১০০. তলৰ কোনখন ৰাজ্যৰ জনমুৰি বিদ্যুৎ উপভোগৰ পৰিমাণ বেছি?
- (ক) মহাৰাষ্ট্ৰ
- (খ) মেঘালয়
- (গ) পাঞ্জাব
- (ঘ) তামিলনাডু
১০১. লোৰ-আকৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি পোৱা যায়।
- (ক) বিহাৰ
- (খ) অন্ধ্রপ্রদেশ
- (গ) কর্ণাটক
- (ঘ) মধ্য প্রদেশ
১০২. আটাইতকৈ বেছি ধান কোনখন ৰাজ্যই উৎপাদন কৰে?
- (ক) পশ্চিমবঙ্গ
- (খ) অন্ধ্রপ্রদেশ
- (গ) তামিলনাডু
- (ঘ) মহাৰাষ্ট্ৰ
১০৩. ঘেঁহু উৎপাদন আটাইতকৈ বেছি হয়?
- (ক) পাঞ্জাৱ
- (খ) উত্তৰ প্ৰদেশ
- (গ) হাৰিয়ানা
- (ঘ) মহাৰাষ্ট্ৰ
১০৪. ভাৰতৰ প্ৰথম কয়লা খনি প্রকল্প
- (ক) ৰাণীগঞ্জ
- (খ) চিংগেৰনী
- (গ) ধানবাদ
- (ঘ) আহমেদাবাদ
১০৫. ভাৰতৰ ক'ত প্রথম কপাহী কল প্রতিষ্ঠা হৈছিল?
- (ক) কলকাতা
- (খ) মুম্বাই
- (গ) চেন্নাই
- (ঘ) আহমেদাবাদ
১০৬. ভাৰতৰ প্ৰথম লো-তীখা কাৰখানা প্রতিষ্ঠা হৈছিল?
- (ক) বার্ণপুৰ
- (খ) কুলটী
- (গ) ৰুৰকেল্লা
- (ঘ) ভদ্রাৱতী
১০৭. ভাৰতৰ প্ৰথম বাতৰি কাকত প্ৰস্তুত কৰা কাগজৰ কল কোনটো?
- (ক) কেৰেলা
- (খ) মহীশূৰ
- (গ) তামিলনাডু
- (ঘ) নেপানগৰ
১০৮. তলৰ কোনবিধ খনিজ সম্পদত ভাৰতৰ স্থান প্রথম?
- (ক) ক্রমাইট
- (খ) ডল'মাইট
- (গ) জিপচাপ
- (ঘ) বাৰেইটচ
১০৯. ভাৰতৰ আটাইতকৈ ক্ষুদ্রতম ৰাজ্য কোনখন?
- (ক) মিজোৰাম
- (খ) গোৱা
- (গ) কেৰালা
- (ঘ) নাগালেণ্ড
১১০. তলৰ কোনখন ঠাইত কপাৰ পোৱা নাযায়?
- (ক) বিহাৰ ছিংভূম জিলাত
- (খ) মধ্য প্ৰদেশৰ বালঘাট
- (গ) ঝুন ঝুন আৰু আলৱাৰ জিলাত
- (ঘ) উৰিষ্যাৰ কিয়নঝাৰ জিলাত
১১১. উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
- (ক) বঙাইগাঁৱত
- (খ) লামডিং
- (গ) ডিমাপুৰ
- (ঘ) মালিগাঁও
১১২. ৩২০০ কোটি ৪৮০ মোগরাট উত্তৰ জলবিদ্যুৎ প্রকল্প ক'ত আছে?
- (ক) হিমাচল প্রদেশ
- (খ) জম্মু আৰু কাশ্মীৰ
- (গ) হাৰিয়ানা
- (ঘ) অসম
১১৩.২০০১ চনৰ লোকপিয়ল অনুসৰি সর্বনিম্ন আৰু সর্বোচ্চ জনবসতিৰ ঘনত্ব ৰাজ্য দুখন হৈছে-
- (ক) অৰুণাচল প্রদেশ আৰু পশ্চিমবংগ
- (খ) অৰুণাচল প্রদেশ আৰু বিহাৰ
- (গ) মধ্য প্রদেশ আৰু বিহাৰ
- (ঘ) নাগালেণ্ড আৰু পশ্চিমবংগ
১১৪. সর্বাধিক পেট্র'লিয়াম উৎপাদনকাৰী ৰাজ্য কোনখন?
- (ক) মহাৰাষ্ট্ৰ
- (খ) গুজৰাট
- (গ) অসম
- (ঘ) বিহাৰ
১১৫. ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্য কোনখন হৈছে?
- (ক) অসম
- (খ) পশ্চিমবংগ
- (গ) নগালেণ্ড
- (ঘ) বিহাৰ
১১৬. অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলা কোনখন?
- (ক) কার্বি আংলং
- (খ) কামৰূপ
- (গ) ধুবুৰী
- (ঘ) নগাঁও
১১৭. অসমৰ মাটিকালি হিচাপে আটাইতকৈ সৰু জিলা কোনখন?
- (ক) কামৰূপ
- (খ) দক্ষিণ শালমাৰা-মানকাচৰ
- (গ) ধুবুৰী
- (ঘ) তেজপুৰ
১১৮. অসমৰ জনসংখ্যা সর্বাধিক থকা জিলা কোনখন?
- (ক) মৰিগাঁও
- (খ) ধুবুৰী
- (গ) নগাঁও
- (ঘ) কামৰূপ
১১৯. জনসংখ্যা সর্বনিম্ন থকা জিলা কোনখন?
- (ক) নলবাৰী
- (খ) ডিমা হাছাও
- (গ) বৰপেটা
- (ঘ) কামৰূপ
১২০. ভাৰতৰ কোনখন ৰাজ্যত সর্বাধিক ধপাত খেতি হয়?
- (ক) মহাৰাষ্ট্ৰ
- (খ) অন্ধ্রপ্রদেশ
- (গ) উত্তৰ প্ৰদেশ
- (ঘ) মধ্য প্রদেশ
Indian geography GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Assam Geography GK
Quiz:
Excellent gk