41. তলৰ কোনখন ঠাইত অশোকৰ ৰাজত্ব নাছিল-
- (a) পাটলিপুত্র
- (b) টোপৰা
- (c) কান্ধাৰ
- (d) ওপৰৰ এটাও নহয়
42. তলৰ কোনজনক অশোকে ন্যায় ব্যৱস্থা পৰিচালনা কৰিবলৈ নিযুক্তি দিছিল-
- (a) ৰাজুকা
- (b) কুমাৰ আমত্য
- (c) উপাৰিকা
- (d) এজনো নহয়
43. তলৰ কোনজন আলেকজেণ্ডাৰৰ সমকালীন ব্যক্তি আছিল-
- (a) চন্দ্রগুপ্ত মৌর্য
- (b) বিন্নিচাৰ
- (c) অশোক
- (d) চাংখা
44. অশোক কোনটো বংশগত সমাজৰ অন্তৰ্গত-
- (a) মৌর্য
- (b) গুপ্ত
- (c) কুচান
- (d) বৰধন
45. অশোকৰ দিনত বৌদ্ধিক সংঘ কোন স্থানত হৈছিল-
- (a) পাটলিপুত্র
- (b) মাযদা
- (c) ৰাজগ্ৰীহ
- (d) ছামচষ্টিপুৰ
46. তলৰ কোনজন মৌর্য বজাই ডেকান জয় কৰিছিল-
- (a) বিন্দুছাৰ
- (b) অশোক
- (c) চন্দ্রগুপ্ত
- (d) কুণাল
47. নন্দ বংশৰ পিছত কোনটো বংশই মগধ ৰাজত্ব কৰিছিল-
- (a) মৌর্য
- (b) গুপ্ত
- (c) কুচান
- (d) সাংগা
48. মৌর্য বংশৰ ৰাজত্ব কালত বিখ্যাত শিক্ষা কেন্দ্র আছিল-
- (a) তক্ষশিলা
- (b) নালন্দা
- (c) ইডাইন
- (d) বৈশালী
49. 'মুদ্রাৰাক্ষস' কোনে লিখিছিল-
- (a) ভিচাকা দত্ত
- (b) কৌটিল্য
- (c) বাণ
- (d) পাণিনি
50. শেষজন মৌৰ্য ৰজাজনৰ নাম কি-
- (a) বৃহদ্রৎ
- (b) ডালক
- (c) অশোক
- (d) বিন্দুচাৰ
51. চাণক্য কোনজন ৰজাৰ দিনত মুখ্য মন্ত্রী হিচাপে নিযুক্তি হৈছিল-
- (a) চন্দ্রগুপ্ত মৌর্য
- (b) অশোক
- (c) ৰজা জনক
- (d) বিক্রমাদিত্য
52. চন্দ্রগুপ্ত মৌৰ্যই কাক পৰাস্ত কৰিছিল-
- (a) চেলিকাছ
- (b) পুৰু
- (c) আলেকজেণ্ডাৰ
- (d) অম্বি
53. অর্থশাস্ত্র কোনে ৰচনা কৰিছিল-
- (a) চাণক্য
- (b) পাণিনি
- (c) ৰাজুকা
- (d) এজনো নহয়
54. চাণক্যৰ বাল্য কালৰ নাম কি আছিল-
- (a) বিষ্ণুগুপ্ত
- (b) অজয়া
- (c) দেওগুপ্ত
- (d) কৌটিল্য
55. প্ৰথমজন গুপ্ত ৰজা কোন আছিল-
- (a) শ্রীগুপ্ত
- (b) চন্দ্রগুপ্ত প্রথম
- (c) ঘোটাটকছ
- (d) কুমাৰ গুপ্ত প্রথম
56. গুপ্ত বংশৰ ৰাজত্ব কালত ৰূপৰ মুদ্ৰাবোৰক কি বুলি জনা গৈছিল-
- (a) ৰূপিয়াকা
- (b) দিন্যৰ
- (c) জিটাল
- (d) এটাও নহয়
57. তলৰ কোনজন ৰজাক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়-
- (a) সমুদ্রগুপ্ত
- (b) শ্রীগুপ্ত
- (c) চন্দ্রগুপ্ত প্রথম
- (d) বিক্রমাদিত্য
58. কোনজন ৰজাৰ দিনত Fahien ভাৰতত আহিছিল-
- (a) চন্দ্রগুপ্ত দ্বিতীয়
- (b) কুমাৰগুপ্ত
- (c) সমুদ্রগুপ্ত
- (d) শ্রীগুপ্ত
59. কোনে অশ্বমেধ যজ্ঞ কৰিছিল-
- (a) সমুদ্রগুপ্ত
- (b) অজাতশত্রু
- (c) অশোক
- (d) বিন্দুচাৰ
60. কালিদাস কোনটো বংশৰ ৰাজত্বৰ দিনত বিখ্যাত হৈছিল-
- (a) গুপ্তবংশ
- (b) মৌর্যবংশ
- (c) নন্দবংশ
- (d) এটাও নহয়
GK of Assam Social Science Assamese Language
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
Quiz: