৮১. তলৰ কোনটো ৰাজীৱ গান্ধী গ্রাম্য বৈদ্যুতিকৰণ আঁচনিৰ বৈশিষ্ট্য নয়-
- (ক) গ্রাম্য বিদ্যুৎ বিতৰণৰ ভেটি সুদৃঢ় কৰা
- (খ) গ্রাম্য বৈদ্যুতিকৰণ আন্তঃগাঁথনি সৃষ্টি কৰা
- (গ) গ্রাম্য ক্লাব আৰু পুথিভঁৰাললৈ বিনামূলীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰা ধৰা
- (ঘ) বি পি এল কার্ড থকাসকলক বিদ্যুৎ যোগান
৮২. তলৰ কোনটো ভাৰত নিৰ্মাণ আঁচনিৰ মূল লক্ষ্য নহয়-
- (ক) ৬ ৰ পৰা ১১ বছৰৰ সকলো ছাত্রীকে স্কুলত অন্তর্ভুক্ত কৰা
- (খ) সকলোবোৰ গাঁৱকে পথ পৰিবহণৰ সুযোগ প্রদান কৰা
- (গ) সকলোকে বিশুদ্ধ খোৱা পানী যোগান ধৰা
- (ঘ) সকলোবোৰ গাঁৱকে টেলিফোনৰ সুযোগ প্রদান কৰা
৮৩. তলৰ কোনখন চহৰত ইউনিট ট্রাষ্ট অৱ ইণ্ডিয়াৰ মুখ্য কার্যালয় অৱস্থিত?
- (ক) মুম্বাই
- (খ) নতুন দিল্লী
- (গ) কলকাতা
- (ঘ) চেন্নাই
৮৪. ভাৰতীয় ৰিজার্ভ বেংকৰ গাণিনিক বর্ষ হৈছে-
- (ক) এপ্ৰিল-মাৰ্চ
- (খ) জুলাই-জুন
- (গ) অক্টোবৰ-ছেপ্টেম্বৰ
- (ঘ) জানুৱাৰী-ডিচেম্বৰ
৮৫. ভাৰতত বাজেট পদ্ধতি কোনজন ভাইচৰয়ৰ কাৰ্যকালত আৰম্ভণি কৰা হৈছিল?
- (ক) কেনিং
- (খ) ডেলহাউজি
- (গ) বিপণন
- (ঘ) এলগিন
৮৬. ভাৰতত ঘাটি বিত্ত ব্যৱস্থা হিচাপে তলৰ কোনটো বিবেচিত নহয়?
- (ক) বাণিজ্যিক বেংকৰ পৰা লোৱা ঋণ
- (খ) ৰিজার্ভ বেংকৰ পৰা গ্ৰহণ কৰা ধন
- (গ) নতুন মুদ্রা ছপা কৰা
- (ঘ) আন্তর্জাতিক মুদ্রানিধিৰ পৰা লোৱা ঋণ
৮৭. এখন দেশৰ চৰকাৰৰ ৰাজকোষীয় নীতিৰ লগত জড়িত মুখ্য উপাদান দুটা হ'ল-
- (ক) আমদানি আৰু ৰপ্তানী
- (খ) কৰ আৰু চৰকাৰী ব্যয়
- (গ) সঞ্চয় আৰু বিনিয়োগ
- (ঘ) ওপৰৰ এটাও নহয়
৮৮. তলৰ কোনটো উৎসই ভাৰতৰ কৰ ৰাজহত সর্বনিম্ন বৰঙণি প্ৰদান কৰে?
- (ক) কেন্দ্রীয় আবকাৰী শুল্ক
- (খ) আয় কৰ
- (গ) সম্পত্তি কৰ
- (ঘ) আমদানি-ৰপ্তানি কৰ
৮৯. তলৰ কোনটো কৰ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ লগত ভাগ-বতৰা নকৰে -
- (ক) কেন্দ্রীয় আবকাৰী শুল্ক
- (খ) আমদানি-ৰপ্তানি কব
- (গ) আয় কৰ
- (ঘ) ইষ্টেট কৰা
৯০. বিকাশব অর্থ-
- (ক) অর্থনৈতিক বিকাশৰ সৈতে সমার্থক
- (খ) অর্থনৈতিক বিকাশতকৈ ব্যাপক ব্যাপক অৰ্থৰ
- (গ) অর্থনৈতিক বিকাশতকৈ ব্যাপক অৰ্থৰ
- (ঘ) অর্থনৈতিক বিকাশৰ লগত জড়িত নহয়
৯১. ভাৰতৰ সেৱা কৰ প্ৰথম কেতিয়াৰ পৰা আৰম্ভণি কৰা হৈছিল?
- (ক) ১৯৯৮ চনত
- (খ) ১৯৯৬ চনত
- (গ) ১৯৯৪ চনত
- (ঘ) ১৯৯২ চনত
৯২. দ্বাদশ বিত্ত আয়োগৰ অধ্যক্ষ কোন আছিল?
- (ক) চি ৰংগাৰাজন
- (খ) এম এন ভহবা
- (গ) বিমল জালান
- (ঘ) বিজয় কেলকাৰ
৯৩. পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হৈছে
- (ক) প্রধানমন্ত্রী
- (খ) পৰিকল্পনা মন্ত্ৰী
- (গ) কেবিনেট মন্ত্ৰীৰ পদাধিকাৰী
- (ঘ) এজন বিখ্যাত অর্থনীতিবিদ
৯৪. তলৰ কোনটোৱে আমাৰ দেশৰ দৰিদ্ৰ সীমাৰেখাক সর্বাধিক প্ৰভাৱিত কৰে?
- (ক) মূল্যৰ স্তৰ
- (খ) উৎপাদনৰ পৰিমাণ
- (গ) জনমুৰি আয়
- (ঘ) সঞ্চয়ন পৰিমাণ
৯৫. ভাৰতৰ বেতন নীতি __ ওপৰত ভিত্তি কৰি কৰা হয়?
- (ক) জীৱন নির্বাহৰ মানদণ্ড
- (খ) জীৱন নিৰ্বাহৰ বাবে আৱশ্যকীয় খৰচ
- (গ) উৎপাদনশীলতা
- (ঘ) ইয়াৰে এটাও নহয়
৯৬. 'ক্লাইচিল'য়ে তলৰ কোনটোৰ লগত জড়িত থাকে?
- (ক) গ্রামাঞ্চললৈ বিত্তৰ যোগান ধৰে
- (খ) কোম্পানীৰ ঋণৰ নথি-পত্ৰ পৰীক্ষা-নিৰীক্ষা কৰে
- (গ) ৰপ্তানি বৃদ্ধিৰ ব্যৱস্থা কৰে
- (ঘ) উদ্যোগলৈ বিত্তীয় অনুদান আগবঢ়ায়
৯৭. ১৯২১ চেঞ্চাছ মতে ভাৰতৰ জনসংখ্যা হ্রাস পোৱাৰ মূল কাৰণ হ'ল-
- (ক) প্রথম বিশ্ব যুদ্ধ
- (খ) ইনফ্লুরেঞ্জা
- (গ) মহামাৰী
- (ঘ) বংগ বিভাজন
৯৮. পঞ্চায়তীৰাজ অনুষ্ঠানৰ আধাৰত ভাৰতত বিকেন্দ্রীভূত পৰিকল্পনাৰ বাবে পৰামৰ্শ প্রদান কৰা কমিটীখন হৈছে -
- (ক) মহাল'নবিচ কমিটী
- (খ) বলবন্ত ৰায় মেহতা কমিটী
- (গ) আলোক মেহেতা কমিটী
- (গ) গ্যাদ্ গিল কমিটী
৯৯. এম এম ফাৰৱানী কমিটী জড়িত থকা বিষয়টো হ'ল-
- (ক) নতুন ষ্টক্ বিনিময় প্রতিষ্ঠা কৰা
- (খ) কৃষিৰ চাবৰ্ছিদি (ৰেহাই) প্রদান কৰা
- (গ) উদ্যোগ খণ্ডলৈ চাবছিদি প্ৰদান কৰা
- (ঘ) পেট্ৰ'লৰ হাৰ নিৰ্ধাৰণ কৰা
১০০. আন্তর্জাতিক চাহ কমিটীৰ শেহতীয়া তথ্যমতে ভাৰত পৃথিৱীৰ ভিতৰত চাহ উৎপাদনত থকা স্থানটো হ'ল -
- (ক) প্রথম
- (খ) দ্বিতীয়
- (গ) তৃতীয়
- (ঘ) চতুর্থ
Indian Economy GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Indian GK 1000+
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হয় ।।। প্ৰশ্ন নব্মৰটো comment কৰি দিয়ে যেন।