81. প্রীয়াদর্শিকা কোনে ৰচনা কৰিছিল-
- (a) হর্ষবর্ধন
- (b) কালিদাস
- (c) ৰামপাল
- (d) গোপাল
82. তলৰ কোনজন চোল ৰজাই সিনহাল দখল কৰিছিল-
- (a) ৰাজাৰাজা প্রথম
- (b) আদিত্য প্রথম
- (c) বাজেন্দ্র
- (d) বিজয়লমা
83. মহামালিপুৰম স্থাপিত হৈছিল-
- (a) গল্পভ
- (b) চোল
- (c) চোলক্য
- (d) পান্দা
84. তলৰ কোনজন চোল ৰজাই শ্রীলংকা দখল কৰিছিল-
- (a) ৰাজেন্দ্ৰ প্রথম
- (b) আদিত্য প্রথম
- (c) বিজয়লয়া
- (d) ৰাজাধিৰাজ
85. সপ্তম ৰত্ন মন্দিৰ কোনে নির্মাণ কবিচিত
- (a) নৰচিমহং বৰ্মন
- (b) মহেন্দ্র বর্মন
- (c) পৰমেশ্বৰ বৰ্মন
- (d) নন্দি বর্মন
86. ইবন বটুতা ক'ৰ পৰা আহিছিল-
- (a) মৰক্কো
- (b) পাৰছিয়া
- (c) তুর্কী
- (d) মধ্য এছিয়া
87. মহম্মদ বিন টোগলক কিহত বিখ্যাত আছিল-
- (a) সুন্দৰ হাৰত আখৰ লিখা
- (b) কলাবিদ্যা
- (c) সংগীত
- (d) দর্শন শাস্ত্র
৪৪. পালজি চুলতান হ'ল-
- (a) তুর্কী
- (b) মংগোল
- (c) আফগান
- (d) ওপৰৰ এটাও নহয়
89. তলৰ কোনজনক দ্বিতীয় আলেকজেণ্ডাৰ বুলি কোৱা হয়-
- (a) আলাউদ্দিন খিলজী
- (b) বালবন
- (c) ছিকন্দৰ লোডী
- (d) বাহলোল লোডী
90. কোনজন চুলতানে সেনাক পোনে পোনে দৰমহা দিছিল-
- (a) মহম্মদ বিন টোগলক
- (b) ইলটুটমিছ
- (c) ছিকন্দৰ আলী
- (d) আলাউদ্দিন খিলজী
91. ইবন বটুতা কাৰ ৰাজত্ব কালত ভাৰতলৈ আহিছিল-
- (a) মহম্মদ বিন টোগলক
- (b) আলাউদ্দিন খিলজী
- (c) ইলটুটমিছ
- (d) বালবন্
92. কুটুবমিনাৰৰ কাম কোনে সম্পূর্ণ কৰিছিল-
- (a) ইলটুটমিছ
- (b) কুটুবুদ্দিন আইবাক
- (c) ফিৰোজ শ্বাহ টোগলক
- (d) আলাউদ্দিন খিলজী
93. লোডী বংশ কোনে স্থাপন কৰিছিল-
- (a) বাহলোল লোডী
- (b) ইব্রাহিম লোডী
- (c) চিকাপৰ লোডী
- (d) এটাও নহয়
94. আমিৰ টেমাছৰ এজন বিখ্যাত কবি আছিল, কাৰ দিনত-
- (a) মহম্মদ গজনী
- (b) আকবৰ
- (c) আলাউদ্দিন খিলজী
- (d) এটাও নহয়
95. কাৰ সহায়ৰ পিছত আলাউদ্দিন খিলজীয়ে দিল্লী দখল কৰিছিল-
- (a) দেওগিৰি
- (b) চান্দদেৰী
- (c) গুজৰাট
- (d) মাদুৰাই
96. জানপুৰ নগৰখন কাৰ স্মৰণত বনোৱা হৈছিল-
- (a) মহম্মদ বিন টোগলক
- (b) আকবৰ
- (c) ফিৰ'জ টোগলক
- (d) এটাও নহয়
97. বজাৰ নিয়ন্ত্ৰণ কৰা প্ৰথাটো কোনজন চুলতানে উলিয়াইছিল-
- (a) আলাউদ্দিন খিলজী
- (b) ইলটুটমিছ
- (c) বালবল
- (d) ফিৰোজ শ্বাহ টোগলক
98. চিনগদীজ খানে দিল্লী আক্রমণ কৰাৰ সময়ত দিল্লীৰ চুলতান কোন আছিল-
- (a) ইলটুটমিছ
- (b) বালবন
- (c) জালাউদ্দিন খিলজী
- (d) আলাউদ্দিন খিলজী
99. দিল্লী চুলতানত শাসনভাৰৰ মুখিয়াজনক কি বুলি কোরা হয়?
- (a) আমিল
- (b) আজিছ
- (c) বাৰিদ
- (d) চিকদাৰ
100. মিৰজা শ্বাহ ৰুকৰ অধীনত্ব কোনজন দিল্লী চুলতানে লৈছিল-
- (a) খিৰজ খান ছায়ীদ
- (b) চিকদাৰ আলী
- (c) ফিৰোজ টোগলক
- (d) মহম্মদ বিন টোগলক
GK of Assam Social Science Assamese Language
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
Quiz: