Indian geography GK in Assamese//200+ MCQ Free PDF

Popup Iframe Example

৪১. তলৰ কোনখন ৰাজ্যৰ ৭০ শতাংশতকৈ অধিক জনসংখ্যা দৰিদ্ৰ সীমাৰেখাৰ তলত?

WhatsApp Group Join Now
Telegram Group Join Now
  • (ক) অসম
  • (খ) বিহাৰ
  • (গ) উৰিষ্যা
  • (ঘ) মধ্য প্রদেশ

উত্তৰঃ (গ)

৪২. ভাৰতত ধানখেতিৰ বাবে প্রয়োজনীয় বৰষুণৰ পৰিমাণ কিমান?

  • (ক) ২০০ ছে. মি.
  • (খ) ১০০ ছে.মি
  • (গ) ৩০০ ছে. মি.
  • (ঘ) ৫০ ছে. মি

উত্তৰঃ (খ)

৪৩. মাউন্ট এভাৰেষ্ট ক'ত অৱস্থিত?

  • (ক) উত্তৰ প্ৰদেশ
  • (খ) নেপাল
  • (গ) ভূটান
  • (ঘ) ছিকিম

উত্তৰঃ (খ)

৪৪. কাবেৰী নদী উৎপত্তি হৈছিল?

  • (ক) পানেৰী পাহাৰ
  • (খ) ব্ৰহ্মগিৰি পাহাৰ
  • (গ) কাৰভাম'ম পাহাৰ
  • (ঘ) নীলামালাই পাহাৰ

উত্তৰঃ (খ)

৪৫. চেন্নাইত অৱস্থিত ভাৰতৰ দীৰ্ঘতম সাগৰ তীৰৰ নাম কি?

  • (ক) মেৰিনা সাগৰ তীৰ
  • (খ) এলিয়েটৰ সাগৰ তীৰ
  • (গ) সোণালী সাগৰ তীৰ
  • (ঘ) জুহু সাগৰ তীৰ

উত্তৰঃ (ক)

৪৬. ভাৰতৰ উত্তৰ-পূব মৌচুমী বতাহৰ ফলত বৰষুণ হয়?

  • (ক) গ্রীষ্ম কালত
  • (খ) শীত কালত
  • (গ) শৰৎ কালত
  • (ঘ) বসন্ত কালত

উত্তৰঃ (খ)

৪৭. তলৰ কোনটো ৰাষ্ট্ৰীয় ঘাইপথ আটাইতকৈ দীঘল?

  • (ক) শ্রীনগৰ-কন্যাকুমাৰী
  • (খ) আগ্রা-মুম্বাই
  • (গ) চেন্নাই-থানে
  • (ঘ) পুনে-মছলিপট্টনম

উত্তৰঃ (ক)

৪৮. ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয়?

  • (ক) কেৰালা
  • (খ) অসম
  • (গ) কর্ণাটক
  • (ঘ) হিমাচল প্রদেশ

উত্তৰঃ (ক)

৪৯. ভাৰত মহাসাগৰৰ সৰ্ববৃহৎ ব-দ্বীপ কোনটো?

  • (ক) শ্রীলংকা
  • (খ) আন্দামান
  • (গ) মাদাগাস্কাৰ
  • (ঘ) মৰিছাছ

উত্তৰঃ (গ)

৫০. তলৰ কোনখন ঠাইত কয়লাৰ সম্ভাৱনীয়তা আটাইতকৈ বেছি?

  • (ক) সুৱর্ণ উপত্যকা
  • (খ) সুৰমা উপত্যকা
  • (গ) সোণ উপত্যকা
  • (ঘ) মাহী উপত্যকা

উত্তৰঃ (গ)

৫১. ভাৰতৰ তেল থকা ঠাইসমূহৰ কোনবিধ শিলাৰে গঠিত?

  • (ক) লুটনিক শিলা
  • (খ) আগ্নেয় শিলা
  • (গ) গেদীয় শিলা
  • (ঘ) ৰূপান্তৰিত শিলা

উত্তৰঃ (গ)

৫২. তলৰ কোনটো বিশুদ্ধ পানীৰ হ্ৰদ?

  • (ক) দাল হ্রদ
  • (খ) মুখনা হ্রদ
  • (গ) লগটক হ্রদ
  • (ঘ) চিল্কা হ্রদ

উত্তৰঃ (ঘ)

৫৩. তলৰ কোনটো বৈশিষ্ট্য বা উপাদানে ব্রহ্মপুত্র নদীৰ সৈতে গংগা নদীৰ পাৰ্থক্য বহন কৰিছে?

  • (ক) দীঘল সমতলীয় বিস্তৃতি
  • (খ) শৈলশিৰাৰ উপস্থিতি
  • (গ) নদী ঢাৰ
  • (ঘ) বহল আৰু বিস্তৃত ঢাৰ

উত্তৰঃ (ঘ)

৫৪. পশ্চিমীয়া বতাহে বৰষুণক বাধা দিয়া মানে-

  • (ক) ক্রান্তীয় ঘূর্ণিবতাহ (আবব সাগৰৰ পৰা অহা)
  • (খ) হিমালয়ৰ পৰা বলা ঠাণ্ডা বতাহ
  • (গ) ভূমধ্য সাগৰৰ পৰা বলা উষ্ণ ঘূর্ণি বতাহ
  • (ঘ) ৰাজস্থানৰ পৰা অহালু

উত্তৰঃ (গ)

৫৫. ভাৰতৰ সৰ্ববৃহৎ লুণীয়া পানীৰ অশ্বক্ষুৰা হ্রদটোৰ নাম কি?

  • (ক) চিল্কা হ্রদ
  • (খ) ভেম্বানাদ হ্রদ
  • (গ) পুলিকেট হ্রদ
  • (ঘ) কল্লেক হ্রদ

উত্তৰঃ (ক)

৫৬. তলৰ কোনটো দুর্ভিক্ষত পৰা অঞ্চল?

  • (ক) গুজৰাট
  • (খ) উৰিষ্যা
  • (গ) উত্তৰ কৰ্ণাটক
  • (ঘ) পশ্চিম 'মহাৰাষ্ট্ৰ

উত্তৰঃ (গ)

৫৭. তলৰ কোন কেইবিধ উল্লেখযোগ্য বাৰিষাৰ শস্য?

  • (ক) ধান, গম আৰু কপাহ
  • (খ) বার্লি, দাইল আদি
  • (গ) ঘেঁহু, সৰিয়হ
  • (ঘ) গম আৰু কুঁহিয়াৰ

উত্তৰঃ (ক)

৫৮. ভাৰতৰ ৰূঢ় অঞ্চল বুলি কোৱাৰ বাবে তলৰ কোনটো বৈশিষ্ট্য উপযুক্ত?

  • (ক) বয়ন, ৰাসায়নিক, কাৰিকৰী উদ্যোগৰ অৱস্থিতি
  • (খ) পৰিবহণৰ দ্বাৰা ভালদৰে সংযোগ হোৱাৰ বাবে
  • (গ) মূলধন আৰু বন্দৰৰ বিশেষ সুবিধা
  • (ঘ) নদী অৱবাহিকা অঞ্চলসমূহত পোৱা বন্ধন কয়লা আৰু জলসম্পদ হৈছে শক্তিৰ উৎস

উত্তৰঃ (গ)

৫৯. তলত উল্লেখিত কোনবিধ কার্যকলাপ কাঠ খেতিৰ লগত জড়িত?

  • (ক) আঙুৰ খেতি
  • (খ) গছ-গছনি ৰোপণ আৰু প্ৰতিপালন
  • (গ) পাট-পলুৰ লালন-পালন
  • (ঘ) ভেড়া-ছাগলী পালন

উত্তৰঃ (খ)

৬০. চৰদাৰ সৰোবৰ বহুমুখী প্ৰকল্পৰ দ্বাৰ তলৰ কোনখন ৰাজ্য লাভৱান হৈছে?

  • (ক) মহাৰাষ্ট্ৰ
  • (খ) মহাৰাষ্ট্ৰ আৰু গুজৰাট
  • (গ) মহাৰাষ্ট্ৰ, গুজৰাট আৰু মধ্যপ্রদেশ
  • (ঘ) গুজৰাট

উত্তৰঃ (গ)

Indian geography GK in Assamese

Important Topics:

  1. Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
  2. Assam Geography GK

Quiz:

  1. Test Your Knowledge

1 thought on “Indian geography GK in Assamese//200+ MCQ Free PDF”

Leave a Comment

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese