101. কোনজন চুলতানে ইবন বটুতাক মুখ্য স্কবাজি নিযুক্তি কৰিছিল-
- (a) মহম্মদ বিন টোগলক
- (b) গিয়াছুদ্দিন বালবন
- (c) আলামুদ্দিন খিলজী
- (d) গিয়াছুদ্দিন টোগলক
Ans: (a) মহম্মদ বিন টোগলক
102. মালিক কাফুৰ কাৰ সেনাধ্যক্ষ আছিল-
- (a) আলাউদ্দিন খিলজী
- (b) বালবন
- (c) মহম্মদ বিন টোগলক
- (d) এটাও নহয়
Ans: (a) আলাউদ্দিন খিলজী
103. জিটাল শব্দটোৱে কি বুজায়-
- (a) মুদ্রা
- (b) ওজন
- (c) খেল
- (d) চিহ্ন
Ans: (a) মুদ্রা
104. চাফি বংশ কোনে প্রতিষ্ঠা কৰিছিল দিল্লীত চুলতান হিচাপে-
- (a) কিৰ্জৰ খান
- (b) মুবাৰক শ্বাহ
- (c) মহম্মদ শ্বাহ
- (d) আলাউদ্দিন খিলজী
Ans: (a) কিৰ্জৰ খান
105. আগৰা নগৰখন কোনে প্রতিষ্ঠা কৰিছিল-
- (a) ছিকন্দৰ লোডী
- (b) বাহলোল লোডী
- (c) ফিৰোজ টোগলক
- (d) এজনো নহয়
Ans: (a) ছিকন্দৰ লোডী
106. টাইমূৰৰ ভাৰত আক্ৰমণৰ পিছত কোন বংশই ৰাজত্ব কৰিছিল-
- (a) চামিদ বংশ
- (b) লোডী বংশ
- (c) টুগলুগ বংশ
- (d) খিলজী বংশ
Ans: (a) চামিদ বংশ
107. কোনজন চুলতানে নিবনুৱাক কর্মত নিযুক্তি দিছিল-
- (a) ফিৰোজ টোগলক
- (b) চেবশ্বাহ চুৰি
- (c) আলাউদ্দিন খিলজী
- (d) ওপৰৰ এটাও নহয়
Ans: (a) ফিৰোজ টোগলক
108. কোনজন চুলতানৰ তলত আটাইতকৈ বেছি দাস আছিল-
- (a) ফিৰোজ টোগলক
- (b) বালবন
- (c) আলাউদ্দিন খিলজী
- (d) মহম্মদ খিলজী
Ans: (a) ফিৰোজ টোগলক
109. 'দাস' বংশৰ প্ৰথমজন শাসক কোন আছিল-
- (a) কুতুবুদ্দিন আইবক
- (b) ইলটুটমিছ
- (c) বালবন
- (d) ৰাজিয়া
Ans: (a) কুতুবুদ্দিন আইবক
110. আলাউদ্দিন খিলজীৰ আক্ৰমণৰ সময়ত দেওগিৰিৰ ৰজা কোন আছিল-
- (a) ৰামচন্দ্ৰ দেৱ
- (b) মালিক কাফুৰ
- (c) ৰাণা বৰণ সিংহ
- (d) ওপৰৰ এজনো নহয়
Ans: (a) ৰামচন্দ্ৰ দেৱ
111. তলৰ কোনজনক লাক বাকছ বুলি জনা যায়-
- (a) কুতুবুদ্দিন আইবাক
- (b) মহম্মদ বিন টোগলক
- (c) ইলটুটমিদ
- (d) বালবল
Ans: (a) কুতুবুদ্দিন আইবাক
112. মহম্মদ বিন টোগলকে ৰাজধানী দিল্লীৰ পৰা ক'লৈ নিছিল-
- (a) দ'লতবাদ
- (b) কালিনজাৰ
- (c) কণৌজ
- (d) লাহোৰ
Ans: (a) দ'লতবাদ
113. দিল্লীৰ প্ৰথমজন মুছলিম শাসক কোন-
- (a) কুতুবুদ্দিন আইবাক
- (b) ইলটুটমিছ
- (c) ৰাজিয়া
- (d) বালবন
Ans: (a) কুতুবুদ্দিন আইবাক
114. তলৰ কোনজন চুলতানে কুতুবমিনাৰৰ পঞ্চম মহল নির্মাণ কৰিছিল-
- (a) ফিৰ'জ শ্বাহ টোগলক
- (b) ছিকন্দৰ লোডী
- (c) ছিকন্দৰ শ্বাহ
- (d) বাহলম লোডী
Ans: (a) ফিৰ'জ শ্বাহ টোগলক
115. তলৰ কোনজনী ভাৰতৰ প্ৰথম মহিলা শাসক-
- (a) ৰাজিয়া চুলতান
- (b) চান্দ বিবি
- (c) নূৰজাহান
- (d) দুর্গাবতী
Ans: (a) বাজিয়া চুলতান
116. ইকটা প্রথা কোনে প্রচলন কৰিছিল-
- (a) বালবান
- (c) আইবাক
- (b) ঘোৰী
- (d) ইলটুটমিছ
Ans:(a) বালবান
117. টোগলক বংশৰ শেষৰজন চুলতান কোন আছিল-
- (a) মহম্মদ শ্বাহ টোগলক
- (b) ফিৰোজ
- (c) নাছাৰত শ্বাহ
- (d) মহম্মদ বিন টোগলক
Ans:(a) মহম্মদ শ্বাহ টোগলক
118. লক্ষ্মী দেৱীৰ প্ৰতিচ্ছবি কোনজন মুছলিম শাসকে মুদ্ৰাত প্রচলন কৰিছিল-
- (a) মহম্মদ ঘোৰী
- (b) আকবৰ
- (c) বাবৰ
- (d) আলাউদ্দিন খিলজী
Ans:(a) মহম্মদ ঘোৰী
119. কোনজন দিল্লী চুলতানে নিজৰ জীৱন সোঁৱৰণ লিখিছিল-
- (a) ফিৰোজ টোগলক
- (b) ইলটুটুমিদ
- (c) বালবন
- (d) আলাউদ্দিন খিলজী
Ans:(a) ফিৰোজ টোগলক
120. তলৰ কোনজন চুলতানক 'আকবৰ অব্ চুলতানেট' বুলি কোৱা হয়-
- (a) ফিৰোজ টোগলক
- (b) ইটুটমিছ
- (c) বালবন
- (d) আলাউদ্দিন খিলজী
Ans:(a) ফিৰোজ টোগলক
GK of Assam Social Science Assamese Language
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
Quiz: