Indian geography GK in Assamese//200+ MCQ Free PDF

Popup Iframe Example

৮১. দক্ষিণ ভাৰতৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি?

WhatsApp Group Join Now
Telegram Group Join Now
  • (ক) আনাই মুডী
  • (খ) নানাযাবা
  • (গ) উদাবেটা
  • (ঘ) উটকমাণ্ড

উত্তৰঃ (ক)

৮২. ভাৰতৰ ক'ত সর্বোচ্চ সংখ্যক মঠ পোৱা যায়?

  • (ক) অৰুণাচল প্রদেশ
  • (খ) ছিকিম
  • (গ) হিমাচল প্রদেশ
  • (ঘ) গেংটক

উত্তৰঃ (গ)

৮৩. গোমতী কাৰ উপনদী?

  • (ক) গঙ্গা
  • (খ) যমুনা
  • (গ) ব্রহ্মপুত্র
  • (ঘ) শতদ্রু

উত্তৰঃ (ক)

৮৪. ভাৰতৰ গঁড়ৰ বিশেষত্ব কি?

  • (ক) দুশিঙীয়া গঁড়
  • (খ) এশিঙীয়া গঁড়
  • (গ) ছালৰ ঘনত্ব
  • (ঘ) শতদ্রু

উত্তৰঃ (খ)

৮৫. ৰাষ্ট্ৰপতি ভৱনটো কোন শিলাখণ্ডত অৱস্থিত?

  • (ক) আৰাৱলী শিল
  • (খ) সাতপুৰা শিল
  • (গ) ৰাইছেনা শিল
  • (ঘ) গেনোটো নহয়

উত্তৰঃ (গ)

৮৬. ভাৰতৰ আটাইতকৈ বৃহৎ বৌদ্ধ মঠ কোন ঠাইত আছে?

  • (ক) লেহ
  • (খ) গেংটক
  • (গ) ছিমলা
  • (ঘ) টাৱাং

উত্তৰঃ (ঘ)

৮৭. তলত উল্লিখিত কোনখন ৰাজ্যৰ স্থল আৰু সাগৰীয় পৰিসীমা নাই?

  • (ক) মহাৰাষ্ট্ৰ
  • (খ) গুজৰাট
  • (গ) পশ্চিমবঙ্গ
  • (ঘ) ৰাজস্থান

উত্তৰঃ (ঘ)

৮৮. গংগা নদীৰ প্রধান উপনদী নহয়?

  • (ক) গোমটি
  • (খ) ঘাগৰা
  • (গ) বিটৱা
  • (ঘ) যমুনা

উত্তৰঃ (গ)

৮৯. ভাৰতৰ 'ৰূঢ়' অঞ্চল কোনটো?

  • (ক) বম্বে পুনে উদ্যোগ অঞ্চল
  • (খ) কলিকতাৰ আশে-পাশে থকা অঞ্চল
  • (গ) পাটনাৰ পৰা কুলটি আৰু বৰ্ণিপুৰ
  • (ঘ) কৰমণ্ডল উপকূল

উত্তৰঃ (গ)

৯০. তলত দিয়াবোৰৰ ভিতৰত কোনবিধৰ জিন বৈচিত্র্য ভাৰতত সর্বাধিক?

  • (ক) ধান
  • (খ) চাহপাত
  • (গ) আম
  • (ঘ) বেঙেনা

উত্তৰঃ (গ)

৯১. বছৰেকীয়া মাহেকীয়া আৰু পষেকীয়া বৰষুণৰ পৰিমাণ আটাইতকৈ ক'ত বেছি হয়?

  • (ক) চেৰাপুঞ্জী
  • (খ) মৌচিনৰাম
  • (গ) ব্রেইলি
  • (ঘ) চানাই

উত্তৰঃ (খ)

৯২. কোন নদীৰ পাৰত লুধিয়ানা অৱস্থিত

  • (ক) বীজ
  • (খ) ৰবি
  • (গ) শতদ্রু
  • (ঘ) চেনাব

উত্তৰঃ (গ)

৯৩. ভাৰতীয় মান সময় আৰু গ্রীনউইচ মান সময়ৰ মাজত সময়ৰ পাৰ্থক্য কিমান?

  • (ক) ৫ ঘণ্টা
  • (খ) ৪.৩০ ঘণ্টা
  • (গ) ৪ ঘণ্টা
  • (ঘ) ৫.৩০ ঘণ্টা

উত্তৰঃ (ঘ)

৯৪. তলত উল্লিখিত কোনটো লো-তীখা কেন্দ্ৰ ৰাজ্য চৰকাৰৰ অধীনত?

  • (ক) দুর্গাপুৰ
  • (খ) ভদ্রাৱতী
  • (গ) জামছেদপুৰ
  • (ঘ) ৰুৰকেল্লা

উত্তৰঃ (খ)

৯৫. কোনখন ঠাইত Stainless Steel ব উৎপাদন হয়?

  • (ক) মধ্যপ্রদেশ
  • (খ) ভিল্লাই
  • (গ) বোকাৰো
  • (ঘ) দুর্গাপুৰ

উত্তৰঃ (ঘ)

৯৬. ঘানা পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত?

  • (ক) মধ্যগ্রদেশ
  • (খ) তামিলনাডু
  • (গ) ঘানা
  • (ঘ) ৰাজস্থান

উত্তৰঃ (ঘ)

৯৭. ভাৰতৰ কোন ঠাইত বনগাধ পোৱা যায়?

  • (ক) নীলগিৰি
  • (খ) মালৱা মালভূমি
  • (গ) সুন্দৰবন
  • (ঘ) কচ্ছ 'উপসাগৰ

উত্তৰঃ (ঘ)

৯৮. ভাক্রাং নাংগল বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে?

  • (ক) গঙ্গা
  • (খ) শতদ্রু
  • (গ) যমুনা
  • (ঘ) সিন্ধু

উত্তৰঃ (খ)

৯৯. মধ্য ভাৰতৰ পশ্চিমলৈ বৈ যোৱা বৃহত্তম নদীখনৰ নাম কি?

  • (ক) তাপ্তি
  • (খ) নর্মদা
  • (গ) গোদাবৰী
  • (ঘ) গংগা

উত্তৰঃ (খ)

Indian geography GK in Assamese

Important Topics:

  1. Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
  2. Assam Geography GK

Quiz:

  1. Test Your Knowledge

1 thought on “Indian geography GK in Assamese//200+ MCQ Free PDF”

Leave a Comment

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese