১০১. এজন শ্রমিক প্রকৃত মজুৰিৰ পৰিমাণ হৈছে?
- (ক) এক প্রদত্ত সময়ৰ অন্তত তেওঁৰ উৎপাদনশীলতাত হোৱা পৰিৱৰ্তন
- (খ) মূলৰ উৎসৰ পৰা কটাব (বিয়োগ) পাছত হোৱা আয়
- (গ) তেওঁৰ দৈনন্দিন আয়
- (ঘ) তেওঁৰ আয়ৰ ক্ৰয় ক্ষমতা
১০২. তলৰ কোনখন ৰাজ্যই সর্বাধিক সংখ্যক কৃষিভিত্তিক উদ্যোগৰ ক্ষেত্ৰত প্রথম স্থান অধিকাৰ কৰিছে-
- (ক) গুজৰাট
- (খ) পঞ্জাৱ
- (গ) পশ্চিমবংগ
- (ঘ) কেৰালা
১০৩. তলৰ কোনটো উদ্যোগত ভাৰতৰ সৰ্বাধিক সংখ্যক মহিলাকর্মী নিয়োজিত হৈ আছে?
- (ক) বয়ন শিল্প
- (খ) মৰাপাট
- (গ) চাহ
- (ঘ) কয়লা
১০৪. শ্রমিকসকলে এটা চাকৰিৰ পৰা আন এটা চাকৰিলৈ যোৱাৰ ফলত সৃষ্টি হোৱা নিবনুৱাক কি বোলা হয়?
- (ক) ঋতুকালীন নিবনুৱা
- (খ) মধ্যৱৰ্তীকালীন নিবনুৱা
- (গ) চক্রীয় নিবনুৱা
- (ঘ) প্রযুক্তিগত নিবনুৱা
১০৫. স্বর্ণ জয়ন্তী গ্রাম স্ব-ৰোজগাৰ যোজনা কেতিয়া কাৰ্যকৰী হৈছিল?
- (ক) এপ্রিল ১৯৯৫
- (খ) এপ্রিল ১৯৯৭
- (গ) এপ্রিল ১৯৯৯
- (ঘ) জুলাই ২০০১
১০৬. অসম ঔদোগিক উন্নয়নৰ ক্ষেত্ৰত বৰ্তমানে পিছপৰি থকাৰ কাৰণ হ'ল
- (ক) দুর্বল আন্তঃগাঁথনি
- (খ) উচ্চহাৰৰ উৎপাদন ব্যয়
- (গ) সীমিত আনুষ্ঠানিক ঋণ
- (ঘ) ওপৰৰ আটাইকেইটা
১০৭. ভাৰতত বর্তমানে থকা ১২ টা বন্দৰৰ ভিতৰত শেহতীয়াভারে প্রধান বন্দৰ হিচাপে স্বীকৃতিপ্রাপ্ত বন্দৰটো হ'ল-
- (ক) কান্দলা
- (খ) কোচি
- (গ) পাৰাদীপ
- (ঘ) ইণ্ডোৰ
১০৮. ভাৰতৰ ব্ৰাণ্ড ইকুইটি নিধিৰ মুখ্য উদ্দেশ্য হ'ল-
- (ক) পৰ্যটনৰ সুবিধা বৃদ্ধি কৰা
- (খ) ভাৰতত প্ৰস্তুত কৰা বস্তুৰ এটা যথোপযুক্ত মান প্রদান কৰা
- (গ) প্রযুক্তিখণ্ডলৈ মূলধনৰ যোগান ধৰা
- (ঘ) বাণিজ্য মেলাৰ আয়োজন কৰা
১০৯. ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাগাণনিকজনক কোনে নিয়োগ কৰে?
- (ক) প্রধানমন্ত্রী
- (খ) মুখ্য ন্যায়াধীশ
- (গ) ৰাষ্ট্ৰপতি
- (ঘ) উপ-ৰাষ্ট্রপতি
১১০. ভাৰতৰ ৰপ্তানি বস্ত্ৰৰ বেছিভাগ লোৱা দেশখন হ'ল-
- (ক) জাপান
- (খ) চীন
- (গ) আমেৰিকা
- (ঘ) ইংলেণ্ড
১১১. বিশ্ব বেংকৰ কোনটো অনুষ্ঠানক 'Soft loan widow' বুলি জনা যায়
- (ক) আই এম এফ
- (খ) আই ডি এ
- (গ) এ ডি বি
- (ঘ) ওপৰৰ এটাও নহয়
১১২. 'বিশ্ব বিকাশ প্রতিবেদন'ৰ এক বার্ষিক প্রকাশ
- (ক) ৰাষ্ট্ৰসংঘৰ বিকাশ আঁচনি
- (খ) আন্তঃগাঁথনি আৰু উন্নয়নৰ আন্তর্জাতিক বেংক
- (গ) বিশ্ব বাণিজ্য সংস্থা
- (ঘ) আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি
১১৩. বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
- (ক) মন্ট্রিল
- (খ) চিটল
- (গ) জেনেভা
- (ঘ) দ্য হগ
১১৪. 'চাপটা' (SAPTA) ৰ লগত সম্পর্কযুক্ত বিষয়টো হ'ল-
- (ক) শিক্ষা
- (খ) প্ৰতিৰক্ষা
- (গ) মহাকাশ গৱেষণা
- (ঘ) বাণিজ্য
১১৫. একাদশ পৰিকল্পনাত উন্নয়নৰ হাৰ ৯ শতাংশলৈ বৃদ্ধিৰ বাবে বিনিয়োগৰ নিৰ্ধাৰিত নিৰিখ আছিল -
- (ক) মুঠ ঘৰুৱা উৎপাদন ২০ শতাংশ
- (খ) মুঠ ঘৰুৱা উৎপাদনৰ ২৫ শতাংশ
- (গ) মুঠ ঘৰুৱা উৎপাদনৰ ৩০ শতাংশ
- (ঘ) মুঠ ঘৰুৱা উৎপাদনৰ ৩৫ শতাংশ
১১৬. ভাৰত চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত অন্তর্ভুক্ত কৰাৰ বাবে সম্প্ৰসাৰণ কৰি লোৱা শ্ৰেণীটো হ'ল-
- (ক) সপ্তম শ্রেণী
- (খ) অষ্টম শ্রেণী
- (গ) নৱম শ্ৰেণী
- (ঘ) দশম শ্রেণী
১১৭. 'টোবিন' কৰ হ'ল-
- (ক) নিজৰ পুঁজি যথোচিতভাবে ব্যৱহাৰ নকৰা স্থানীয় অনুষ্ঠানৰ ওপৰত লগোৱা কৰ
- (খ) অংশপত্ৰৰ পৰা আহৰণ কৰা অধিক লাভক বাধা প্ৰদানৰ বাবে আৰোপ কৰা কৰ
- (গ) মূলধনৰ পৰা আহৰণ কৰা অধিক লাভৰ আশাক বাধা প্রদানৰ বাবে লগোৱা কৰ
- (ঘ) বিলাসৰ সামগ্ৰীৰ ওপৰত কৰা খৰচ ওপৰত লগোৱা কৰ
১১৮. কোনটো খণ্ডৰ অধ্যয়ন আৰু পৰামর্শ প্রদানৰ বাবে 'চতুর্বেদী কমিটী' নিয়োগ কৰা হৈছিল-
- (ক) শক্তি খণ্ড
- (খ) অটোম'বাইল খণ্ড
- (গ) তেল আৰু প্রাকৃতিক গেছ খণ্ড
- (ঘ) সেৱা খণ্ড
১১৯. বৈজ্ঞানিক সমাজবাদৰ প্রতিষ্ঠাতা হিচাপে কাক গণ্য কৰা হয়?
- (ক) কছো
- (খ) কার্লমাক্স
- (গ) এঞ্জেল
- (ঘ) লেনিন
১২০. ঔদ্যোগিক ব্যাধিৰ এক আভ্যন্তৰীণ কাৰক নহয়
- (ক) জমা পুঁজিৰ পৃথকীকৰণ
- (খ) শক্তিৰ অভাৱ
- (গ) কু-পৰিচালনা
- (ঘ) ত্রুটিপূর্ণ লভ্যাংশৰ নীতি
Indian Economy GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Indian GK 1000+
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হয় ।।। প্ৰশ্ন নব্মৰটো comment কৰি দিয়ে যেন।