১৪১. 'এছিয়ান উন্নয়ন বেংক'ৰ (ADP) মুখ্য কার্যালয় থকা ঠাইখন হ'ল-
- (ক) বেংকক
- (খ) চিঙ্গাপুৰ
- (গ) মনিলা
- (ঘ) টাইপাই
১৪২. প্রাথমিক সমবায় সমিতি গঠনৰ বাবে সর্বনিম্ন সদস্য সংখ্যা হ'ল-
- (ক) ০৪ জন
- (খ) ০৬ জন
- (গ) ০৮ জন
- (ঘ) ১০ জন
১৪৩. অন্য উন্নয়নমূলক ব্যয় হ'ল-
- (ক) প্ৰতিৰক্ষা সেৱাৰ ব্যয়
- (খ) শিক্ষাৰ ব্যয়
- (গ) কৃষিৰ ব্যয়
- (ঘ) ৰাস্তা আৰু চৰকাৰী কামৰ ব্যয়
১৪৪. প্রতি বিত্ত আয়োগৰ কাৰ্যকাল হ'ল-
- (ক) ৪ বছৰ
- (খ) ৫ বছৰ
- (গ) ৬ বছৰ
- (ঘ) ৭ বছৰ
১৪৫. ৰাজ্যসমূহে নিজৰ ৰাজহৰ সৰ্বোচ্চ অংশ অর্জন কৰা উৎসটো হ'ল-
- (ক) ভূমি ৰাজহ
- (খ) আমদানি আৰু ৰপ্তানি কৰ
- (গ) বাণিজ্যিক কৰ
- (ঘ) আবকাৰী কৰ
১৪৬. 'ভেট' ধাৰ্য কৰা হয়-
- (ক) প্রত্যক্ষভাৱে ভোক্তাৰ ওপৰত
- (খ) উৎপাদনৰ প্ৰথম পর্যায়ত
- (গ) উৎপাদনৰ শেষত পর্যায়
- (ঘ) উৎপাদন আৰু শেষ পর্যায়ৰ বিক্ৰীৰ সকলো পর্যায়ত
১৪৭. কোনটো চনত অর্থনীতিৰ নোবেল বঁটা পোন প্রথমে প্রদান কৰা হৈছিল?
- (ক) ১৯৩৫ চন
- (খ) ১৯৪৭ চন
- (গ) ১৯৯৫ চন
- (ঘ) ১৯৬৯ চন
১৪৮. আডাম স্মিথৰ সময়ৰ পৰা কোনজন অর্থনীতিবিদক প্রথম অর্থনীতিৰ প্ৰফেচাৰ আৰু দৰ্শনৰ প্রফেচাৰ হিচাপে গণ্য কৰা হৈছিল-
- (ক) জ'ন মেইনার্ড কেইল
- (খ) জোছেফ চুস্পিটাৰ
- (গ) অর্মত্য সেন
- (ঘ) মিল্টন ফ্রিডমেন
১৪৯. কোনজন ভাৰতীয় অর্থনীতিবিদক 'লন্ডন স্কুল অফ অর্থবিজ্ঞান'ৰ ডিৰেক্টৰ হিচাপে নিয়োগ কৰা হৈছিল?
- (ক) জগদীশ ভাগৱতী
- (খ) মেঘনাদ দেশাই
- (গ) কে এন বাজ
- (ঘ) আই জি পেটেল
১৫০. 'এখন দেশ দুখীয়া কাৰণ ইদুখীয়া'- এই কথাষাৰ কোৱা অর্থনীতিবিদজন হ'ল-
- (ক) মহাত্মাগান্ধী
- (খ) কার্লমাক্স
- (গ) বেগনাৰ নাৰকছে
- (ঘ) ভি কে আৰ ভি ৰাও
১৫১. অ-বিনিয়োগ হ'ল-
- (ক) প্রকৃত বা শুদ্ধ বিনিয়োগৰ কৰ্তন
- (খ) পুৰণা যন্ত্রপাতিৰ অপসাৰণ
- (গ) মুঠ বিনিয়োগৰ কৰ্তন
- (ঘ) চৰকাৰী খণ্ডৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ অংশপত্ৰৰ বিক্ৰী কৰা
১৫২. অৱমূল্যায়ন হ'ল-
- (ক) মুদ্রাৰ আভ্যন্তৰীণ মূল্য হ্রাস
- (খ) মুদ্রাৰ বাহ্যিক মূল্য হ্রাস
- (গ) সুদৰ হাৰ হ্রাস
- (ঘ) ওপৰৰ এটাও নহয়
১৫৩. যৌথ খণ্ড হ'ল-
- (ক) চৰকাৰী আৰু বে-চৰকাৰী খণ্ডৰ সহ-অৱস্থান
- (খ) বৃহৎ আৰু ক্ষুদ্র উদ্যোগৰ সহ-অৱস্থান
- (গ) চৰকাৰী আৰু বে-চৰকাৰী খণ্ডৰ একেটা উৎপাদন ক্ষেত্রত যুটীয়া নিয়ন্ত্রণ
- (ঘ) ওপৰৰ এটাও নহয়
১৫৪. তলৰ কোনটো পৰোক্ষ কৰ?
- (ক) আয় কৰ
- (খ) সম্পত্তি কৰ
- (গ) দান কৰ
- (ঘ) বিক্রী কথ
১৫৫.'The Great Depression of 1990' নামৰ কিতাপখনৰ লেখকজন হ'ল-
- (ক) ৰবি বট্টা
- (খ) ৰাজা জে চেলয়িাহ
- (খ) দীপক নায়াৰ
- (ঘ) বিমল জালাল
১৫৬. সর্বাধিক শিশু শ্রমিক নিয়োগ কৰা ভাৰতৰ উদ্যোগটোৰ নাম হ'ল-
- (ক) কার্পেট তৈয়াৰ উদ্যোগ
- (খ) ধঁপাত উদ্যোগ
- (গ) বস্ত্র উদ্যোগ
- (ঘ) জুইশাল উদ্যোগ
১৫৭. 'The Minimum Needs Programme' নামৰ আঁচনিখন পোন প্ৰথমবাৰৰ বাবে সূচনা কৰা পৰিকল্পনাখন হ'ল-
- (ক) প্রথম পঞ্চবার্ষিক পৰিকল্পনা
- (খ) পঞ্চম পঞ্চবার্ষিক পৰিকল্পনা
- (গ) ষষ্ঠ পঞ্চবার্ষিক পৰিকল্পনা
- (ঘ) অষ্টম পঞ্চবার্ষিক পৰিকল্পনা
১৫৮. 'বিশ্ব বিকাশ প্রতিবেদন'__ ৰ এক বার্ষিক প্রকাশ-
- (ক) ৰাষ্ট্ৰসংঘৰ বিকাশ আঁচনি
- (খ) আন্তঃগাঁথনি আৰু উন্নয়নৰ আন্তর্জাতিক বেংক
- (গ) বিশ্ব বাণিজ্য সংস্থা
- (ঘ) আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি
১৫৯. বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
- (ক) মন্টিল
- (খ) চিটল
- (গ) জেনেভা
- (ঘ) দ্য হগ
১৬০. কে'লৰিৰ ওফৰত প্ৰতিষ্ঠিত দৰিদ্ৰতাৰ সংজ্ঞাটো গৃহীত হোৱা পৰিকল্পনাখন হ'ল-
- (ক) চতুর্থ পৰিকল্পনা
- (খ) পঞ্চম পৰিকল্পনা
- (গ) ষষ্ঠ পৰিকল্পনা
- (ঘ) সপ্তম পৰিকল্পনা
Indian Economy GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Indian GK 1000+
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হয় ।।। প্ৰশ্ন নব্মৰটো comment কৰি দিয়ে যেন।