Indian Economy GK in Assamese|| Free PDF||200+ MCQ
১২১. ভাৰতত মুঠ কর্ম শক্তিৰ মাত্র __ শতাংশ কর্মী সংগঠিত খণ্ডৰ নিয়োজিত হৈ আছে-
- (ক) ১০
- (খ) ৩
- (গ) ৫
- (ঘ) ১
১২২. ভাৰতত কেন্দ্ৰীয় বেংকিঙৰ কাৰ্যসমূহ কোনে সম্পাদন কৰে?
- (ক) চেন্ট্রেল বেংক
- (খ) ভাৰতীয় ষ্টেট বেংক
- (গ) ভাৰতীয় ৰিজার্ভ বেংক
- (ঘ) 'খ' আৰু 'গ' উভয়ে
১২৩. ভাৰতত ১৪ টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা বর্ষটো হ'ল-
- (ক) ১৯৫২ চন
- (খ) ১৯৫৯ চন
- (গ) ১৯৬৯ চন
- (ঘ) ১৯৭২ চন
১২৪. তলৰ কোনটো কৰয়ে প্রত্যক্ষভাবে ভোক্তাৰ বাবে বস্তুৰ মূল্য বৃদ্ধি নকৰে?
- (ক) আয় কৰ
- (খ) নগৰ শুল্ক
- (গ) বিক্ৰী কৰ
- (ঘ) আবকাৰী শুল্ক
১২৫. পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষজনৰ নাম আছিল-
- (ক) ড° ৰাজেন্দ্র প্রসাদ
- (খ) পি চি মহালনেবিচ
- (গ) জৱাহৰলাল নেহৰু
- (ঘ) ড° এছ ৰাধাকৃষ্ণ
১২৬. প্রত্যক্ষ কৰৰ সৰ্বাধিক প্রভাৱ পৰা বিষয়টো হ'ল-
- (ক) আয় কৰ
- (খ) ভোগ্য দ্রব্যৰ মূল্য
- (গ) মূলধন দ্ৰব্যৰ মূল্য
- (ঘ) কৃষিজাত দ্ৰব্যৰ মূল্য
১২৭. তলৰ কোনখন দেশ NATO ব সদস্য নহয়?
- (ক) ভাৰতবৰ্ষ
- (খ) ফ্রান্স
- (গ) জার্মানী
- (ঘ) ইংলেণ্ড
১২৮. আৰ এন মালহোৱা কমিটীয়ে পৰামৰ্শ প্রদান কৰা খণ্ডটোৰ নাম হ'ল-
- (ক) বেংকিং খণ্ড
- (খ) কৰ সংস্কাৰ খণ্ড
- (গ) বীমা খণ্ড
- (ঘ) ৰুগ্ন উদ্যোগ খণ্ড
১২৯. তলৰ কোনটো কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ আহৰণৰ সবাতোকৈ গুৰুত্বপূৰ্ণ উৎস?
- (ক) নিগম কৰ
- (খ) আয়কৰ
- (গ) কেন্দ্ৰীয় আবকাৰী কৰ
- (ঘ) সীমা শুল্ক
১৩০. বেংকৰ নিৰিখে কি বুজায়?
- (ক) যিটো বেংকে জমা কৰাৰ বাবে দিব পাৰে
- (খ) আন্তঃবেংক লেনদেনত দিবলগীয়া সুতৰ হাৰ
- (গ) বেংকে ভাৰতীয় ৰিজার্ভ বেংকৰ সৈতে বিলবোৰৰ পুনৰ মূল্য হ্রাস কৰে
- (ঘ) ওপৰৰ আটাইকেইটা
১৩১. বিকাশৰ অৰ্থ কি?
- (ক) অর্থনৈতিক বিকাশৰ সৈতে সমার্থক
- (খ) অর্থনৈতিক বিকাশতকৈ সীমিত অৰ্থৰ
- (গ) অর্থনৈতিক বিকাশতকৈ ব্যাপক অর্থ
- (ঘ) অর্থনৈতিক বিকাশৰ লগত জড়িত নহয়।
১৩২. বাণিজ্যৰ সমতা বুলিলে তলৰ কোনটোক বুজায়?
- (ক) বাণিজ্যিৰ পৰা হোৱা লাভ
- (খ) বাণিজ্যৰ উদ্বুত্ত
- (গ) দৃশ্যমান সমতা
- (ঘ) মূলধনৰ পৰিৱৰ্তন
১৩৩. ক্ষুদ্র আৰু অ-অর্থনৈতিক ভূমি গোটসমূহৰ কু- প্ৰভাৱৰ সমস্যা সমাধানৰ বাবে উত্তম ব্যৱস্থাটো হ'ল-
- (ক) সমবায় ভিত্তিক কৃষি ব্যৱস্থা
- (খ) মূলধন নিবিড় কৌশলৰ প্ৰয়োগ
- (গ) দ্রুত উদ্যোগীকৰণ
- (ঘ) গ্রামাঞ্চলক নগৰীকৰণ কৰা
১৩৪. তলৰ কোনটো বেংকে ভাৰতত প্রথম গতিশীল এ টি এম সেৱা আগবঢ়াইছিল?
- (ক) চিটি বেংক
- (খ) আই চি আই চি আই বেংক
- (গ) আমেৰিকান এক্সপ্রেছ
- (ঘ) এ এম এমব্রো
১৩৫. কুঁহিয়াৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত গুৰুত্বপূৰ্ণ ৰাজ্যখন হ'ল-
- (ক) মহাৰাষ্ট্ৰ
- (খ) উত্তৰপ্ৰদেশ
- (গ) বিহাৰ
- (ঘ) পশ্চিমবংগ
১৩৬. তলৰ কোনটো 'বিশ্ব বেংক গ্রুপ'ৰ অন্তর্গত নহয়?
- (ক) আই এম এফ
- (খ) আই বি আৰ ডি
- (গ) এ ডি বি
- (ঘ) আই চি এ
১৩৭. ভাৰতীয় টকাৰ চৰকাৰী বিনিময় হাৰ জড়িত থকা বিষয়টো হ'ল-
- (ক) পাউণ্ড স্টাবলিং
- (খ) ডলাৰ
- (গ) এচ ডি আব
- (ঘ) এমুঠি নির্বাচিত মুদ্রা
১৩৮. এজন শ্রমিকৰ প্ৰকৃত মজুৰিৰ পৰিমাণ হৈছে?
- (ক) এক প্রদত্ত সময়ৰ অন্তত তেওঁৰ উৎপাদনশীলতাত হোৱা পৰিৱৰ্তন
- (খ) মূলৰ উৎসৰ পৰা কটাৰ (বিয়োগৰ) পাছত আয়
- (গ) তেওঁৰ দৈনন্দিন আয়
- (ঘ) তেওঁৰ আয়ৰ ক্ৰয় ক্ষমতা
১৩৯. ২০০৭ চনত গৃহীত 'এনৰেগা' আইনমতে গ্রামাঞ্চলত এবছৰত নিশ্চিত নিয়োগ প্রদান কৰা দিনৰ সংখ্যা হ'ল-
- (ক) ১০০ দিন
- (খ) ১০৯ দিন
- (গ) ২০০ দিন
- (ঘ) ২০৯ দিন
১৪০. ৰাষ্ট্ৰসংঘই ঘোষণা কৰা 'Millenium Development Goals'ত উপনীত হোৱাৰ বাবে নির্ধাৰিত চনটো হ'ল-
- (ক) ২০১০ চন
- (খ) ২০১৫ চন
- (গ) ২০২০ চন
- (ঘ) ২০২৫ চন
Indian Economy GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Indian GK 1000+
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হয় ।।। প্ৰশ্ন নব্মৰটো comment কৰি দিয়ে যেন।