৬১. বহিঃস্থানিক সংৰক্ষণ ব্যৱস্থাৰ উদাহৰণ হৈছে-
- (ক) ৰাষ্ট্ৰীয় উদ্যান
- (খ) চিৰিয়াখানা
- (গ) অভয়াৰণ্য
- (ঘ) অৰণ্য
৬২. ৰাষ্ট্ৰীয় উদ্যান এখনত কি সংৰক্ষণ কৰা হয়?
- (ক) সম্পূর্ণ পৰিস্থিতি তন্ত্র
- (খ) উদ্ভিদ আৰু প্রাণী
- (গ) অকল প্রাণী
- (ঘ) অকল উদ্ভিদ
৫৩. কি ধৰণৰ প্ৰাণী সংৰক্ষণৰ কৰা উচিত?
- (ক) নিৰীহ
- (খ) অর্থনৈতিকভাৱে লাভজনক
- (গ) ভয়ানক প্রাণী
- (ঘ) অৱলুপ্ত হৈ যাব ধৰা প্ৰাণী
৬৪. মানুহৰ কাৰ্যাৱলীৰ জৰিয়তে পৰিৱৰ্তিত হোৱা পৰিবেশক কি বোলে?
- (ক) আধুনিক পৰিৱেশ
- (খ) নগৰৰ পৰিৱেশ
- (গ) প্রাকৃতিক পৰিৱেশ
- (ঘ) মানৱসৃষ্ট পৰিৱেশ
৬৫. এক প্রদত্ত স্থান আৰু সময়ত বায়ুমণ্ডলৰ হ্রস্বম্যাদী বৈশিষ্ট্যসমূহক একেলগে কোৱা হয়-
- (ক) বতৰ
- (খ) ঋতু
- (গ) জলবায়ু
- (ঘ) সূক্ষ্ম জলবায়ু
৬৬. কোনবিধ বৰ্গৰ প্ৰাণী আটাইতকৈ বেছি সংকটাপন্ন হৈছে?
- (ক) স্তন্যপায়ী প্রাণী (Mammals)
- (খ) মৎস্য (pisces)
- (গ) সৰীসৃপ (Reptiles)
- (ঘ) পক্ষী (Avies)
৬৭. তলত দিয়া কোনটো যোৰ মিলিছে
- (ক) সিংহ- গিৰ ৰাষ্ট্ৰীয় উদ্যান
- (খ) সিংহ- সুন্দৰবন
- (গ) গঁড়-কানাহা ৰাষ্ট্ৰীয় উদ্যান
- (ঘ) বনৰীয়া গাধ-দধৱা ৰাষ্ট্ৰীয় উদ্যান
৬৮. তলত দিয়া কোনটো যোৰ মিলা নাই?
- (ক) হাতী- পেৰিয়াৰ
- (খ) বাঘ- সুন্দৰবন
- (গ) ঘৰিয়াল- কাজিৰঙা
- (ঘ) বনৰীয়া গাধ- কচ্ছ ৰাণ
৬৯. নাগার্জুন সাগৰ অভয়াৰণ্য ক'ত অৱস্থিত?
- (ক) অন্ধ্রপ্রদেশ
- (খ) কেৰেলা
- (গ) তামিলনাডু
- (ঘ) কর্ণাটক
৭০. গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত?
- (ক) অসম
- (খ) বিহাৰ
- (গ) পাঞ্জাৱ
- (ঘ) গুজৰাট
৭১. বৰ্ষাৰণ্যবোৰত থকা কিছুমান প্ৰজাতিৰ বিলুপ্তিৰ প্রধান কাৰণ কি?
- (ক) নিৰ্বনানীকৰণ
- (খ) ভূমিস্খলন
- (গ) মানুহৰ প্ৰব্ৰজন
- (ঘ) অধিক বনানীকৰণ
৭২. কানাহা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত?
- (ক) ৰাজস্থান
- (খ) মধ্যপ্রদেশ
- (গ) বিহাৰ
- (ঘ) কর্ণাটক
৭৩. তলত দিয়া কোনবিধ প্রাণী ভাৰতত সংকটাপন্ন?
- (ক) বনৰীয়া গাধ
- (খ) ঘোঁৰা
- (গ) হাতী
- (ঘ) কাছ
৭৪. সাম্প্ৰতিক কালত ভাৰতত কোনবিধ প্রাণী বিলুপ্ত হৈছে?
- (ক) শিয়াল
- (খ) চিতাবাঘ
- (গ) নেউল
- (ঘ) নীলগাই
৭৫. বায়ৱীয় জীৱবোৰ __ ত পোৱা যায়।
- (ক) পৰিস্থিতি
- (খ) বায়ুমণ্ডল
- (গ) জলবায়ু
- (ঘ) জলমণ্ডল
৭৬. স্থলচৰ জীৱবোৰ _____ ত পোৱা যায়।
- (ক) পৰিস্থিতিতন্ত্র
- (খ) শিলামণ্ডল
- (গ) জলমণ্ডল
- (ঘ) এটাও নহয়
৭৭. সুস্থ পৰিৱেশৰ বাবে কোনো এখন দেশৰ মাটিকালিৰ শতকৰা নিম্নতম কিমান ভাগত বনাঞ্চল থাকিব লাগে?
- (ক) ২৫
- (খ) ৩৩
- (গ) ২৩
- (ঘ) ৪০
৭৮. তৃণভোজী প্রাণীক ভক্ষণ কৰি জীয়াই থকা প্রাণী (যেনে- ভেকুলী) বোৰক বোলে-
- (ক) মুখ্য উপভোক্তা
- (খ) গৌণ উপভোক্তা
- (গ) তৃতীয় উপভোক্তা
- (ঘ) সর্বভক্ষী
৭৯. কোনটো সংস্থাক Red Data প্ৰস্তুত কৰা Book/ Red List ব দায়িত্ব দিয়া হৈছে?
- (ক) WCU-World Conservation Union
- (খ) CITES
- (গ) WWF
- (ঘ) IBWL
৮০. WWF-N ৰ লগ' (Logo) কি?
- (ক) Red Panda
- (খ) Polar bear
- (গ) Giant panda
- (ঘ) Tiger
Indian geography GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Assam Geography GK
Quiz:
Excellent gk