21. যোগ দর্শন শাস্ত্র কোনে পুংখানুপুংখভাৱে বৰ্ণনা কৰিছিল-
- (a) পতঞ্জলি
- (b) গৌতম
- (c) ৰায়মিনি
- (d) মনু
22. গোত্র শব্দটো পোন প্রথমে ক'ৰ পৰা লোৱা হৈছে
- (a) ঋকবেদ
- (c) অথর্ববেদ
- (b) সামবেদ
- (d) এটাও নহয়
23. ভগৱান বৌদ্ধৰ কোন স্থানত মৃত্যু হৈছিল-
- (a) কুছিনগৰ
- (b) বৌদ্ধগয়া
- (c) ৰাজগিৰ
- (d) সৰনাথ
24. বৌদ্ধসকলৰ আটাইতকৈ পবিত্র গ্রন্থখনৰ নাম কি-
- (a) ত্রিপিটক
- (b) উপনিষদ
- (c) বেদ
- (d) এটাও নহয়
25. নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত-
- (a) বিহাৰ
- (b) বেংগল
- (c) উত্তৰ প্ৰদেশ
- (d) ওড়িশা
26. বৌদ্ধ চৰিত্ৰখন কোনে ৰচনা কৰিছিল-
- (a) অশ্বঘোষ
- (b) নাগার্জুন
- (c) নাগছেনা
- (d) বাসুমিত্র
27. তলৰ কোনখন ৰাজ্যিক 'Cradle of Buddhism' বুলি কোৱা হয়-
- (a) বিহাৰ
- (b) ছিকিম
- (c) উত্তৰ প্ৰদেশ
- (d) মধ্য প্রদেশ
28. প্রথম বৌদ্ধিক সংঘ কোনখন নগৰত হৈছিল-
- (a) ৰাজগ্ৰীহ
- (b) গয়া
- (c) বৌদ্ধ গয়া
- (d) নালন্দা
29. চতুর্থ বৌদ্ধিক সংঘ কোনজন ৰজাৰ দিনত হৈছিল-
- (a) কনিষ্ক
- (b) অশোক
- (c) অজাতশত্রু
- (d) মহাপদ নন্দ
30. সৰনাথ কোনখন ৰাজ্যত অৱস্থিত-
- (a) উত্তৰ প্ৰদেশ
- (b) কেৰালা
- (c) গুজৰাট
- (d) বিহাৰ
31. বৌদ্ধৰ জন্ম ক'ত হৈছিল-
- (a) লুমবিনি
- (b) পাটলিপুত্র
- (c) বিহাৰ
- (d) উত্তৰ প্ৰদেশ
32. তৃতীয় বৌদ্ধিক সংঘ কোন হৈছিল-
- (a) পাটলিপুত্র
- (b) কাশ্মীৰ
- (c) কোচাম্বী
- (d) ৰাজগ্ৰীহ
33. তলৰ কোনজনক এছিয়াৰ পোহৰ বুলি কোৱা হয়-
- (a) বৌদ্ধ
- (b) মহম্মদ
- (c) চাণক্য
- (d) এটাও নহয়
34. মহাবীৰ জৈনে কোন স্থানত মৃত্যুবৰণ কৰিছিল-
- (a) পাৱাপুৰি
- (b) ৰানচী
- (c) ৰাজগ্ৰীহ
- (d) এটাও নহয়
35. 'ত্রিপিটক' কোন ভাষাত লিখিছিল-
- (a) পালি
- (b) ব্রাহ্মী
- (c) সংস্কৃত
- (d) প্রকৃত
36. বৌদ্ধ কোনটো জনগোষ্ঠীৰ লগত জড়িত-
- (a) শাক্য
- (b) মৌর্চ
- (c) কুক্ক
- (d) ওপৰৰ কোনোটো নহয়
37. তলৰ কোনজনক 'প্রিয়দর্শী' বুলি কোৱা হয়?
- (a) মৌর্য ৰজা অশোক
- (b) গৌতম বৌদ্ধ
- (c) চন্দ্রগুপ্ত
- (d) মহাভিৰা
38. তলৰ কোনখন প্রতিষ্ঠানত চাণক্যই শিক্ষাদান কৰিছিল-
- (a) তক্ষশিলা
- (b) নালন্দা
- (c) বিক্রমচিলা
- (d) বইচালী
39. তলৰ কোনজন সন্ন্যাসীয়ে অশোকক বৌদ্ধ ধৰ্মৰ বাবে আগ্রহী কৰিছিল-
- (a) তক্ষশিলা
- (b) নালন্দা
- (c) বিক্রমচিলা
- (d) বইচালী
39. তলৰ কোনজন সন্ন্যাসীয়ে অশোকক বৌদ্ধ ধৰ্মৰ বাবে আগ্রহী কৰিছিল-
- (a) উপগুপ্ত
- (b) বিষ্ণুগুপ্ত
- (c) ব্রহ্মগুপ্ত
- (d) বৃহদণ্ড
40. মেগাথেনিছ কোনজন ৰজাৰ দূত আছিল-
- (a) চেলিকাছ
- (b) আলেকজেণ্ডাৰ
- (c) চন্দ্রগুপ্ত
- (d) অশোক
GK of Assam Social Science Assamese Language
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
Quiz: