Indian Economy GK in Assamese|| Free PDF||200+ MCQ

Popup Iframe Example

২১. SEBI ৰ অৰ্থ হ'ল-

WhatsApp Group Join Now
Telegram Group Join Now
  • (ক) Securities and Exchange Board of India
  • (খ) Stock Exchange Board of India
  • (গ) Stock and Equities Board of India
  • (ঘ) ওপৰৰ এটাও নহয়

উত্তৰ: (ক)

২২. SEBI কেতিয়া স্থাপন কৰা হৈছিল?

  • (ক) ১৯৯২ চনৰ ১২ এপ্রিলত
  • (খ) ১৯৯৩ চনৰ ১২ এপ্রিলত
  • (গ) ১৯৯০ চনৰ ১২ এপ্রিলত
  • (ঘ) ১৯৯৪ চনৰ ১২ এপ্রিলত

উত্তৰ: (ক)

২৩. ভাৰতত কেতিয়াৰ পৰা মিউচুৱেল ফাণ্ডৰ ব্যৱসায় আৰম্ভ হৈছিল?

  • (ক) ১৯৯২ চনত
  • (খ) ১৯৬৪ চনত
  • (গ) ১৯৬৩ চনত
  • (ঘ) ১৯৯৪ চনত

উত্তৰ: (গ)

২৪. ভাৰতৰ সৰ্ববৃহৎ কোম্পানীটোৰ নাম কি?

  • (ক) ইণ্ডিয়ান অইল কৰ্প'ৰেচন
  • (খ) মাৰুতি ছুজুকি ইণ্ডিয়া লিমিটেড
  • (গ) ৰিলায়েন্স ইন্ডাস্ট্রিজ লিমিটেড
  • (ঘ) টাটা মটৰ লিমিটেড

উত্তৰ: (ক)

২৫. Pure Banking, Nothing Else" এইটো শ্লোগান কোনটো বেংকৰ আছিল?

  • (ক) কানাড়া বেংকৰ
  • (খ) বেংক অৱ্ বৰোদাৰ
  • (গ) বন্ধন বেংকৰ
  • (ঘ) ষ্টেট বেংক অৱ্ ইণ্ডিয়া

উত্তৰঃ (ঘ)

২৭. অসমৰ উদ্যোগীকৰণৰ হাৰ দ্রুত হাৰত বৃদ্ধিৰ বাবে আটাইতকৈ বেছি প্রয়োজন হ'ল-

  • (ক) পাৰিপার্শ্বিক উন্নয়ন
  • (খ) জনসংখ্যাব বৃদ্ধি
  • (গ) জলসিঞ্চনব সুবিধা
  • (ঘ) গৱেষণা আৰু প্রশিক্ষণ

উত্তৰঃ (ঘ)

২৮. কোনো এক নির্দিষ্ট সময়ত ভাৰতত সোণৰ জমা বুলিলে তলৰ কোনটোক বুজায়-

  • (ক) জনসাধাৰণৰ হাতত জমা থকা সোণ
  • (খ) বাণিজ্যিক বেংকসমূহ সংৰক্ষিত লকাৰত থকা সোণ
  • (গ) ৰিজার্ভ বেংকত থকা সোণ
  • (ঘ) সোণাৰীসকলৰ হাতত থকা সোণ

উত্তৰ: (গ)

২৯. ভাৰতৰ বেংকসমূহৰ ভিতৰত তলৰ কোনটো বেংকক আটাইতকৈ ডাঙৰ বুলি গণ্য কৰা হয়?

  • (ক) ষ্টেট বেংক অৱ ইণ্ডিয়া
  • (খ) চেন্ট্রেল বেংক অৱ ইণ্ডিয়া
  • (গ) কানাড়া বেংকৰ
  • (ঘ) পঞ্জাৱ নেছনেল বেংক

উত্তৰ: (ক)

৩০. 'জনকল্যাণ যোজনা'ৰ মুখ্য লক্ষ্য হ'ল-

  • (ক) গ্রামাঞ্চলৰ লোকৰ সকলো দিশৰ বিকাশ সাধন
  • (খ) কৃষিভিত্তিক উদ্যোগ গঠন
  • (গ) সমবায় সমিতি গঠন
  • (ঘ) কুটিৰ শিল্পৰ সম্প্ৰসাৰণ আৰু বিকাশ সাধন

উত্তৰ: (ক)

৩১. আমাৰ দেশৰ একটকীয়া নোটত চহী থকা ব্যক্তিজন হ'ল-

  • (ক) ভাৰতৰ বিত্তমন্ত্রী
  • (খ) বিত্ত মন্ত্ৰালয়ৰ সচিব
  • (গ) ৰিজার্ভ বেংকৰ গভৰ্ণৰ
  • (ঘ) ৰাষ্ট্ৰপতি

উত্তৰ: (খ)

৩২. ভাৰতৰ প্ৰথম তেল শোধনাগাৰ (ডিগবৈ শোধনাগাৰ) টো স্থাপন হোৱা চনটো হ'ল-

  • (ক) ১৯০০ চন
  • (খ) ১৯০১ চন
  • (গ) ১৯০২ চন
  • (ঘ) ১৯০৩ চন

উত্তৰ: (খ)

৩৩. অসমৰ কোনখন জিলাত 'ভাৰতীয় চাহ ব'ৰ্ড'ৰ পঞ্জীয়নভুক্ত সর্বাধিক ক্ষুদ্র চাহ উৎপাদনকাৰী আছে?

  • (ক) শোণিতপুৰ জিলা
  • (খ) গোলাঘাট জিলা
  • (গ) তিনিচুকীয়া জিলা
  • (ঘ) কার্বি আলং জিলা

উত্তৰ: (খ)

৩৪. অসমত কোন চনৰ পৰা পঞ্চবার্ষিক পৰিকল্পনা গ্রহণ কৰা হৈছে-

  • (ক) ১৯৫০-৫১
  • (খ) ১৯৫১-৫২
  • (গ) ১৯৫২-৫৩
  • (ঘ) ১৯৫৩-৫৪

উত্তৰ: (ক)

৩৫. কামৰূপ মেট্ৰ'ৰ বাবে অসমৰ কোন জিলাত বাণিজ্যিক বেংকসমূহৰ (Scheduled Commercial Banks) সংগৃহীত জমাৰ পৰিমাণ সৰ্বাধিক?

  • (ক) কাছাৰ জিলা
  • (খ) নগাঁও জিলা
  • (গ) যোৰহাট জিলা
  • (ঘ) ডিব্ৰুগড় জিলা

উত্তৰঃ (ঘ)

৩৬. লেপটকাটাত অৱস্থিত অসমৰ 'গেছ ক্রেকাৰ' প্রকল্পত হোৱা মুঠ বিনিয়োগৰ পৰিমাণ হ'ল-

  • (ক) ২৫৫৪ কোটি
  • (খ) ৩৫৫৪ কোটি
  • (গ) ৪৫৫৪ কোটি
  • (ঘ) ৫৫৫৪ কোটি

উত্তৰ: (গ)

৩৭. অসমৰ নগৰীকৰণৰ হাৰ হ'ল-

  • (ক) সৰ্বভাৰতীয় হাৰতকৈ কম
  • (খ) সৰ্বভাৰতীয় হাৰতকৈ বেছি
  • (গ) সৰ্বভাৰতীয় হাৰৰ সমান
  • (ঘ) সৰ্বভাৰতীয় হাৰৰ প্ৰায় আধা

উত্তৰ: (ক)

৩৮. অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ গঠন হোৱা চনটো হ'ল-

  • (ক) ১৯৫২ চন
  • (খ) ১৯৫৪ চন
  • (গ) ১৯৫৬ চন
  • (ঘ) ১৯৫৮ চন

উত্তৰঃ (ঘ)

৩৯. তলৰ কোনটো উত্তৰ-পূব পৰিষদৰ কাৰ্য নহয়?

  • (ক) উত্তৰ-পূৰ্বাঞ্চলৰ সামাজিক আৰু অর্থনৈতিক আঁচনি যুগুত কৰা
  • (খ) উত্তৰ-পূব ৰাজ্যসমূহৰ মাজত যোগাযোগ আৰু পৰিবহণ ব্যৱস্থা কৰা
  • (গ) উত্তৰ-পূব ৰাজ্যসমূহত শক্তি আৰু বানপানী নিয়ন্ত্ৰণ কৰা
  • (ঘ) উত্তৰ-পূব ৰাজ্যসমূহৰ ৰাজনৈতিক সংঘৰ্ষৰ সমাধান কৰা

উত্তৰঃ (ঘ)

৪০. অসমত প্রথম প্লাইউদ উদ্যোগ স্থাপন হোৱা চনটো হ'ল-

(ক) ১৯১৭ চন

(খ) ১৯২৭ চন

(গ) ১৯৩৭ চন

(ঘ) ১৯৪৩ চন

উত্তৰ: (ক)

Indian Economy GK in Assamese

Important Topics:

  1. Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
  2. Indian GK 1000+

Quiz:

  1. Test Your Knowledge

Leave a Comment

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese