবর্ধনৰ শাসনকালত কোনজন বিখ্যাত পর্যটক ভাৰত ভ্ৰমণলৈ আহিছিল?

  • (ক) ভাস্কো-ডা-গাম
  • (খ) আলেকজেণ্ডাৰ
  • (গ) হিউয়েনচাং
  • (ঘ) ফাহিয়ান

উত্তৰ: (গ)

২১৫. পাল বংশৰ প্রতিষ্ঠাতা কোন আছিল?

  • (ক) ধর্মপাল
  • (খ) ৰজা গোপাল
  • (গ) মদন পাল
  • (ঘ) দেৱ পাল

উত্তৰ: (খ)

২১৬. সিন্ধু উপত্যকা সভ্যতা-

  • (ক) প্রত্নপ্রস্তৰ যুগৰ
  • (খ) নৱপ্ৰস্তৰ যুগৰ
  • (গ) ক্যালকোলিথিক যুগৰ
  • (ঘ) লৌহ যুগৰ

উত্তৰ: (গ)

২১৭. মহেঞ্জোদাৰোক আন এক নামেৰেও জনা যায়। সেই নামটো হ'ল-

  • (ক) পশ্চিম নগৰ
  • (খ) মৃতকৰ নগৰ
  • (গ) উষাৰ নগৰ
  • (ঘ) আনন্দ নগৰ

উত্তৰ: (খ)

২১৮. সিন্ধু উপত্যকাৰ ভগ্নাৱশেষবোৰ সিঁচৰতি হৈ আছে পাঞ্জাৱ, ৰাজস্থান আৰু-

  • (ক) বিহাৰ
  • (খ) মধ্যপ্রদেশ
  • (গ) গুজৰাট
  • (ঘ) উৰিষ্যাত

উত্তৰ: (গ)

২১৯. হৰপ্পা সংস্কৃতিৰ নগৰবোৰৰ ধ্বংসাৱশেষবোৰে প্রমাণ কৰে যে তেওঁলোকৰ আছিল উন্নতমানৰ-

  • (ক) নগৰ পৰিকল্পনা
  • (খ) প্ৰতিৰক্ষাৰ বাবে কৰা দুৰ্গ নির্মাণ
  • (গ) বাগিচা পতা পদ্ধতি
  • (ঘ) কৃষি

উত্তৰ: (ক)

২২০. হৰপ্পা সংস্কৃতিৰ নগৰবোৰ, হৰপ্পা, মহেঞ্জোদাবোৰ ধ্বংসাৱশেষবোৰৰ মাজত আছে ডাঙৰ--

  • (ক) ৰাজপ্রাসাদবোৰ
  • (খ) ভঁৰাল ঘৰবোৰ
  • (গ) দলংবোৰ
  • (ঘ) পানীৰ আধাৰবোৰ

উত্তৰ: (ক)

Indian History GK in Assamese

Important Topics:

  1. Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)

Quiz:

  1. Test Your Knowledge

Leave a Comment

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese