Indian Economy GK in Assamese|| Free PDF||200+ MCQ

Popup Iframe Example

৬১. ছদ্মবেশী নিবনুৱা বুলিলে এনে লোকক বুজায় যাব-

WhatsApp Group Join Now
Telegram Group Join Now
  • (ক) কোনো ধৰণৰ কাম নাই
  • (খ) শিক্ষিত লোক
  • (গ) মহিলা নিবনুৱা
  • (ঘ) প্রয়োজনতকৈ অধিক লোক কৃষিক্ষেত্রত নিয়োজিত

উত্তৰঃ (ঘ)

৬২. ভাৰতৰ পৰিকল্পনা আয়োগ হ'ল এটা -

  • (ক) আইনগত অনুষ্ঠান
  • (খ) সাংবিধানিক অনুষ্ঠান
  • (গ) উপদেষ্টামূলক অনুষ্ঠান
  • (গ) ব্যক্তিগত অনুষ্ঠান

উত্তৰ: (গ)

৬৩. তলৰ কোনটো ভাৰতৰ পৰিকল্পনাৰ লক্ষ্য নহয়-

  • (ক) দৰিদ্ৰতা দূৰীকৰণ
  • (খ) জনসংখ্যা বৃদ্ধি
  • (গ) আত্ম নির্ভৰশীলতা বৃদ্ধি
  • (ঘ) ঔদ্যোগিক উন্নয়ন

উত্তৰ: (খ)

৬৪. ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ হ'ল-

  • (ক) প্ৰধানমন্ত্ৰী
  • (খ) বিত্তমন্ত্রী
  • (গ) ৰাষ্ট্ৰপতি
  • (ঘ) উপৰাষ্ট্ৰপতি

উত্তৰ: (ক)

৬৫. ভাৰতৰ জনসংখ্যাৰ আনুমানিক কিমান শতাংশ লোক দৰিদ্ৰ সীমৰেখাৰ তলত বাস কৰে?

  • (ক) ১৮ শতাংশ
  • (খ) ২৬‌ শতাংশ
  • (গ) ২৯ শতাংশ
  • (ঘ) ৩১ শতাংশ

উত্তৰ: (খ)

৬৬. ভাৰতীয় ৰিজার্ভ বেংকৰ প্ৰতীক চিহ্নত থকা জন্তুটোৰ নাম কি?

  • (ক) সিংহ
  • (খ) বাঘ
  • (গ) নাহৰফুটুকী বাঘ
  • (ঘ) হাতী

উত্তৰ: (গ)

৬৭. দেশত বীমা ব্যৱসায়ক নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰে গঠন কৰা সংস্থাটোৰ নাম কি?

  • (ক) SEBI
  • (খ) ভাৰতীয় ৰিজার্ভ বেংক
  • (গ) বীমা নিয়ন্ত্রণ আৰু বিকাশ প্ৰাধিকৰণ
  • (ঘ) জেনেৰেল ইঞ্চুৰেন্স কর্পোৰেছন

উত্তৰ: (গ)

৬৮. কোনটো বর্ষক ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত 'Year of the Great Divide' হিচাপে জনা যায়?

  • (ক) ১৯২১ চনত
  • (খ) ১৯৩১ চনত
  • (গ) ১৯৪১ চনত
  • (ঘ) ১৯৬১ চনত

উত্তৰ: (ক)

৬৯. প্রত্যক্ষ কৰক কিয় কৰাৰোপনৰ শ্রেষ্ঠতম ৰূপ বোলা হয়?

  • (ক) ইয়াক সহজে সংগ্ৰহ কৰিব পৰা যায়
  • (খ) ইয়াৰ কৰাৰোপণৰ বাধ্যতা অধিক
  • (গ) ই গড় অনুসৰি কৰ আহৰণ কৰাৰ অনুমতি দিয়ে
  • (ঘ) ই অধিক ৰাজহ গোটাব পাৰে

উত্তৰ: (গ)

৭০. এখন দেশৰ জনসংখ্যা দ্রুত হাৰত বৃদ্ধি পোৱাৰ মূলকাৰণ হ'ল--

  • (ক) ধর্মীয় আৰু সামাজিক অন্ধবিশ্বাস
  • (খ) মূলধনৰ অভাব
  • (গ) ঔদ্যোগিক উন্নয়ন
  • (ঘ) সামাজিক অস্থিৰতা

উত্তৰ: (ক)

৭১. 'ৰাষ্ট্রীয় কৃষিনীতি ২০০০' ঘোষণা কৰা পৰিকল্পনাখন হ'ল-

  • (ক) ষষ্ঠ পৰিকল্পনা
  • (খ) সপ্তম পৰিকল্পনা
  • (গ) অষ্টম পৰিকল্পনা
  • (ঘ) নৱম পৰিকল্পনা

উত্তৰঃ (ঘ)

৭২. এখন দেশৰ জাতীয় আয় বুলিলে তলৰ কোনটোক বুজায়-

  • (ক) উৎপাদনৰ উপাদানৰ এবছৰৰ মুঠ আয়
  • (খ) চৰকাৰৰ বাৰ্ষিক মুঠ ৰাজহৰ পৰিমাণ
  • (গ) চৰকাৰী উৎপাদন খণ্ডৰ মুঠ উদ্বৃত্ত আয়
  • (ঘ) মুঠ ৰপ্তানিৰ পৰা আহৰণ কৰা আয়

উত্তৰ: (ক)

৭৩. ভাৰতৰ বাণিজ্য নীতি (২০০৪-০৯)য়ে অধিক গুৰুত্ব দিয়া বিষয়টো হ'ল-

  • (ক) ২০০৯ ৰ ভিতৰত বিশ্ব বাণিজ্যত ভাৰতৰ অংশ দুগুণলৈ বৃদ্ধি কৰা
  • (খ) ২০০৯ ৰ ভিতৰত বিশ্ব বাণিজ্যত ভাৰতৰ অংশ পাঁচ গুণলৈ বৃদ্ধি কৰা
  • (গ) দেশৰ আমদানি ২০০৯ ৰ ভিতৰত ২৫ শতাংশ হ্রাস কৰা
  • (ঘ) দেশৰ ৰপ্তানি ২০০৯ ৰ ভিতৰত ২৫ শতাংশ বৃদ্ধি কৰা

উত্তৰ: (ক)

৭৪. ভাৰতীয় ৰিজার্ভ বেংকক ভাৰত চৰকাৰে কেতিয়া নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল?

  • (ক) ১৯৪৯ চনত
  • (খ) ১৯৪৮ চনত
  • (গ) ১৯৫২ চনত
  • (ঘ) ১৯৫৬ চনত

উত্তৰ: (ক)

৭৫. ভাৰতত কেন্দ্রীয় বেংকিঙৰ কাৰ্যসমূহ কোনে সম্পাদন করে?

  • (ক) চেস্ট্রেল বেংক
  • (খ) ভাৰতীয় ষ্টেট বেংক
  • (গ) ভাৰতীয় ৰিজার্ভ বেংক
  • (ঘ) 'খ' আৰু 'গ' উভয়ে

উত্তৰ: (গ)

৭৬. ৰাষ্ট্রীয় আয়ে নির্দেশ কৰে-

  • (ক) এখন দেশত এবছৰত উৎপাদিত বস্তু আৰু সেৱাৰ বিত্তীয় মূল্য মূল্য
  • (খ) এখন দেশৰ এবছৰৰ ষ্ট'ক আৰু শ্বেয়াৰৰ বিত্তীয়
  • (গ) এবছৰত এখন দেশে উৎপাদন কৰা মূলধন সামগ্ৰীৰ বিত্তীয় মূল্য
  • (ঘ) এখন দেশে এবছৰত উৎপাদন কৰা উপভোক্তা সামগ্ৰীৰ বিত্তীয় মূল্য

উত্তৰ: (ক)

৭৭. ভাৰতত কি অর্থনীতি বিৰাজমান?

  • (ক) সমাজবাদী অর্থনীতি
  • (খ) গান্ধীবাদী অর্থনীতি
  • (গ) মিশ্রিত অর্থনীতি
  • (ঘ) মুক্ত অর্থনীতি

উত্তৰ: (গ)

৭৮. দেশ এখনৰ উন্নয়নৰ ফলত মুঠ জাতীয় উৎপাদনত কোনটো উৎপাদনৰ খণ্ডৰ অংশ হ্রাস পায়-

  • (ক) কৃষি খণ্ড
  • (খ) উদ্যোগ খণ্ড
  • (গ) সেৱা খণ্ড
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰ: (ক)

৭৯. ভাৰতীয় কৃষি খণ্ডৰ বাবে তলৰ কোনটো শুদ্ধ নহয়-

  • (ক) ৰাসায়নিক সাৰ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰত তৃতীয়
  • (খ) শাক-পাচলি উৎপাদনত বিশ্বৰ ভিতৰত দ্বিতীয়
  • (গ) নাৰিকল উৎপাদনত বিশ্বৰ ভিতৰত প্ৰথম
  • (ঘ) আম, কল আদি উৎপাদনত বিশ্বৰ ভিতৰত প্ৰথম

উত্তৰ: (গ)

৮০. ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ অনুযায়ী পৰিকল্পনা আয়োগ গঠন হৈছিল-

  • (ক) ৩৫ নং অনুচ্ছেদ
  • (খ) ৩৯ নং অনুচ্ছেদ
  • (গ) ৪৬ নং অনুচ্ছেদ
  • (ঘ) ৫৩ নং অনুচ্ছেদ

উত্তৰ: (খ)

Indian Economy GK in Assamese

Important Topics:

  1. Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
  2. Indian GK 1000+

Quiz:

  1. Test Your Knowledge

Leave a Comment

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese