১৮১. উত্তৰ-পূব পৰিষদৰ সচিবালয় অৱস্থিত হোৱা ঠাইখন হ'ল-
- (ক) নাগালেণ্ড
- (খ) মণিপুৰ
- (গ) ত্ৰিপুৰা
- (ঘ) শ্বিলং
১৮২, অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি?
- (ক) নলবাৰী জিলা
- (খ) শিৱসাগৰ জিলা
- (গ) যোৰহাট জিলা
- (ঘ) কামৰূপ মেট্ৰ' জিলা
১৮৩. বিজ্ঞান সন্মতভাৱে ভাৰতৰ জাতীয় আয় গণনা কৰা প্ৰথম ব্যক্তিজন হ'ল-
- (ক) ভি কে আৰ ভি ৰাও
- (খ) দাদাভাই নৌৰাজী
- (গ) ইথিনচ'ন
- (ঘ) বল্লভভাই পেটেল
১৮৪. ভাৰতৰ কোনখন পৰিকল্পনাত 'Garibi Hatao নামৰ বিখ্যাত শ্লোগানটো অন্তর্ভুক্ত কৰা হৈছিল?
- (ক) পঞ্চম পৰিকল্পনা
- (খ) ষষ্ঠ পৰিকল্পনা
- (গ) সপ্তম পৰিকল্পনা
- (ঘ) অষ্টম পৰিকল্পনা
১৮৫. অসমৰ ঔদ্যোগিক নীতি ১৯৯৭ চনৰ উদ্দেশ্য আছিল-
- (ক) ৰুগ্ন উদ্যোগবোৰ পুনৰ জীৱিত কৰা
- (খ) মাতৃ উদ্যোগ স্থাপন কৰা
- (গ) পার্বত্য অঞ্চলৰ উন্নয়ন সাধন কৰা
- (ঘ) ওপৰৰ আটাইকেইটা
১৮৬. গুৱাহাটীৰ 'চাহ নিলাম' বজাৰখনৰ বিশ্বৰ ভিতৰত থকা স্থান হ'ল-
- (ক) দ্বিতীয় স্থান
- (খ) তৃতীয় স্থান
- (গ) চতুর্থ স্থান
- (ঘ) পঞ্চম স্থান
১৮৭. উত্তৰ-পূব উন্নয়ন বিত্ত লিমিটেডৰ মুখ্য কাৰ্যালয় হ'ল-
- (ক) গুৱাহাটী
- (খ) ইম্ফল
- (গ) শ্বিলং
- (ঘ) গোলাঘাট
১৮৮. আঞ্চলিক গ্রামীণ বেংক কোন চনত স্থাপন হৈছিল?
- (ক) ১৯৭৩ চন
- (খ) ১৯৭৪ চন
- (গ) ১৯৭৫ চন
- (ঘ) ১৯৭৬ চন
১৮৯. NABARD নামৰ বিত্তীয় অনুষ্ঠানটো স্থাপন হোৱা বর্ষটো হ'ল-
- (ক) ১৯৮০ চন
- (খ) ১৯৮১ চন
- (গ) ১৯৮২ চন
- (ঘ) ১৯৮৩ চন
১৯০. মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ বাবে তলৰ কোনটো অধিক প্রয়োজনীয়?
- (ক) উদ্বৃত্ত বাজেট
- (খ) কৰ হাৰ বৃদ্ধি
- (গ) চৰকাৰী ব্যয়ব পৰিমাণ হ্রাস
- (ঘ) ওপৰৰ আটাইবোৰ
১৯১. ভাৰতীয়ৰদ্বাৰা পৰিচালিত প্রথম বেংকটোৰ নাম কি?
- (ক) বানাৰস ষ্টেট বেংক
- (খ) ওধ বেংক
- (গ) পাঞ্জার এণ্ড সিন্ধ বেংক
- (ঘ) পঞ্জার নেছনেল বেংক
১৯২. তলৰ কোনটো চৰকাৰী ৰাজহৰ আটাইতকৈ ডাঙৰ উৎস?
- (ক) পৰোক্ষ কৰ
- (খ) প্রত্যক্ষ কৰ
- (গ) লভ্যাংশ আক লাভ
- (ঘ) সুদ
১৯৩. তলৰ কোনটো পৰোক্ষ কৰ নহয়?
- (ক) বিক্ৰী কৰ
- (খ) আৱকাৰী শুল্ক
- (গ) আমদানি কৰ
- (ঘ) আয় কৰ
১৯৪. ভাৰতৰ প্রত্যক্ষ কৰ হ'ল-
- (ক) প্রত্যক্ষ আৰু আনুপাতিক
- (খ) পৰোক্ষ আৰু আনুপাতিক
- (গ) প্রত্যক্ষ আৰু ক্রমবর্ধমান
- (ঘ) পৰোক্ষ আৰু ক্রমবর্ধমান
১৯৫. ভাৰতীয় বিজার্ভ বেংকে জাৰি কৰা প্রথম কাগজী মুদ্রাটোৰ নাম কি আছিল?
- (ক) পাঁচটকীয়া
- (খ) দহটকীয়া
- (গ) দুইটকীয়া
- (ঘ) একটকীয়া
১৯৬. কিমান চনত ৰাষ্ট্ৰীয় বীজ নিগম স্থাপন কৰা হৈছিল?
- (ক) ১৯৫০ চনত
- (খ) ১৯৮০ চনত
- (গ) ১৯৬৩ চনত
- (ঘ) ১৯৭৩ চনত
১৯৭. ভাৰতৰ কোন ৰাজ্যত কেন্দ্রীয় ম'হ গৱেষণা কেন্দ্র অৱস্থিত?
- (ক) অসমত
- (খ) পশ্চিমবংগত
- (গ) বিহাৰত
- (ঘ) হাৰিয়ানাত
১৯৮. ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাৰ চূড়ান্ত অনুমোদন জনোৱা অনুষ্ঠানটোৰ নাম কি আছিল?
- (ক) অর্থনৈতিক পৰিষদ
- (খ) গণ পৰিষদ
- (গ) জাতীয় উন্নয়ন পৰিষদ
- (ঘ) জাতীয় আয় কমিটি
১৯৯. ভাৰতৰ Progressive Tax কি?
- (ক) আয় কৰ
- (খ) বিক্ৰী কৰ
- (গ) সেৱা কৰ
- (ঘ) সম্পত্তি কৰ
২০০, __ __পঞ্চবার্ষিক পৰিকল্পনাৰ লক্ষ্য আছিল অর্থনীতিৰ বৈষম্য সংশোধন কৰা।
- (ক) প্রথম পঞ্চবার্ষিক পৰিকল্পনা
- (খ) পঞ্চম পঞ্চবার্ষিক পৰিকল্পনা
- (গ) সপ্তম পঞ্চবার্ষিক পৰিকল্পনা
- (ঘ) দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনা
Indian Economy GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Indian GK 1000+
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হয় ।।। প্ৰশ্ন নব্মৰটো comment কৰি দিয়ে যেন।