121. তলৰ কোনজনক চুলতানেটৰ প্ৰকৃত ৰজা বুলি কোৱা হয়-
- (a) ইলটুটমিছ
- (b) বালবন
- (c) আলাউদ্দিন খিলজী
- (d) কুতুবুদ্দিন খিলজী
Ans: (a) ইলটুটমিছ
122. টাৰাইনৰ যুদ্ধ (1191 AD) কাৰ কাৰ মাজত হৈছিল-
- (a) মহম্মদ ঘোৰী আৰু পৃথিৱীৰাজ চৌহান
- (b) আকবৰ আৰু ৰাণা প্রতাপ
- (c) ৰাণা গাংগ আৰু বাবৰৰ মাজত
- (d) ওপৰৰ এটাও নহয়
Ans: (a) মহম্মদ ঘোৰী আৰু পৃথিৱীৰাজ চৌহান
123. ভাৰতবৰ্ষৰ আইন প্ৰণয়নত কাক সৰ্বোচ্চ ক্ষমতা প্রদান কৰা হৈছে-
- (a) সংসদক
- (b) ৰাষ্ট্ৰপতি
- (c) প্রধান মন্ত্রী
- (d) মন্ত্ৰী পৰিষদ
Ans: (a) সংসদক
124. লোকসভাৰ মুঠ সদস্য কিমান-
- (a) 545
- (b) 345
- (c) 245
- (d) 556
Ans: (a) 545
125. ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান-
- (a) 245
- (b) 240
- (c) 231
- (d) 240
Ans: (a) 245
126. কোনে ইকটা ব্যৱস্থা উঠাই লৈছিল-
- (a) বাবৰ
- (b) ইলটুটমিছ
- (c) আলাউদ্দিন খিলজী
- (d) মহম্মদ বিন টোগলক
Ans:(a) বাবৰ
127. লোভী বংশৰ শেষ চুলতানজনৰ নাম-
- (a) ইব্রাহিম লোডী
- (b) ছিকন্দৰ লোডী
- (c) বাহলোল লোডী
- (d) এজনো নহয়
Ans: (a) ইব্রাহিম লোডী
128. লোডী সাম্রাজ্য কোনে প্রতিষ্ঠা কৰিছিল-
- (a) বাহলোল লোডী
- (b) ছিকন্দৰ লোডী
- (c) ইব্রাহিম লোডী
- (d) কোনো নহয়
Ans: (a) বাহলোল লোডী
129. খিলজী বংশৰ শেষৰজন চুলতান কোন-
- (a) খচক খান
- (b) মুবাৰক খান
- (c) আলাউদ্দিন খিলজী
- (d) জালাউদ্দিন খিলজী
Ans: (a) খচক খান
130. খিলজী বংশৰ প্ৰতিষ্ঠাপক কোন-
- (a) জালাউদ্দিন খিলজী
- (b) আলাউদ্দিন খিলজী
- (c) মুবাৰক খান
- (d) খচৰু খান
Ans: (a) জালাউদ্দিন খিলজী
131. আলাই ডৰবাজা কোনে নির্মাণ কৰিছিল-
- (a) আলাউদ্দিন খিলজী
- (b) জালউদ্দিন খিলজী
- (c) মুবাৰক খান
- (d) খচৰু খান
Ans: (a) আলাউদ্দিন খিলজী
132. মুছলিম সাম্রাজ্য কোনে প্রথমে ভাৰতত প্রতিষ্ঠা কৰিছিল-
- (a) মহম্মদ ঘোৰী
- (b) কুতুবুদ্দিন আইবাক
- (c) ইলটুটমিছ
- (d) ৰাজিয়া চুলতান
Ans: (a) মহম্মদ ঘোৰী
133. 'ডাগ' আৰু 'চেহৰা' ব্যৱস্থা কোনে প্রচলন কৰিছিল-
- (a) আলাউদ্দিন খিলজী
- (b) জালাউদ্দিন খিলজী
- (c) মুবাৰক খান
- (d) খচুৰ খান
Ans: (a) আলাউদ্দিন খিলজী
134. 'ইকটা' ব্যৱস্থা কোনে প্রচলন কৰিছিল-
- (a) ইলটুটমিছ
- (b) কুতুবুদ্দিন আইবাক
- (c) ৰুকনুদ্দিন
- (d) বৰৰম শ্বাহ
Ans: (a) ইলটুটমিছ
135. দাস বংশৰ শেষজন চুলতান-
- (a) কাইকুবাদ
- (b) বালবল
- (c) বাহৰম শ্বাহ
- (d) ককনুদ্দিন
Ans: (a) কাইকুবাদ
136. দিল্লী চুলতানৰ কোনজন কবিক "The parrot of India" বুলি কোৱা হয়-
- (a) আমিৰ খচৰু
- (b) ইটবি
- (c) আলবেনি
- (d) বাৰানি
Ans: (a) আমিৰ খচৰু
137. কিমান চনত দিল্লী চুলতানে প্রতিষ্ঠাপিত হৈছিল-
- (a) 1206
- (b) 1205
- (c) 1204
- (d) 1207
Ans: (a) 1206
138. দাস বংশই কিমান চনৰ পৰা কিমান চনলৈ বাজত্ব কৰিছিল-
- (a) 1206-90
- (b) 1290-1320
- (c) 1320-1414
- (d) 1414-50
Ans: (a) 1206-90
139. খিলজী বংশই কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল-
- (a) 1290-1320
- (b) 1320-1414
- (c) 1206-90
- (d) 1414-50
Ans: (a) 1290-1320
140. টোগলক বংশই কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল-
- (a) 1320-1414
- (b) 1290-1320
- (c) 1206-90
- (d) 1414-50
Ans: (a) 1320-1414
GK of Assam Social Science Assamese Language
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
Quiz: