৪১. মিশ্রিত অর্থনীতি হ'ল-
- (ক) ক্ষুদ্র খণ্ড আৰু বৃহৎ খণ্ডৰ উদ্যোগৰ সহাৱস্থান
- (খ) ধনী আৰু দুখীয়াৰ সহাৱস্থান
- (গ) ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহাৱস্থান
- (ঘ) কৃষি আৰু গধুৰ উদ্যোগ উভয়তে সমান গুৰুত্ব প্রদান
৪২. তলৰ কোনটো পৰিকল্পনা আয়োগৰ কাৰ্য
- (ক) পৰিকল্পনা প্রস্তুতকৰণ
- (খ) পৰিকল্পনাক কার্যত পৰিণত কৰা
- (গ) পৰিকল্পনা বিত্ত যোগান ধৰা
- (ঘ) 'ক' আৰু 'খ' উভয়েই
৪৩. পৰিকল্পনা আয়োগ হ'ল-
- (ক) এখন মন্ত্রালয়
- (খ) এটা চৰকাৰী বিভাগ
- (গ) এটা পৰামৰ্শদাতা গোট
- (ঘ) এক স্বায়ত্তশাসিত পৰিষদ
৪৪. পৰিকল্পনা আয়োগৰ উপাধ্যক্ষজন হৈছে-
- (ক) প্রধানমন্ত্রী
- (খ) পৰিকল্পনা মন্ত্ৰী
- (গ) কেবিনেট মন্ত্ৰীৰ পদাধিকাৰী
- (ঘ) এজন বিখ্যাত অর্থনীতিবিদ
৪৫. সংসদত বাজেট কেতিয়া উত্থাপন কৰা হয়?
- (ক) ফেব্ৰুৱাৰীৰ শেষ দিন
- (খ) ১৫ মার্চ
- (গ) মাৰ্চৰ শেষ দিন
- (ঘ) ১ এপ্রিল
৪৬. ভাৰতৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংকটোৰ নাম কি?
- (ক) চেন্ট্রেল বেংক
- (খ) ভাৰতীয় ষ্টেট বেংক
- (গ) পঞ্জাৱ নেছনেল বেংক
- (ঘ) ইণ্ডিয়া অভাৰচীজ বেংক
৪৭. অর্থনৈতিকভাৱে উন্নত অথচ প্রাকৃতিক সম্পদত দুখীয়া এখন দেশ হ'ল-
- (ক) ভাৰত
- (খ) দক্ষিণ আফ্রিকা
- (গ) জাপান
- (ঘ) অষ্ট্ৰেলিয়া
৪৮. ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ বনাঞ্চল হ'ল-
- (ক) ১৭ শতাংশ
- (খ) ২৩ শতাংশ
- (গ) ২৮ শতাংশ
- (ঘ) ৩০ শতাংশ
৪৯. ভাৰতৰ বেছিভাগ মানুহ নিয়োজিত হৈ থকা খণ্ডটো হ'ল-
- (ক) প্রাথমিক খণ্ড
- (খ) উদ্যোগ খণ্ড
- (গ) সেৱা খণ্ড
- (ঘ) ওপৰৰ এটাও নহয়
৫০. ভাৰতৰ জনমুৰি খেতি মাটিৰ পৰিমাণ হ'ল-
- (ক) ০.১৭ হেক্টৰ
- (খ) ০.২৬ হেক্টৰ
- (গ) ০.৩১ হেক্টৰ
- (ঘ) ০.৩৭ হেক্টৰ
৫১. ভাৰতত জাতীয় জনসংখ্যা নীতি ঘোষণা কৰা চনটো হ'ল-
- (ক) ১৯৬০ চন
- (খ) ১৯৭০ চন
- (গ) ১৯৭৬ চন
- (ঘ) ১৯৮৬ চন
৫২. তলৰ কোনটোৱে আমাৰ দেশৰ দৰিদ্ৰ সীমাৰেখাক সর্বাধিক প্ৰভাৱিত কৰে?
- (ক) মূল্যৰ স্তৰ
- (খ) উৎপাদনৰ পৰিমাণ
- (গ) জনমুৰি আয়
- (ঘ) মুঠ সঞ্চয়ৰ পৰিমাণ
৫৩. ভাৰতৰ বেতন নীতি ___ৰ ওপৰত ভিত্তি কৰি কৰা হয়
- (ক) জীৱন নিৰ্বাহৰ মানদণ্ড
- (খ) জীৱন নিৰ্বাহৰ বাবে আৱশ্যকীয় খৰচ
- (গ) উৎপাদনশীলতা
- (ঘ) ইয়াৰে এটাও নহয়
৫৪. শ্রমিকসকলে এটা চাকৰিৰ পৰা আন এটা চাকৰিলৈ যোৱাৰ ফলত সৃষ্টি হোৱা নিবনুৱাক____ বোলে।
- (ক) ঋতুকালীন নিবনুৱা
- (খ) মধ্যবর্তীকালীন নিবনুৱা
- (গ) চক্রীয় নিবনুৱা
- (ঘ) প্রযুক্তিগত নিবনুৱা
৫৫. স্বর্ণ জয়ন্তী গ্রাম স্ব-ৰোজগাৰ যোজনা কেতিয়া কাৰ্যকৰী হৈছিল?
- (ক) এপ্রিল ১৯৯৫
- (খ) এপ্রিল ১৯৯৭
- (গ) এপ্রিল ১৯৯৯
- (ঘ) জুলাই ২০০১
৫৬. IRDP ৰ অৰ্থ হ'ল-
- (ক) Integrated Regional Development Programme
- (খ) International Rural Development Programme
- (গ) Integrated Rural Development Programme
- (ঘ) ওপৰৰ এটাও নহয়
৫৭. তলৰ কোনটো ভাৰতৰ সৰ্ববৃহৎ মিউচুৱেল ফাণ্ডৰ সংস্থা
- (ক) এছ বি আই মিউচুৱেল ফাণ্ড
- (খ) জি আই চি মিউচুৱেল ফাণ্ড
- (গ) ইউনিট ট্রাষ্ট অৱ্ ইণ্ডিয়া
- (ঘ) ইন্দ ট্রাষ্ট মিউচুৱেল ফাণ্ড
৫৮. ভাৰতৰ প্ৰাচীনতম লো আৰু তীখা প্রকল্পটোৰ নাম কি?
- (ক) জামছেদপুৰৰ টিচকো
- (খ) বোকাৰো লো আৰু তীখা প্রকল্প
- (গ) দুর্গাপুৰ লো আৰু তীখা প্রকল্প
- (ঘ) বৰকেল্লা লো আৰু তীখা প্রকল্প
৫৯. লেইচেজ-ফেয়াৰ কি?
- (ক) মিশ্রিত অর্থনীতি
- (খ) নিয়ন্ত্রিত অর্থনীতি
- (গ) অর্থনৈতিক বিষয়ত চৰকাৰে হস্তক্ষেপ নকৰা
- (ঘ) ওপৰৰ এটাও নহয়
৬০. এখন দেশৰ জনসংখ্যা বৃদ্ধিৰ মুখ্য কাৰণ হ'ল-
- (ক) মৃত্যুৰ হাৰ দ্রুতগতিত হ্রাস
- (খ) নিয়োগৰ সুবিধাৰ অভাৱ
- (গ) পিছপৰা আন্তঃগাঁথনি
- (ঘ) ওপৰৰ এটাও নহয়
Indian Economy GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Indian GK 1000+
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হয় ।।। প্ৰশ্ন নব্মৰটো comment কৰি দিয়ে যেন।