141. লোডী বংশই কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল-
- (a) 1451-1556
- (b) 1290-1320
- (c) 1206-90
- (d) 1556-1856
Ans: (a) 1451-1556
142. মোগল সাম্রাজ্যৰ প্ৰতিষ্ঠাপক কোন-
- (a) বাবৰ
- (b) আকবৰ
- (c) ছাহজাহান
- (d) জাহাংগীৰ
Ans: (a) বাবৰ
143. বাবৰে কাক পৰাস্ত কৰি মোগল সাম্রাজ্য ভাৰতত প্রতিষ্ঠাপিত কৰিছিল-
- (a) ইব্রাহিম লোডী
- (b) বাৰলোল লোডী
- (c) ছিকন্দৰ লোডী
- (d) ৰাণা গংগা
Ans: (a) ইব্রাহিম লোডী
144. পাণিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল-
- (a) বাবৰ আৰু ইব্রাহিম লোডী
- (b) বাবৰ আৰু ছাহজাহান
- (c) বাবৰ আৰু ছিকন্দৰ লোডী
- (d) ওপৰৰ এটাও নহয়
Ans: (a) বাবৰ আৰু ইব্রাহিম লোডী
145. পাণিপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল-
- (a) 21 এপ্রিল 1526
- (b) 21 এপ্রিল 1626
- (c) 21 এপ্রিল 1726
- (d) 5 এপ্রিল 1526
Ans: (a) 21 এপ্রিল 1526
146. বাবৰে 1527 চনত খানৱাত কাক পৰাস্ত কৰিছিল-
- (a) ৰাণা গাংগা
- (c) মহম্মদ লোডী
- (b) মেদিনী ৰাই
- (d) ইব্রাহিম লোডী
Ans: (a) ৰাণা গাংগা
147. খানৱাৰ যুদ্ধ কিমান চনত হৈছিল-
- (a) 1927
- (b) 1526
- (c) 1928
- (d) 1529
Ans:(a) 1927
148. বাবৰে 1529 চনত ঘাঘৰাত কাক পৰাস্ত কৰিছিল-
- (a) মহম্মদ লোডী
- (b) মেদিনী ৰায়
- (c) ৰাণা গাংগা
- (d) ইব্রাহিম লোডী
Ans: (a) মহম্মদ লোডী
149. মহম্মদ লোডী আৰু বাবৰৰ মাজত যুদ্ধ কিমান চনত হৈছিল-
- (a) 1529
- (b) 1526
- (c) 1527
- (d) 1530
Ans:(a) 1529
150. বাবৰৰ সমাধি ক্ষেত্র ক'ত আছে-
- (a) কাবুল
- (b) আগৰা
- (c) দিল্লী
- (d) ছাচাৰাম
Ans: (a) কাবুল
151. বাবৰৰ আত্মজীৱনীখনৰ নাম-
- (a) তুজুক-ই-বাবৰী
- (b) হুমায়ুন নামা
- (c) আকবৰ নামা
- (d) অইন-ই-আবাবৰী
Ans:(a) তুজুক-ই-বাবৰী
152. বাবৰৰ আত্মজীৱনীখন কোনে লিখিছিল-
- (a) বাবৰ
- (b) গুলবেদন বেগম
- (c) আবুল ফজল
- (d) এজনো নহয়
Ans:(a) বাবৰ
153. বাবৰৰ মৃত্যু কিমান চনত হৈছিল-
- (a) 1530
- (c) 1528
- (b) 1529
- (d) 1526
Ans: (a) 1530
154. বাবৰে কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল-
- (a) 1526-30
- (b) 1527-30
- (c) 1528-30
- (d) 1529-30
Ans:(a) 1526-30
155. বাবৰৰ উত্তৰাধিকাৰী কোন আছিল-
- (a) হুমায়ুন
- (b) শ্বেৰশ্বাহ
- (c) আকবৰ
- (d) জাহাংগীৰ
Ans: (a) হুমায়ুন
156. হুমায়ুনে কিমান চনত সিংহাসনত বহিছিল-
- (a) 1530
- (b) 1531
- (c) 1529
- (d) 1534
Ans: (a) 1530
157. হুমায়ুনে শ্বেৰশ্বাহৰ লগত কেইখন যুদ্ধ কৰিছিল-
- (a) 2 খন
- (b) 1 খন
- (c) 3 খন
- (d) 4 খন
Ans: (a) 2 খন
158. হুমায়ুন আৰু শ্বেৰশ্বাহৰ মাজত প্রথম যুদ্ধ কিমান চনত হৈছিল-
- (a) 1539
- (b) 1530
- (c) 1535
- (d) 1545
Ans: (a) 1539
159. হুমায়ুন আৰু শ্বেৰশ্বাহৰ মাজত প্ৰথম যুদ্ধ কোন স্থানত হৈছিল-
- (a) চাউচা
- (b) কণৌজ
- (c) পাণিপথ
- (d) ঘাঘৰা
Ans: (a) চাউচা
160. হুমায়ুন আৰু শ্বেবশ্বাহৰ মাজত দ্বিতীয় যুদ্ধ কোন স্থানত হৈছিল-
- (a) কণৌজ
- (b) চাউচা
- (c) পাণিপথ
- (d) ঘাঘৰা
Ans: (a) কণৌজ
161. হুমায়ুনৰ মৃত্যু কিমান চনত হৈছিল-
- (a) 1556
- (b) 1539
- (c) 1540
- (d) 1545
Ans:(a) 1556
162. হুমায়ুন আৰু শ্বেৰশ্বাহৰ মাজত দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল-
- (a) 1540
- (b) 1550
- (c) 1539
- (d) 1545
Ans:(a) 1540
163. হুমায়ুনৰ জীৱনীখনৰ নাম কি?
- (a) হুমায়ুন নামা
- (b) তুজুক-ই-বাবৰী
- (c) আকবৰ নামা
- (d) আইন-ই-আকবৰী
Ans:(a) হুমায়ুন নামা
GK of Assam Social Science Assamese Language
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
Quiz: