১৮১. ঋগবেদত সংগৃহীত স্তোত্ৰৰ সংখ্যা-
- (ক) ১০২৮ টা
- (খ) ৫১৭ টা
- (গ) ৩০১৭ টা
- (ঘ) ২৫২১ টা
উত্তৰঃ (ক)
১৮২. ঋগবেদৰ কালৰ আৰ্যসকলে সম্প্রতি অস্তিত্ব নথকা এখন নদীৰ বিষয়ে ভালেমান হৃদয়বিদাৰক গান আৰু স্তোত্র ৰচনা কৰিছিল। নদীখনৰ নাম কি?
- (ক) বিয়চ
- (খ) সৰস্বতী
- (গ) কৃষ্ণা
- (ঘ) ললিতা
উত্তৰঃ (খ)
১৮৩. ঋগবেদৰ কালৰ আৰ্যসকলৰ প্ৰায়ে বিভিন্ন জনগোষ্ঠীৰ মাজত যুদ্ধ হৈছিল। তেনেবোৰ যুদ্ধ প্রায়ে হৈছিল মাটি আৰু
- (ক) ডকাইতিৰ বাবে
- (খ) নদীৰ পানীৰ বাটোৱাৰ বাবে
- (গ) গৰু চুৰি কৰা বাবে
- (ঘ) কুমাৰী হৰণৰ বাবে
উত্তৰঃ (গ)
১৮৪. বৈদিক যুগত ৰাষ্ট্ৰৰ গৰাকী আছিল-
- (ক) ৰজা
- (খ) সমিতি
- (গ) নির্বাচিত
- (ঘ) দ্বৈত যুদ্ধৰ পাছত পছন্দকৃত
উত্তৰঃ (ক)
১৮৫. আর্য গোষ্ঠীৰ মুৰব্বী নাইবা ৰজা আছিল-
- (ক) বংশানুক্রমিক
- (খ) পছন্দকৃত
- (গ) নির্বাচিত
- (ঘ) দ্বৈত যুদ্ধৰ পাছত পছন্দকৃত
উত্তৰঃ (ক)
১৮৬. আর্যসকল প্রথম ভাৰতবৰ্ষলৈ অহা সময়ত তেওঁলোক আছিল-
- (ক) যুঁজাৰু
- (খ) পশুপালক
- (গ) বেপাৰী
- (ঘ) কৃষক
উত্তৰঃ (খ)
১৮৭. আৰ্যসকলৰ মূল্যৰ মান আৰু মূল্যবান দ্রব্য আছিল-
- (ক) মোহৰবোৰ
- (খ) সোণ
- (গ) গো-ধন
- (ঘ) ৰূপ
উত্তৰঃ (গ)
১৮৮. ঋগবেদৰ সময়ৰ আৰ্যসকলে জানিছিল-
- (ক) এক পত্নী আৰু বহু পত্নী বখা
- (খ) বহু পত্নী আৰু বহু পতি ৰখা
- (গ) এক পত্নী আৰু বহু পতি ৰখা
- (ঘ) একপত্নী বখা
উত্তৰঃ (ক)
১৮৯. আর্যসকলৰ জনপ্রিয় পৰিষদ দুখন আছিল-
- (ক) গ্রাম আৰু জন
- (খ) সভা আৰু সমিতি
- (গ) গণ আৰু সংঘ
- (ঘ) বিদত্তা
উত্তৰঃ (খ)
১৯০. আৰ্যসকলৰ প্ৰিয় আমোদ-প্রমোদ আছিল-
- (ক) মাছ ধৰা
- (খ) ঘোঁৰা দৌৰ
- (গ) জুৱাখেল
- (ঘ) চিকাৰ কৰা
উত্তৰ: (গ)
১৯১. আৰ্যসকলৰ ধৰ্মীয় জীৱনৰ প্ৰধান বৈশিষ্ট্য আছিল-
- (ক) স্তোত্র পাঠ কৰা
- (খ) যজ্ঞ
- (গ) সোমৰস পান কৰা
- (ঘ) মূর্তি পূজা
উত্তৰঃ (খ)
১৯২. তলত উল্লেখ কৰা নামবোৰৰ মাজৰ পৰা 'ব্রাহ্মণ' সাহিত্য বিচাৰি উলিওৱা-
- (ক) ঐতেৰেয় আৰু শতপথ
- (খ) সাম আৰু অথর্ব
- (গ) কালিকা আৰু মস্যৎ
- (ঘ) ওপৰত উল্লেখ কৰা আটাইকেইখন
উত্তৰঃ (ক)
১৯৩. ঋগবেদৰ কালৰ শিক্ষিত আর্য মহিলাসকল হ'ল-
- (ক) ৰেজিয়া চুলতানা আৰু নুৰজাহান
- (খ) অপলা আৰু ঘোষা
- (গ) সুজাতা আৰু সংঘমিত্রা
- (ঘ) ক্ষমা আৰু অনুসূয়া
উত্তৰঃ (খ)
১৯৪. প্রাচ্যত আর্য সংস্কৃতিৰ শ্রেষ্ঠ কেন্দ্র হিচাপে উদ্ভাসিত চহৰ তিনিখন হ'ল-
- (ক) কোশল, কালী, বিদেহ
- (খ) কলিবঙ্গন, কোতডিজি আৰু ৰোগাৰ
- (গ) তাম্রলিপ্তি, ঘণ্টাশালা আৰু কাদূৰ
- (ঘ) কুণ্ডিল, প্রাগজ্যোতিষপুৰ
উত্তৰঃ (ক)
১৯৫. উৎসৱৰ সময়ত আর্যসকলে পান কৰিছিল-
- (ক) সুৰা
- (খ) সোমৰস
- (গ) মধু
- (ঘ) চাউল
উত্তৰঃ (খ)
১৯৬. আর্য সমাজত যৌতুক প্রথা আছিল-
- (ক) গৃহীত
- (খ) অজ্ঞাত
- (গ) অতি বিৰল
- (ঘ) অৱশ্য
উত্তৰঃ (খ)
১৯৭. বুদ্ধদেৱ কোন জনগোষ্ঠীৰ লোক?
- (ক) পাঞ্চাল
- (খ) শাক্য
- (গ) লিচ্চভি
- (ঘ) কুৰু
উত্তৰঃ (খ)
১৯৮. মহাবীৰ কোন জনগোষ্ঠীৰ লোক?
- (ক) জ্ঞাত্রিকা
- (খ) বিদেহ
- (গ) মৌর্য
- (ঘ) লিচ্চভি
উত্তৰঃ (ক)
১৯৯. মগধৰ ৰজা বিম্বিসাৰ বুদ্ধদেৱৰ পৃষ্ঠপোষক আছিল আৰু সদিচ্ছাৰ চিন স্বৰূপে সংঘক দান কৰিছিল বিখ্যাত-
- (ক) আঁহত গছজোপা
- (খ) বাজ সিংহাসন
- (গ) বাঁহৰ চোপ
- (ঘ) হলৌ চেলা
উত্তৰঃ (গ)
২০০. মহাবীৰ পূৰ্বতে জনাজাত আছিল-
- (ক) পৌশ্ব বুলি
- (খ) বর্দ্ধমান বুলি
- (গ) চেতক বুলি
- (ঘ) গৌতম বুলি
উত্তৰঃ (খ)
Indian History GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
Quiz: