Indian geography GK in Assamese//200+ MCQ Free PDF

Popup Iframe Example

২১. মধ্য ভাৰতৰ পশ্চিমে বৈ যোৱা বৃহত্তম নদীৰ নাম কি?

WhatsApp Group Join Now
Telegram Group Join Now
  • (ক) তাপ্তি
  • (খ) নর্মদা
  • (গ) গোদাবৰী
  • (ঘ) গংগা

উত্তৰঃ (খ)

২২. ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন?

  • (ক) উত্তৰ প্রদেশ
  • (খ) মধ্যপ্রদেশ
  • (গ) মহাৰাষ্ট্ৰ
  • (ঘ) ৰাজস্থান

উত্তৰঃ (ঘ)

২৩. লুনি নদী কোনখন ৰাজ্যত অবস্থিত?

  • (ক) ৰাজস্থানত
  • (খ) অসমত
  • (গ) গুজৰাটত
  • (ঘ) মধ্য প্রদেশত

উত্তৰঃ (ক)

২৪. ভাৰতৰ পূৰ্বত কোনখন দেশ অৱস্থিত?

  • (ক) শ্রীলংকা
  • (খ) পাকিস্তান
  • (গ) বাংলাদেশ
  • (ঘ) নেপাল

উত্তৰঃ (গ)

২৫. হিমালয় অঞ্চলৰ নদীসমূহৰ কোনটো অশুদ্ধ?

  • (ক) বেছিভাগ নদীয়েই তিব্বতত উৎপত্তি হৈছে
  • (খ) হিমালয়ৰ পৰা উৎপত্তি হৈছে
  • (গ) কিছুমান নদী হিমাচলতকৈ প্রাচীন
  • (ঘ) গভীৰ খাদসমূহ পোৱা যায়

উত্তৰঃ (ক)

২৬. ভাৰত উপদ্বীপীয় অঞ্চলৰ আটাইতকৈ ডাঙৰ নদী কোনখন?

  • (ক) কৃষ্ণা
  • (খ) গোদাবৰী
  • (গ) মহানদী
  • (ঘ) কাবেৰী

উত্তৰঃ (খ)

২৭. নর্মদা নদীখন কোনটো অঞ্চলত উৎপত্তি হৈছে?

  • (ক) ছত্তিশগড়
  • (খ) মানদালা
  • (গ) অমৰ কণ্টক
  • (ঘ) এটাও নহয়

উত্তৰঃ (গ)

২৮. ভাৰতৰ ক'ত নিকেল পোৱা যায়?

  • (ক) বিহাৰ
  • (খ) উৰিষ্যা
  • (গ) পশ্চিমবংগ
  • (ঘ) মধ্য প্রদেশ

উত্তৰঃ (খ)

২৯. ভাৰতৰ দ্বিতীয় বৃহৎ ৰাজ্য কোনখন?

  • (ক) মহাৰাষ্ট্র
  • (খ) ৰাজস্থান
  • (গ) উত্তৰ প্ৰদেশ
  • (ঘ) অন্ধ্র প্রদেশ

উত্তৰঃ (ক)

৩০. বৰ্তমান ভাৰতৰ আটাইতকৈ জনবহুল মহানগৰ কোনখন?

  • (ক) দিল্লী
  • (খ) মুম্বাই
  • (গ) কলকাতা
  • (ঘ) চেন্নাই

উত্তৰঃ (খ)

৩১. ইন্দিৰা পইণ্টক কি নামেৰে জনা যায়?

  • (ক) জাতিংগা
  • (খ) পিগমিলিয়ন পইন্ট
  • (গ) সিংহাসন
  • (ঘ) কন্যাকুমাৰী

উত্তৰঃ (খ)

৩২. গোদাবৰী নদী ক'ত উৎপত্তি হৈছিল?

  • (ক) পৰিদাপুৰ
  • (খ) নাছিক
  • (গ)ঔৰংগৱাদ
  • (ঘ) ল'নাৱালা

উত্তৰঃ (খ)

৩৩. শ্বিলং ক'ত অৱস্থিত?

  • (ক) মিকিৰ পাহাৰত
  • (খ) খাছী পাহাৰত
  • (গ) গাৰো পাহাৰত
  • (ঘ) নগা পাহাৰত

উত্তৰঃ (খ)

৩৪. তলৰ সকলোবিলাকেই এটাৰ বাহিৰে কয়লাৰ প্ৰকাৰ।

  • (ক) লিগনাইট
  • (খ) বিটুমিনাছ
  • (গ) এনপ্রাচাইট
  • (ঘ) ছেল

উত্তৰঃ (ঘ)

৩৫. তলৰ কোনটো অঞ্চলত আটাইতকৈ বেছি উত্তাপৰ তাৰতম্য ঘটে?

  • (ক) আগ্রা অঞ্চল
  • (খ) দিল্লী আৰু চণ্ডীগড়
  • (গ) মুম্বাই আৰু কংকন অঞ্চল
  • (ঘ) উৰিষ্যাৰ উপকূল অঞ্চল

উত্তৰঃ (গ)

৩৬. ভাৰতৰ কোনটো বন্দৰ গভীৰ স্থলপথেৰে আবৃত আৰু সংৰক্ষিত বন্দৰ?

  • (ক) চেন্নাই
  • (খ) পাৰদ্বীপ
  • (গ) পাণ্ডু
  • (ঘ) বিশাখাপট্টনম

উত্তৰঃ (ঘ)

৩৭. লাক্ষাদ্বীপ দ্বীপপুঞ্জৰ উৎপত্তি স্থান ক'ত?

  • (ক) আগ্নেয়গিৰিৰ পৰা
  • (খ) প্ৰৱালৰ পৰা
  • (গ) বোকাৰ পৰা
  • (ঘ) গেদীয় শিলৰ পৰা

উত্তৰঃ (খ)

৩৮. পশ্চিমঘাট পৰ্বতৰ লানিটো হৈছে?

  • (ক) মাইকেল পাহাৰ
  • (খ) অজন্তা পাহাৰ
  • (গ) নীলগিৰি
  • (ঘ) কাভাম'ম পাহাৰ

উত্তৰঃ (ঘ)

৩৯. ভাৰতবৰ্ষৰ গোটেই বছৰজুৰি পানী থকা নদীসমূহ ক'ত পোৱা যায়?

  • (ক) পূবৰ অঞ্চল
  • (খ) উত্তৰৰ অঞ্চল
  • (গ) কৰমণ্ডল উপকূলত
  • (ঘ) কেৰালা উপকূলত

উত্তৰঃ (খ)

৪০. নিজম উপত্যকা কি?

  • (ক) কেৰেলাত অৱস্থিত বৰ্ষাৰণ্য
  • (খ) কর্ণাটকত অৱস্থিত বর্ষাবণ্য
  • (গ) মহাৰাষ্ট্ৰত অৱস্থিত বৰ্ষাৰণ্য
  • (ঘ) এটাও নহয়

উত্তৰঃ (ক)

Indian geography GK in Assamese

Important Topics:

  1. Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
  2. Assam Geography GK

Quiz:

  1. Test Your Knowledge

1 thought on “Indian geography GK in Assamese//200+ MCQ Free PDF”

Leave a Comment

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese