21. প্ৰথম চলচ্চিত্ৰৰ গীতিকাৰ:
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা ('জয়মতী', ১৯৩৫)।
22. প্ৰথম চলচ্চিত্ৰৰ নায়ক:
উত্তৰ: ফুনু (পৰশুৰাম) বৰুৱা। ('জয়মতী', ১৯৩৫)।
23. প্ৰথম চলচ্চিত্ৰৰ নায়িকা:
উত্তৰ: আইদেউ সন্দিকৈ ('জয়মতী', ১৯৩৫)।
24. প্ৰথম চলচ্চিত্ৰৰ মহিলা সংগীত পৰিচালক:
উত্তৰ: মনীষা হাজৰিকা, ১৯৮০ ('উপপথ')।
25. প্ৰথম চলচ্চিত্ৰৰ সংগীত পৰিচালকঃ
উত্তৰ: জ্যোতিপ্রসাদ আগৰৱালা ('জয়মতী', ১৯৩৫)।
26. প্ৰথম চিনেমাস্কোপ ছবি:
উত্তৰ: 'জীৱন সুৰভি' (১৯৮৪)। পৰিচালকঃ নৰেশ কুমাৰ।
27. প্ৰথম জনগোষ্ঠীয় ভাষাত নির্মিত ছবিঃ
উত্তৰ: 'দা আনটল্ড ষ্টৰী' অব্ ব্লু হিলছ' (১৯৮৫, ডিমাছা ভাষাত)। পৰিচালক: প্রফুল্ল শইকীয়া।
28. প্ৰথম দূৰদৰ্শনযোগে সম্প্ৰচাৰিত অসমীয়া চলচ্চিত্রঃ
উত্তৰ: বৃষ্টি' (১৯৭৪)। পৰিচালকঃ দেউতি বৰুৱা
29. প্ৰথম দেশৰ বাহিৰত প্ৰদৰ্শিত অসমীয়া চলচ্চিত্র:
উত্তৰ: 'পূবেৰুণ' (১৯৫৯)। এইখন ছবি বার্লিনত প্রদর্শিত হৈছিল। পৰিচালক: প্রভাত মুখার্জী।
30. প্ৰথম দ্বি-ভাষিক চলচ্চিত্র:
উত্তৰ: 'সতী বেউলা' (১৯৪৮, অসমীয়া-বাংলা)।
31. প্ৰথম দ্বৈত চৰিত্ৰত অভিনয় কৰা অভিনেতাঃ
উত্তৰ: ব্ৰজেন বৰুৱা ('ডক্তৰ বেজবৰুৱা', ১৯৬৯)
32. প্ৰথম দ্বৈত চৰিত্ৰত অভিনয় কৰা অভিনেত্রী:
উত্তৰ: মৃদুলা বৰুৱা ('মেঘমুক্তি', ১৯৭৯)।
33. প্ৰথম ধর্মমূলক ছবি:
উত্তৰ: 'সতী বেউলা' (১৯৫৪)। পৰিচালক: সুনীল গংগোপাধ্যায়।
34. প্ৰথম পূর্ণদৈর্ঘ্যৰ হাস্যৰসৰ ছবি:
উত্তৰ: 'ইটো-সিটো বহুতো' (১৯৬৩)। পৰিচালকঃ ব্ৰজেন বৰুৱা।
35. প্ৰথম প্রাপ্তবয়স্কৰ চার্টিফিকেট পোৱা চলচ্চিত্রঃ
উত্তৰ: 'মৰীচিকা' (১৯৭২)। পৰিচালকঃ অমূল্য মান্না।
36. প্ৰথম প্রাপ্তবয়স্কৰ চাৰ্টিফিকেট পোৱা চলচ্চিত্র, মুক্তিপ্রাপ্তঃ
উত্তৰ: 'হৃদয়ৰ প্ৰয়োজন' (১৯৭২)। পৰিচালক: গৌৰী বৰ্মন।
37. প্ৰথম ফেষ্টাচী ছবিঃ
উত্তৰ:'একত্রিছজুন' (১৯৯৪)। পৰিচালক: ভাস্কৰ বৰা।
38. প্ৰথম বড়ো ছবিঃ
উত্তৰ: 'আলায়াবণ' (১৯৮৬)। পৰিচালক: জাংদাও বডোছা।
39. প্ৰথম বাংলা ছবিত অভিনয় কৰা অসমীয়া শিল্পীঃ
উত্তৰ: প্রমথেশ বৰুৱা। ১৯৩১ চনত প্রমথেশ বৰুৱাই 'টাকায় কি না হয়' নামৰ বাংলা ছবিখনত অভিনয় কৰিছিল।
40. প্ৰথম বিদেশত চিত্রগ্রহণ কৰা ছবিঃ
উত্তৰ: 'যুগান্তৰৰ পূৱা' (২০০০)। পৰিচালক তেজাল জ'নছ মহলীয়া।
Assamese films GK
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- English Grammar
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হ'লে ।।। প্ৰশ্ন নব্মৰটো comment কৰি