41. প্ৰথম ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আধাৰত নির্মিত ছবি:
উত্তৰ: 'বিপ্লৱী' (১৯৪৮)। পৰিচালক: অমিত সেন।
42. প্ৰথম ভূপেন হাজৰিকা, ফণী শৰ্মা আৰু বিষ্ণু ৰাভাই একেলগে অভিনয় কৰা একমাত্র অসমীয়া ছবি:
উত্তৰ: 'চিৰাজ' (১৯৪৮)। পৰিচালক: ফণী শৰ্মা আৰু বিষ্ণু ৰাভা।
43. প্ৰথম মহিলা পৰিচালকে পৰিচালনা কৰা চলচ্চিত্রঃ
উত্তৰ: 'নয়নমণি' (১৯৮৩)। পৰিচালক: সুপ্রভা দেবী।
44. প্ৰথম মিচিং ছবিঃ
উত্তৰ: 'পানৈ-জংকি' (২০০২)। পৰিচালক: দিলীপ দলে, নাৰায়ণ শীল।
45. প্ৰথম ৰহস্যঘন ছবি:
উত্তৰ: 'ডক্তৰ বেজবৰুৱা' (১৯৬৯)। পৰিচালক: ব্রজেন বৰুৱা।
46. প্ৰথম ৰাষ্ট্ৰীয় সম্মান লাভ কৰা অসমীয়া চলচ্চিত্রঃ
উত্তৰ: 'পিয়লী যুবন'। এইখন ছবিয়ে ১৯৫৫ চনত উৎকৰ্ষৰ মানপত্র (Certificate of Merit) লাভ কৰে। পৰিচালকঃ ফণী শৰ্মা।
47. প্ৰথম শিশু চলচ্চিত্রঃ
উত্তৰ: 'অকণ' (১৯৮০)।পৰিচালক: গৌৰী বৰ্মন।
48. প্ৰথম শ্রেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰঃ
উত্তৰ: মলয়া গোস্বামী, ১৯৯১ ('ফিৰিঙতি')।
49. প্ৰথম শ্রেষ্ঠ আঞ্চলিক ছবিৰ বঁটা লাভ কৰা ছবিঃ
উত্তৰ: 'ডক্তৰ বেজবৰুৱা' (১৯৬৯)।পৰিচালক: ব্ৰজেন বৰুৱা।
50. প্ৰথম শ্রেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা চলচ্চিত্রঃ
উত্তৰ: 'অগ্নিস্নান' (১৯৮৫)। পৰিচালক: ভবেন্দ্ৰ নাথ শইকীয়া।
51. প্ৰথম শ্রেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰঃ
উত্তৰ: তৰালি শর্মা, ২০০৪ ('আকাশীতৰাৰ কথাৰে ...')
52. প্ৰথম শ্রেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰঃ
উত্তৰ: জাহ্নু বৰুৱা, ১৯৯৫ ('সাগৰলৈ বহু দূৰ')।
53. প্ৰথম শ্রেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰঃ
উত্তৰ: ভূপেন হাজৰিকা, ১৯৭৫ ('চামেলি মেমচার')।
54. প্ৰথম সম্পূৰ্ণ ৰঙীন ছবিঃ
উত্তৰ: 'ভাইটি' (১৯৭২)। পৰিচালক: কমল নাৰায়ণ চৌধুৰী।
55. প্ৰথম সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰোঁতা:
উত্তৰ: ভূপেন হাজৰিকা ('চামেলি মেমচাব', ১৯৭৫)।
56. প্ৰথম স্বর্ণকমল প্রাপ্ত চলচ্চিত্রঃ
উত্তৰ: 'হালধীয়া চৰায়ে বাওধান খায়' (১৯৮৭)। পৰিচালকঃ জাহ্ বৰুৱা।
57 প্ৰথম হিন্দীৰ পৰা অসমীয়ালৈ ভাষান্তৰ (ডাবিং) কৰা ছবিঃ
উত্তৰ: 'ভাগ্য' (১৯৬৮)।
Assamese films GK
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- English Grammar
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হ'লে ।।। প্ৰশ্ন নব্মৰটো comment কৰি