Indian geography GK in Assamese//200+ MCQ Free PDF

Popup Iframe Example

১২১. কোনবিধ বিষাক্ত গেছৰ কাৰণে ভূপাল গেছ দুর্ঘটনাটো ঘটি বহু লোকৰ মৃত্যু হৈছিল?

WhatsApp Group Join Now
Telegram Group Join Now
  • (ক) মিথাইল কার্বনেট
  • (খ) মিথাইল আইচ 'চায়েনেট (MIC)
  • (গ) মিথাইলেটেড স্পিৰিট
  • (ঘ) মিথাইল কার্বাইড

উত্তৰঃ (খ)

১২২. তলৰ কোনখন ঠাই লো-আকৰ উৎপাদনত আটাইতকৈ ধনী?

  • (ক) কিবিবুৰু (উৰিষ্যা)
  • (খ) বিলাদিলা (মধ্য প্রদেশ)
  • (গ) তুন্দ (বিহাৰ)
  • (ঘ) ছিংভূম (বিহাৰ)

উত্তৰঃ (খ)

১২৩. তলৰ কোন প্ৰকাৰৰ আঁহজাতীয় শস্যৰ উৎপাদনত ভাৰত আগবঢ়া?

  • (ক) মৰাপাট
  • (খ) কটন
  • (গ) ফ্লাক্স
  • (ঘ) চিচাল

উত্তৰঃ (ক)

১২৪. তলৰ কোন প্ৰকাৰৰ মাটি কপাহ খেতিৰ বাবে উপকাৰী?

  • (ক) ক'লা মাটি
  • (খ) ৰঙা মাটি
  • (গ) আলতীয়
  • (ঘ) পলসুৱা মাটি

উত্তৰঃ (ক)

১২৫. কার্বন ডাই অক্সাইডে অৱলোহিত ৰশ্মি

  • (ক) শোষণ কৰিব নোৱাৰে
  • (খ) প্রতিফলিত কৰে
  • (গ) সহজে সঞ্চালন কৰে
  • (ঘ) শোষণ কৰে

উত্তৰঃ (ঘ)

১২৬. হিমালয়ত 'অৱস্থিত ভাৰতীয় ভূ-খণ্ডৰ সর্বোচ্চ শৃংগটো হৈছে?

  • (ক) অন্নপূর্ণা
  • (খ) মাউন্ট এভাবেষ্ট
  • (গ) নাংগা পর্বত
  • (ঘ) মানাশু

উত্তৰঃ (খ)

১২৭. তলৰ কোনখন কেন্দ্রীয়শাসিত ৰাজ্যত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম?

  • (ক) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
  • (খ) দাদৰ আৰু নগৰ হাভেলী
  • (গ) পণ্ডিচেৰী
  • (ঘ) দমন আৰু দিউ

উত্তৰঃ (ক)

১২৮. ভাৰতৰ মুঠ মাটিকালি কিমান?

  • (ক) ৩২,৪৭,২৬৩ বর্গ কিঃমিঃ
  • (খ) ৩২,৮৭,২৬৩ বর্গ কিঃমিঃ
  • (গ) ৩২,৫৭,২৬৩ বর্গ কিঃমিঃ
  • (ঘ) ৩২,৯৭,২৬৩ বর্গ কিঃমিঃ

উত্তৰঃ (খ)

১২৯. অসমৰ বৰ্তমান মুঠ জিলা কেইখন?

  • (ক) ৩১ খন
  • (খ) ৩৬ খন
  • (গ) ৩৪ খন
  • (ঘ) ৩৩ খন

উত্তৰঃ (ঘ)

১৩০. উত্তৰ-পূৱ ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্য কোনখন?

  • (ক) মণিপুৰ
  • (খ) অসম
  • (গ) অৰুণাচল প্রদেশ
  • (ঘ) মেঘালয়

উত্তৰঃ (গ)

১৩১. অসমৰ ক'ত গৰমপানীৰ উঁহ আছে?

  • (ক) কাজিৰঙাত
  • (খ) নামবৰত
  • (গ) পবিতৰাত
  • (ঘ) টেঙানীত

উত্তৰঃ (খ)

১৩২. ভাৰতৰ কোন ৰাজ্যক Eastern-most State of India বুলি জনা যায়?

  • (ক) মণিপুৰ
  • (খ) অসম
  • (গ) অৰুণাচল প্রদেশ
  • (ঘ) মেঘালয়

উত্তৰঃ (গ)

১৩৩. দিল্লীত অৱস্থিত 'প্রধানমন্ত্রী সংগ্ৰহালয়'ৰ পুৰণি নাম কি আছিল?

  • (ক) নেহেৰু মিউজিয়াম
  • (খ) দিল্লী ৰাজ্যিক মিউজিয়াম
  • (গ) লালবাহাদুৰ শাস্ত্রী মিউজিয়াম
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)

১৩৪.Geological Survey of India (GSI) ৰ নতুন ডিৰেক্টৰ জেনাৰেলগৰাকীৰ নাম কি?

  • (ক) ড° এছ ৰাজু
  • (খ) অবিনাশ শর্মা
  • (গ) নীলাভ কৃষ্ণ দাস
  • (ঘ) অতুল কুলকার্নি

উত্তৰঃ (ক)

১৩৫. শেহতীয়া বিশ্বৰ আটাইতকৈ উষ্ণ ঠাইসমূহৰ ভিতৰত ভাৰতৰ কোন ঠাইয়ে তৃতীয় স্থান লাভ কৰিছে?

  • (ক) ভূপাল
  • (খ) মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলা
  • (গ) ৰায়গড়
  • (ঘ) গান্ধীনগৰ

উত্তৰঃ (খ)

১৩৬.শেহতীয়াকৈ মেঘালয়ৰ কোনটো World Heritage Site ৰ সম্ভাব্য তালিকাত অন্তর্ভুক্ত হৈছে?

  • (ক) Living Root Bridge
  • (খ) Mawlynnong Village
  • (গ) Nohkalikai Falls
  • (ঘ) Mawsmai Cave

Skip to the selected blockOpen publish panel

  • Post
  • Accordion
  • Pane

Knowledge Base & FAQs Contact Us Blog Logout from plugin 

উত্তৰঃ (ক)

১৩৭. অসমৰ কোন জিলাত মেগালিথিক শিল আৱিষ্কাৰ হৈছে?

  • (ক) ডিমা হাছাও জিলাত
  • (খ) ধুবুৰী জিলাত
  • (গ) কোকৰাঝাৰ জিলাত
  • (ঘ) কামৰূপ জিলাত

উত্তৰঃ (ক)

১৩৮. বংগোপসাগৰ, আৰৱ সাগৰ আৰু ভাৰত মহাসাগৰৰ পানী কোন ঠাইত লগ লাগিছে?

  • (ক) তামিলনাড়ু
  • (খ) মুম্বাই
  • (গ) কন্যাকুমাৰী
  • (ঘ) কেৰেলা

উত্তৰঃ (গ)

১৩৯. ম্যানমাৰ আৰু বাংলাদেশ উভয়ৰ সীমাৰ লগত ভাৰতৰ কোনখন ৰাজ্য সংলগ্ন হৈ আছে?

  • (ক) অসম
  • (খ) মণিপুৰ
  • (গ) ত্ৰিপুৰা
  • (ঘ) মিজোৰাম

উত্তৰঃ (ঘ)

Indian Geography GK in Assamese language//ভাৰতৰ ভূগোল GK//Indian Geography GK in Assamese language with Answer//Indian geography GK in Assamese language pdf free download//ভূগোল কুইজ অসমীয়া//Indian Geography MCQ in Assamese language//Indian Geography MCQ

Indian geography GK in Assamese

Important Topics:

  1. Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
  2. Assam Geography GK

Quiz:

  1. Test Your Knowledge

1 thought on “Indian geography GK in Assamese//200+ MCQ Free PDF”

Leave a Comment

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese